- সমগ্ৰ ৰাজ্যত কৰ’নাৰ আতংক ৷
- কৰ’নাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয় ৷
- তাৰ মাজতে চলিত শিক্ষা বৰ্ষৰ ম্যাদ ৩ মাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷
- এক জাননী যোগে এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰে ৷
- ৰাইজৰ বিবেচনাৰ্থে উপলব্ধ কৰা এই সিদ্ধান্তত আগষ্টলৈকে শিক্ষানুষ্ঠানসমূহ যিহেতু খোলা নহয়, সেইবাবে ৰাজ্যৰ শৈক্ষিক কেলেণ্ডাৰ প্ৰাথমিক আৰু মাধ্যমিক শ্ৰেণীৰ শৈক্ষিক কেলেণ্ডাৰত ৩ মাহ বৃদ্ধি কৰা প্ৰস্তাৱ আছে ৷
ADVERTISEMENT