Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বন্ধ হৈ গ’ল ৫০ শতাংশ ৰেস্তোৰাঁ

publisher by publisher
August 7, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
বন্ধ হৈ গ’ল ৫০ শতাংশ ৰেস্তোৰাঁ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

স্তব্ধ ৰেস্তোৰাঁ ব্যৱসায়ঃকি কলে চেফ অতুল লহকৰে…

ADVERTISEMENT
https://dainikagradoot.in/wp-content/uploads/2020/08/VID-20200807-WA0027.mp4

২০১৯ৰ নৱেম্বৰৰ পৰা বৰ্তমানলৈকে লোকচানৰ বোজা সহিব নোৱাৰি ৰাজ্যৰ সৰু বৰ প্ৰায় ৫০ শতাংশ হোটেল-ৰেস্তোৰাঁ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। এই পর্যন্ত কেৱল গুৱাহাটী মহানগৰীৰে জনপ্ৰিয় চেফ অতুল লহকৰৰ লেম্ব ৰোডস্থিত ‘হোটেল খৰিকা’, অভিনেত্ৰী নিশিতা গোস্বামীৰ গণেশগুৰিস্থিত ইচ্ছাপূৰণ, ৰণবীৰ কৌৰৰ জি এছ ৰোডক বাদ দি চাৰিখন চিক এণ্ড চিলি,ৰাজদ্বীপ গোস্বামীৰ চিৰিয়াখানা ৰোডৰ ৰেড কণ্টেমপ’ৰেৰী, দীঘলীপুখুৰীৰ ‘কুইক ইট’, নিউ তাজ হোটেলৰ সমীপৰ ‘ডাইন ৱে প্লেটজ’, বিজয় বৰুৱাৰ ‘১৬ আনা বঙালী’, আদি জনপ্ৰিয় ২০ শতাংশৰো অধিক ৰেস্তোৰাঁ তলাবন্ধৰ প্রত্যক্ষ প্ৰভাৱৰ ফলত বন্ধ হৈ পৰিছে ।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠা অশান্তিকৰ পৰিৱেশৰ পাছৰে পৰা বৰ্তমানলৈকে এই ব্যৱসায় গভীৰ অনিশ্চয়তাৰ দিশে গতি কৰিছে। দীৰ্ঘদিন ধৰি উপাৰ্জন বন্ধ হৈ পৰাৰ ফলত মালিক পক্ষই বন্ধ কৰি দিব লগা হৈছে এখনৰ পিছত এখনকৈ হোটেল-ৰেস্তোৰাঁ। যুৱ প্ৰজন্মৰ হাতত ঠন ধৰি উঠা ব্যৱসায়টোৱে ৰাজ্যত কেবা লক্ষ নিবনুৱাৰ সংস্থাপনৰ পথ প্ৰশস্ত কৰিছিল যদিও সম্প্রতি সকলোৱে অনিশ্চয়তাত ভুগিছে।

উল্লেখ্য যে ৰাজ্যৰ পৰ্যটন উদ্যোগৰ লগত সামন্জ্যঞ্চ ৰাখি যোৱা ৮-৯ টা বছৰত ৰাজ্যত প্ৰায় ৫০ হেজাৰ উন্নতমানৰ হোটেল-ৰেস্তোৰাঁ গঢ় লৈ উঠিছে। গুৱাহাটী মহানগৰীতে এনে সৰু বৰ হোটেল ৰেস্তোৰাঁৰ সংখ্যা প্ৰায় ২২শ, কিন্তু যোৱা ৮-১০ মাহে এই ব্যৱসায়ত ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় এই ব্যৱসায়ীসকল। সম্প্ৰতি পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰিছে যদিও ব্যৱসায়টো জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ বুলি কে’বাজনো ৰেস্তোৰাঁ ব্যৱসায়ীয়ে প্ৰকাশ কৰিছে।

‘হেৰীটেজ খৰিকাৰ স্বত্বাধিকাৰী তথা জনপ্ৰিয় চেফ অতুল লহকৰে এই সন্দৰ্ভত দৈনিক অগ্ৰদূতৰ আগত কয় যে বিশেষকৈ ঘৰৰ ভাড়াক লৈ বিপাঙত পৰিছে এই ব্যৱসায়ীসকল। মহানগৰীৰ এখন হোটেল ৰেস্তোৰাঁ আৰু বাৰসমূহে এটা ঘৰভাড়া দিবলগা হয় ৩০ হেজাৰৰ পৰা তিনিলাখ পর্যন্ত। আজি পাঁচমাহ ব্যৱসায় বন্ধ হৈ থকাৰ ফলত কি অৱস্থা হৈছে চৰকাৰে অনুধাৱন নকৰে। ঘৰৰ মহিলাসকলৰো কোনো সহযোগিতা নাই। উপায়হীন হৈ মহানগৰীৰ সৰু বৰ এনে ব্যৱসায় বন্ধ হৈ পৰিছে বুলি তেওঁ কয়।

ইফালে কোনোমতে ধাৰ-ঋণ কৰি ঘৰৰ ভাড়া দি পুনৰ ব্যৱসায় আৰম্ভ কৰা কে’বাজনো ব্যৱসায়ীয়ে এতিয়া নিজৰ নিজৰ ৰেস্তোৰাঁ বন্ধ কৰিবলৈ সাজু কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ আহ্বান জনায়। খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰে একো সকাহ দিব নোৱাৰিলেও ব্যৱসায়টোৰ লগত জড়িত ব্যৱসায়ীসকলৰ সৈতে বৈঠকত বহি বিষয়টো আলোচনা কৰিবলৈও সময় নাই নেকি বুলি ব্যৱসায়ীসকলে প্ৰশ্ন উত্থাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Lockdown
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d