Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

    Nagaon Bypolls: নগাঁও লোকসভাৰ উপ- নিৰ্বাচন , পাঁচ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দেৰগাঁৱত নিশা বিজেপি কৰ্মীৰ আক্ৰমণত আহত যুৱক

publisher by publisher
September 2, 2020
in Assam, News
Reading Time: 1 min read
0
দেৰগাঁৱত নিশা বিজেপি কৰ্মীৰ আক্ৰমণত আহত যুৱক
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বহু অঞ্চল ৰাজনৈতিক বতাহো ক্ৰমাৎ উষ্ম হৈ অহা দেখা পোৱা গৈছে। ইয়াৰ মাজতে দেৰগাঁৱৰ খুমটাই সমষ্টিৰ কংগ্ৰেছ আৰু বিজেপি কৰ্মী-সমৰ্থকৰ মাজত খণ্ড যুদ্ধৰ পৰিস্থিতি হয়।

ADVERTISEMENT

প্ৰাপ্ত তথ্য অনুসৰি খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ অনুগামীয়ে এজন যুৱকক হত্যাৰ চেষ্টা কৰাক লৈ নিশাই ৰাইজৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

অনুসূচীত জাতি ছাত্র সন্থাৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি তথা সংবাদসেৱাৰ লগত জড়িত নিৰঞ্জন দাস নামৰ যুৱকজনে পূৱ আৰু মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কে’বাটাও পকী পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ লগতে পঞ্চায়তৰ দ্বাৰা নিৰ্মাণ হোৱা পথটিত বিধায়ক মৃণাল শইকীয়াৰ নাম ফলক লগোৱাক লৈ প্ৰতিবাদ কৰাৰ লগতে বাতৰিও পৰিৱেশন কৰি আহিছিল ।

সেয়ে বিধায়ক শইকীয়াৰ ঘনিষ্ঠ গড়মৰা গাঁৱৰ ৰাজু শইকীয়া নামৰ বিজেপি নেতাজনে দিচৈ তিনিআলিৰ নিৰ্জন ঠাইত নিশাৰ এন্ধাৰৰ সুযোগ লৈ নিৰঞ্জন দাসক দলগতভাৱে আক্ৰমণ কৰে। মাৰপিত কৰাৰ পিছত পথৰ দাঁতিত পেলাই আক্ৰমণকাৰী পলায়ন কৰাৰ পাছত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি চিকিৎসালয়ত ভৰ্তি কৰে । নিৰঞ্জন দাসৰ মূৰত যথেষ্ট আঘাত পোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, গোলাঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাৰ ধিক্কাৰ দি ঘটনাৰ লগত জড়িত বিজেপি নেতা মৃণাল শইকীয়াৰ গুণ্ডাবাহিনীক কঠোৰ শাস্তিৰ দাবী জনায়। লগতে সমাগত নিৰ্বাচনক লক্ষ্য কৰি ভৱিষ্যতে এনে ঘটনা পুনৰ যাতে সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDergaon
publisher

publisher

Related Posts

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !
Assam

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

September 16, 2026
Nagaon Bypolls: নগাঁও লোকসভাৰ উপ- নিৰ্বাচন , পাঁচ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
Assam

Nagaon Bypolls: নগাঁও লোকসভাৰ উপ- নিৰ্বাচন , পাঁচ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d