Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

    আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

    দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

    কিতাপে মানুহক অপৰাধী নকৰে!

    কিতাপে মানুহক অপৰাধী নকৰে!

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    কেৱল শুই থাকোতেই হ’ব লাখপতি

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News City

আত্মনিৰ্ভৰশীলতাৰে জীৱন যুদ্ধত অগ্ৰসৰ চন্দ্ৰপুৰৰ দুই ভগ্নী

publisher by publisher
August 11, 2020
in City, COVID-19, News
Reading Time: 1 min read
0
আত্মনিৰ্ভৰশীলতাৰে জীৱন যুদ্ধত অগ্ৰসৰ চন্দ্ৰপুৰৰ দুই ভগ্নী
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

আত্মনিৰ্ভৰশিল অসমৰ অন্যতম উদাহৰণ গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ দুই ভগ্নী। চন্দ্ৰপুৰৰ তাঁতীমাৰা গাঁৱৰ দুই ভগ্নী চুমন কলিতা আৰু সংগীতা কলিতা বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শ স্বৰূপ। চাকৰিৰ আশাত বন্দী নহৈ জেষ্ঠ ভগ্নী চুমনে কাপোৰ চিলাই কৰি আৰু কনিষ্ঠ ভগ্নী সংগীতাই মেকআপ আৰ্টিষ্ট ৰূপে নিজকে স্বাৱলম্বী কৰি তুলিছে। পিতৃহাৰা দুই ভগ্নীয়ে স্বাৱলম্বীতাৰে মাতৃৰ সৈতে নিজৰ তিনিজনীয়া পৰিয়ালটোৰ ভৰণ-পোষণৰ দ্বায়িত্ব বহন কৰি আছে।

ADVERTISEMENT

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ চুমনে ঘৰুৱা অসুবিধাৰ বাবে শিক্ষা সমাপ্ত কৰি উপাৰ্জনৰ পথ বাছি লয়। আনহাতে স্নাতক উত্তীৰ্ণ সংগীতাই মেকআপ আৰ্টিষ্ট ৰূপে উপাৰ্জনৰ পথ বাছি লয়। এই সন্দৰ্ভত সংগীতাই কয়, “আমাৰ খেতিৰ মাটিও আছে। য’ত আমি মানুহ লগাই খেতি কৰো। কিন্তু সেইখিনিৰে আমাৰ তিনিজনীয়া পৰিয়ালটো চলিবলৈ অসমৰ্থ। ঘৰুৱা অসুবিধাৰ বাবে বাইদেউয়ে পঢ়া বাদ দি মোক পঢ়ুৱালে। মই চাকৰি বিচাৰিছিলো যদিও নাপালোঁ।

বাইদেউৰ সামান্য উপার্জনেৰে চলিবলৈ অসুবিধা হোৱাত মইও চাকৰিৰ আশা এৰি স্বাৱলম্বীতাৰে উপার্জন কৰাৰ সিদ্ধান্ত লৈছোঁ।” দুই ভগ্নীৰ উপার্জনেৰে ঘৰখন চলি আছিল যদিও তলাবন্ধৰ বাবে তেওঁলোকৰ যথেষ্ট প্ৰভাৱ পৰিছে বুলি জানিবলৈ দিয়ে সংগীতাই। চলিত বৰ্ষত বিয়াৰ বাবে সংগীতাই কেইবাটাও অৰ্ডাৰ লাভ কৰিছিল। কিন্তু ইয়াৰে অধিকাংশ বিয়া বাতিল হোৱাত সংগীতাৰ উপাৰ্জনত যথেষ্ট ক্ষতি হৈছে। বিয়াৰ অৰ্ডাৰৰ বাবে লোৱা আগধনো ওভতাই দিব লগা হৈছে সংগীতাই।

লগতে তলাবন্ধৰ বাবে জেষ্ঠ ভগ্নী চুমনৰো কাপোৰ চিলাইৰ অৰ্ডাৰ হ্ৰাস পাইছে বুলি কয় সংগীতাই। তথাপি জীৱন যুদ্ধত কষ্টৰে হ’লেও আগবাঢ়ি যাবলৈ দৃঢ়প্ৰতিজ্ঞ দুয়ো ভগ্নী। উল্লেখ্য যে, সংগীতাই নিজাকৈ এটা মেকআপ ইনষ্টিটিউচন খোলাৰো সপোন পুহি ৰাখিছে।সম্প্ৰতি মহামাৰী কৰ’নাৰ ত্ৰাস শেষ হৈ সোনকালে সুস্থিৰ পৰিবেশ ঘূৰি আহিলেই পুনৰ পূৰ্বৰ উপাৰ্জন লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী দুয়ো ভগ্নী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: covid19GuwahatiINDIA CORONA VIRUS
publisher

publisher

Related Posts

Assam

September 14, 2026
Heroin and Yaba Teblet Seized in Cachar:কাছাৰত পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত উদ্ধাৰ হ’ল হেৰ’ইন আৰু ইয়াবা টেবলেট

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ
Assam

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনৰ উন্নীতকৰণৰ বাবে আঠ লাখ টকাৰ অনুদান গৌৰৱ গগৈৰ

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু
Assam

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

September 14, 2026
আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d