Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উত্তপ্ত হৈ পৰিছে বাঘজানৰ পৰিৱেশ

publisher by publisher
August 11, 2020
in Assam, News
Reading Time: 1 min read
0
উত্তপ্ত হৈ পৰিছে বাঘজানৰ পৰিৱেশ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া জিলাৰ বাঘজানত ক্ষুব্ধ জনতাৰ প্ৰতিবাদ অব্যাহত আছে ৷ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আজি পুণৰ উত্তপ্ত হৈ পৰিল বাঘজান ৷ বাঘজান গাঁৱস্থিত বি জি আৰ-৫ নং তৈল খাদত বিগত ৬৪ দিন ধৰি দাওদাওকৈ জ্বলি থকা বিধ্বংসী জুইকুৰা নিৰ্বাপিত কৰাত চুড়ান্তভাৱে ব্যৰ্থ হোৱা অইল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ মোকলাই নিদিয়াৰ অভিযোগ তুলি লোকসকল ৰাজপথলৈ ওলাই আহি অইল কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ADVERTISEMENT

তৈল খাদটোত যোৱা ২৭ মে’ত গেছ কূপ বিস্ফোৰণ ঘটি ৯ জুনত খাদটোত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডই কৃষিপ্ৰধান বাঘজান অঞ্চলৰ বাঘজান-দীঘলটৰং, কলীয়াপানী, দীঘলটৰং চাহ বাগিচা, নতুন গাঁৱকে আদি কৰি কাষৰীয়া গাঁও চাহ বাগিচা, জলাশয়, নৈ’, বিল, ৰাষ্ট্ৰীয় উদ্যানৰ লগতে প্ৰকৃতিৰ বৃহৎ ক্ষতিসাধন কৰাৰ পাছটো আজি ৭৭ দিনে জিলা প্ৰশাসনে অইল কৰ্তৃপক্ষৰ পৰা ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণৰ ধন মোকলাই নিদিয়াৰ প্ৰতিবাদত বাঘজান গাওঁ মিলনজ্যোতি যুৱ সংঘই এটাৰ পিছত আনটো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে।

আজি পুনৰ ক্ষতিগ্ৰস্ত লোকসকলে বাঘজান আৰক্ষী থানাৰ সমীপৰ চাৰিআলিত পুৱা ৭ বজাৰ দুপৰীয়া ১২.৩০ বজালৈ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীয়ে উত্থাপন কৰা অভিযোগ মতে ছেন্ট জোছেফ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰৰ ১৯২ পৰিয়ালৰ ১,০৬৩ গৰাকী আৱাসীক অইলে আজি পৰ্যন্ত ক্ষয়ক্ষতিৰ জৰীপৰ ভিত্তিত ক্ষতিপূৰণৰ ধন মোকলাই নিদিলে ৷

জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ গাফিলতিত ক্ষুব্ধ হৈ পৰা প্ৰতিবাদকাৰীয়ে কয় যে অইল কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনীক বিষয়াই একাংশ ক্ষতিগ্ৰস্তক তৎকালীন সাহাৰ্য্যৰ নামত ৩০ হাজাৰ টকাকৈ প্ৰদান কৰে যদিও গৰিষ্ঠসংখ্যক ক্ষতিগ্ৰস্ত লোকক এই তৎকালীন সাহাৰ্য্যৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷ উল্লেখ যে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে অবৰোধস্থলীত জিলা দণ্ডাধীশক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি অইলৰ বিষয়াকহে আমন্ত্ৰণ জনায় ৷ যিহেতু ক্ষতিপুৰণ অইল কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ একাউণ্টত জমা দিয়ে গতিকে স্মাৰকপত্ৰও অইলৰ বিষয়াকহে দিব বুলি আকোৰগোঁজ স্থিতি গ্ৰহণ কৰে ৷ পিছত দিনৰ ১২.৩০ বজাত অইলৰ শীৰ্ষ বিষয়া অৱৰোধস্থলীত উপস্থিত হ’ব লগীয়া হয় ৷

প্ৰতিবাদকাৰীয়ে অইলৰ বিষয়াক স্মাৰক পত্ৰখন প্ৰদান কৰি শীঘ্ৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ মোকলাই দিয়াৰ দাবী জনায় ৷ অন্যথা জংগী প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব বুলিও অইল বিষয়াক সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে ৷ উল্লেখ্য যে বি জি আৰ-৫ নং তৈলখাদটো যোৱা ২৭ মে’ত ব্ল-আউট ঘটনাটো সংঘটিত হোৱাৰ ফলত বাঘজান অঞ্চলৰ ১,৬৪৩ পৰিয়ালৰ ৮,২০৮ জন লোক ক্ষতিগ্ৰস্ত হোৱা বুলি স্থানীয় প্ৰশাসনে অইল কৰ্তৃপক্ষক অৱগত কৰিছিল ৷

সেই মতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে স্থানীয় প্ৰশাসনে ৯ টা আশ্ৰয় শিবিৰ স্থাপন কৰি দিছিল ৷ কিন্তু আঢ়ৈ মাহৰো অধিক দিন উকলি যোৱাৰ পিছতো ক্ষতিগ্ৰস্ত লোকসকলে প্ৰাপ্য ক্ষতিপূৰণৰ ধন লাভ কৰিবলৈ সক্ষম নহ’ল বুলি অইলৰ বিষয়া গৰাকীক প্ৰতিবাদকাৰীয়ে জিলা প্ৰশাসনৰ চৰিত্ৰ উদঙাই দিয়ে ৷ ইফালে জিলা প্ৰশাসনে চলোৱা ক্ষয়ক্ষতিৰ জৰীপৰ ক্ষেত্ৰত চুড়ান্ত বিসংগতি সংঘটিত হোৱা বুলিও অভিযোগ তোলে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীয়ে জিলা প্ৰশাসনৰ কিছুমান বিসংগতিৰ সুযোগ লৈ অইল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপুৰণৰ ধন আদায় দিয়াত বিলম্ব কৰাৰো অভিযোগ তোলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BaghjanOil India LimitedProtest
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d