Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ সন্মুখত ধৰ্ষিতা যুৱতীৰ ন্যায় বিচাৰি পোষ্টাৰিং

publisher by publisher
August 22, 2020
in Assam, Crime, India, News
Reading Time: 1 min read
0
বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ সন্মুখত ধৰ্ষিতা যুৱতীৰ ন্যায় বিচাৰি পোষ্টাৰিং
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়

Guwahati High Court:গুৱাহাটীৰ উন্মুক্ত নলা শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ন্যায়ালয়ৰ

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

‘মই ধৰ্ষিতা, মোক ন্যায় লাগে,’ ধৰ্ষণকাৰী আলিফ আলীক ফাঁচী দিয়ক’ আদি শ্লগানেৰে ধৰ্ষিতা এগৰাকীয়ে যুৱতীয়ে ধৰ্ষণকাৰীৰ বিৰুদ্ধে ন্যায় বিচাৰি থানাৰ সন্মুখত পোষ্টাৰিং কৰা কাৰ্যই বঙাইগাঁও জিলাৰ বইটামাৰীত প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে৷বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমা এলেকাৰ বইটামাৰী আৰক্ষী চকীৰ সন্মুখত শুক্ৰবাৰে এগৰাকী ধৰ্ষিতা যুৱতীয়ে ন্যায় বিচাৰি পোষ্টাৰিং কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, পুৱা ভাগত আৰক্ষী চকীৰ অন্তৰ্গত পচাগাঁৱলৰ এই যুৱতী গৰাকীয়ে নিজকে ধৰ্ষিতা বুলি পৰিচয় দি আৰক্ষী চকীটোৰ সন্মুখত উপস্থিত হৈ ‘মই ধৰ্ষিতা, মোক ন্যায় লাগে’, ধৰ্ষণকাৰী আলিফ আলিক ফাঁচী দিয়ক, আদি লিখা থকা পোষ্টাৰ নিজ হাতে আঁৰি দিয়ে।

ADVERTISEMENT

ভুক্তভোগী যুৱতী গৰাকীৰ এই কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, তেওঁক এমাহ পূৰ্বে নিজ গৃহৰ পৰা নিশা ধনতোলাৰ ঘাকপাৰাৰ আহমেদ আলীৰ পুত্ৰ আলিফ আলীয়ে প্ৰৱঞ্চনাৰে পলুৱাই নিছিল। পিছত আলিফে যুৱতী গৰাকীক আৱদ্ধ কৰি গোটেই নিশা উপৰ্যুপৰি ধৰ্ষণ কৰে। ইয়াৰ পিছত এখন গাড়ীত তুলি এজন সহযোগীৰে যুৱতী গৰাকীক ঘৰত নমাই থৈ যায়। কিন্তু পৰিয়ালৰ লোকে ৰাখিবলৈ অমান্তি হোৱাত যুৱতী গৰাকী উপায়ন্তৰ হৈ পুনৰ আলিফৰ ঘৰত উপস্থিত হয়।

এইবাৰ আলিফ আৰু তেওঁৰ মাতৃয়ে যুৱতী গৰাকীক শাৰিৰীক প্ৰহাৰ কৰি খেদি পঠায়। তাৰ পাছত গাঁৱৰক্ষী বাহিনীৰ সম্পাদকে নিৰ্যাতিতা যুৱতী গৰাকীক আশ্ৰয় দি আৰক্ষীক গতাই দিয়ে। যুৱতী গৰাকীৰ পৰিয়ালেও যুৱতী গৰাকীক আলিফ আৰু তেওঁৰ মাতৃয়ে পলুৱাই নি প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ কৰি বইটামাৰী আৰক্ষী চকীত বিগত ২০ জুলাইত এখন এজাহাৰ দাখিল কৰে।

সেই অনুসৰি আৰক্ষীয়েও গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। ইপিনে ৰহস্যজনকভাৱে পৰিয়ালৰ লোকে যুৱতী গৰাকীক আলিফৰ সৈতে বিয়া দিব বুলি আৰক্ষীক অৱগত কৰি যুৱক জনক গ্ৰেপ্তাৰ নকৰিবলৈ অনুৰোধ জনায়। ইপিনে পৰিয়ালটোৱে অভিযুক্ত পক্ষৰেও আলোচনাত বহে বুলি জানিব পৰা গৈছে । কিন্তু আলোচনা বিফল হোৱাত পৰিয়ালটোৱে পুনৰ আৰক্ষীৰ কাষ চাপে।

ইতিমোধ্যে আৰক্ষীয়ে ধৰ্ষণ কাৰ্যত জড়িত যুৱক জনৰ সহযোগী চাহিল আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে যদিও মূল অভিযুক্ত আলিফে পলায়ন কৰি আত্মগোপন কৰাত সন্ধান উলিয়াত ব্যৰ্থ হয় আৰক্ষী। জানিব পৰা মতে, অভিযুক্ত যুৱক জনে ইতিমধ্যে মহামান্য উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱতী কালীন জামিন লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে যুৱতী গৰাকীৰ পৰিয়ালে প্ৰথম অৱস্থাত এজাহাৰত ধৰ্ষণৰ কথা উল্লেখ কৰা নাছিল যদিও নিৰ্যাতিতা যুৱতী গৰাকীয়ে শুক্ৰবাৰে উল্লেখিত থানাৰ সন্মুখত ন্যায় বিচাৰি নিজ হাতে পোষ্টাৰিং কৰা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এতিয়া ধৰ্ষিতা, লাঞ্চিত অসহায় যুৱতী গৰাকীক আৰক্ষী প্ৰশাসনে কেনেদৰে ন্যায় প্ৰদান কৰে এই বিষয়টোৱে তাৎপৰ্য বহন কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GUWAHATI HIGH COURTProtest
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d