Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ঢাকাত ঘাটি স্থাপনৰ উদ্দেশ্যে ব্ৰিটিছৰ দ্বাৰস্থ হৈছিল আলফা

publisher by publisher
September 16, 2020
in Assam, News
Reading Time: 1 min read
0
ঢাকাত ঘাটি স্থাপনৰ উদ্দেশ্যে ব্ৰিটিছৰ দ্বাৰস্থ হৈছিল আলফা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ADVERTISEMENT

অবৈধ তথা হিংসাত্মক কার্যকলাপ অব্যাহত ৰখাৰ উদ্দেশ্যে এসময়ত ব্রিটিছ কূটনীতিবিদৰ শৰণাপন্ন হৈছিল আলফা । সম্প্রতি লণ্ডনৰ নেচনেল আর্কাইভছৰ দ্বাৰা প্রকাশিত কিছু নথিৰ পৰা এই তথ্য পােহৰলৈ আহিছে। বিশেষকৈ ৰাষ্ট্রপতি শাসনৰ সময়তে বাংলাদেশৰ ৰাজধানী ঢাকাত নিজৰ ঘাটি স্থাপনত সাহায্য বিচাৰিয়েই আলফাৰ নেতৃত্বই ব্রিটিছ কূটনীতিকৰ কাষ চাপিছিল।

নথিত উল্লেখ আছে যে ১৯৯০ত প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰ বৰ্খাস্ত হােৱাৰ কিছু দিনৰ পূর্বে উত্তৰ-পূবৰ অন্যতম বিচ্ছিন্নতাবাদী সংগঠনটোৱে ডেভিদ অষ্টিন নামৰ ব্রিটিছ কূটনীতিবিদজনক সাক্ষাৎ কৰিছিল । ইয়াৰ কিছুদিনৰ পাছতেই ভাৰতীয় সেনাই আলফাৰ বিৰুদ্ধে ‘অপাৰেচন বজৰং আৰম্ভ কৰে ।

অষ্টিনে এই সন্দৰ্ভত লিখা এক টোকা সম্প্রতি নেচনেল আর্কাইভছে সদৰী কৰিছে। প্রকাশিত সেই নথি অনুসৰি, অসমৰ চাহ বাগিচাসমূহত ব্রিটেইনৰ ব্যৱসায়িক স্বার্থ জড়িত হৈ আছিল । সেই কার্যত নিয়মিতৰূপে বাধা দি আহিছিল পৰৱৰ্তী সময়ত নিষিদ্ধ ঘােষিত হােৱা আলফাই ।

একে সময়তে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ আলফাক ব্রিটিছ চৰকাৰৰ সাহায্যৰাে প্রয়ােজন হৈছিল । সেই কাৰণেই অষ্টিনক আলফাই অসমত নিজৰ শিবিৰ, ঘাটি আদি স্বচক্ষে দেখুওৱাৰ ইচ্ছা প্রকাশ কৰিছিল। উল্লেখ্য যে ১৯৯০ত অসমৰ ৰাজনৈতিক পৰিৱেশ যথেষ্ট অস্থিৰ আছিল। সেই সময়ত মহন্ত চৰকাৰ কেন্দ্ৰৰ ভি পি সিং নেতৃত্বাধীন নেচনেল ফ্রন্ট চৰকাৰ সহযােগী আছিল।

সেই সময়ত আলফাই অসমত আধিপত্য চলাই নির্বিচাৰে হিংসাত্মক কার্যকলাপ অব্যাহত ৰাখিছিল। কেন্দ্ৰত ভি পি সিং চৰকাৰৰ পতনৰ পাছতে কম দিনৰ বাবে প্রধানমন্ত্রী হয় চন্দ্রশেখৰ । তেতিয়াই কেন্দ্রই সেই বছৰৰ ২৭ নৱেম্বৰত মহন্ত চৰকাৰক বৰ্খাস্ত কৰি অসমত ৰাষ্ট্রপতি শাসন জাৰি কৰাৰ উপৰি আলফাক নিষিদ্ধ ঘােষণা কৰি সেনা অভিযান আৰম্ভ কৰে। হয়তাে সেনা অভিযানৰ সম্ভাৱনীয়তা সম্পর্কে আলফা নেতৃত্ব অৱগত হৈছিল।

সেয়ে ৰাষ্ট্রপতি শাসনৰ পূর্বেই আলফাই ঢাকাত মূল ঘাটি স্থাপনৰ পৰিকল্পনা আৰম্ভ কৰিছিল। টোকাটোত উল্লেখ কৰা হৈছে যে ১৯৯০ দুই অক্টোবৰত আলফাৰ সেই সময়ৰ তিনি শীর্ষ নেতা সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গােলাপ বৰুৱা, প্ৰচাৰ সম্পাদক সিদ্ধার্থ ফুকন ওৰফে সুনীল নাথ আৰু ইকবালে ব্রিটিছ কূটনীতিবিদ অষ্টিনক সাক্ষাৎ কৰে ।

অৱশ্যে সাক্ষাতৰ স্থান সম্পর্কে অষ্টিনে কোনাে তথ্য উল্লেখ কৰা নাই। আলফা নেতৃত্বৰে হােৱা এই সাক্ষাৎ পর্বক ব্যাখ্যা কৰি লণ্ডনলৈ প্ৰেৰণ কৰা এটা টোকাত অষ্টিনে কেৱল এটা শব্দই ব্যৱহাৰ কৰিছে, সেয়া হ’ল ‘আকর্ষণীয়।

আনহাতে, সেই বছৰৰ চাৰি অক্টোবৰত লণ্ডনৰ মুখ্য কার্যালয়লৈ প্ৰেৰণ কৰা টোকাটোত অষ্টিনে এটা প্রশ্নও উত্থাপন কৰে । অষ্টিনৰ মতে, আলফাৰ অনুপ্ৰেৰণা হৈছে ইজৰাইল । শত্ৰু আৰব বিশ্বই চৌদিশে ঘেৰি ৰখাৰ পাছতাে যদি ইজৰাইল স্বাধীন হ’ব পাৰে, তেন্তে ভাৰতীয় সেনাৰ দ্বাৰা ঘেৰি ৰখাৰ পাছতাে অসমে কিয় নিজকে ৰাষ্ট্র ঘােষণা কৰিব নােৱাৰিব?

উল্লেখ্য যে আলফাৰ তৰফৰ পৰা সেই সাক্ষাতত অষ্টিনক অসমৰ লখিমপুৰ জিলাত থকা এটা প্রশিক্ষণ শিবিৰ, কিছু প্রচাৰ পুস্তিকাসহ বহুতাে ফটো দেখুওৱা হৈছিল । ইয়াৰে এখন ফটো আছিল চীন সীমান্তৰ । ফটোত চীন সেনাৰ তদানীন্তন জনসংযােগ বিষয়াসকলৰ স’তে আলফাৰ সেনা প্রধান পৰেশ বৰুৱাক দেখা গৈছিল ।

অষ্টিনে নিজৰ টোকাত লগতে লিখিছে, ‘আলফাৰ সেই তিনি সদস্যই প্রধানকৈ চাৰিটা ক্ষেত্ৰত সাহায্য বা পৰামৰ্শ বিচাৰিছে । এক, আলফাৰ কার্যকলাপ আৰু লক্ষ্যসমূহক প্রচাৰ কৰাত ব্রিটেইনৰ সমর্থন । দুই, ইংলণ্ডত। আলফাৰ নিজৰ কার্যালয় স্থাপন কৰিব পাৰিব নে নাই সেই বিষয়ত পৰামর্শ। তিনি, ঢাকাত সংগঠিত অন্যান্য পশ্চিমীয়া কূটনৈতিক কার্যকলাপৰ বিষয়ে কিছু তথ্য। আৰু চাৰি, সাহায্যৰ ক্ষেত্ৰত ইজৰাইল কর্তৃপক্ষৰ স’তে যােগাযােগৰ উপায়।

অৱশ্যে আলফাৰ বিভিন্ন প্রশিক্ষণ শিবিৰ পৰিদৰ্শনৰ আহ্বানত অষ্টিনে কাণ নিদিলে । তেওঁ লগতে লিখিছে, ‘আলফাৰ প্ৰচাৰ লাভৰ এই কৌশল একেবাৰে নতুন আছিল। ভাৰত ৰিছাৰ্চ এণ্ড এনালাইটিকেল উইংৰ হস্তক্ষেপ অবিহনেই বাংলাদেশত বিদেশী কূটনৈতিক অভিযানত যাবলৈ আলফা সক্ষম হৈছিল। যিটো দিল্লীত বহি কোনােপধ্যে সম্ভৱ নাছিল ।

মন কৰিবলগীয়া যে সেই বছৰৰ পাঁচ নৱেম্বৰত দিল্লীৰ ব্রিটিছ উচ্চায়ুক্তৰ কার্যালয়ত অষ্টিনৰ সেই টোকাক ‘অসাধাৰণ’ আখ্যা দিছিল আন এজন ব্রিটিছ কূটনীতিবিদ ডি ডি ডব্লিউ মার্টিনে। দেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰলৈ লিখা এক পত্ৰত মার্টিনে কয়, তেওঁলােকে (আলফা) এতিয়া পশ্চিমী কূটনীতিকসকলক লক্ষ্য কৰি লােৱাৰ সিদ্ধান্ত লৈছে।

মার্টিনৰ মতে, অষ্টিনৰ নােটত চীনৰ সন্দৰ্ভত যিবােৰ কথা উল্লেখ কৰা হৈছে সেইবােৰ যথেষ্ট নতুন আৰু আকর্ষণীয়। ব্রিটিছ কূটনীতিবিদ মার্টিনে লগতে লিখিছে, ইয়াৰ পূর্বে অসমৰে এজন কংগ্রেছ । বিধায়কৰ মুখত চীন আৰু আলফাৰ এই ভ্রাতৃত্বৰ সম্পর্কে শুনিছিলাে ।

তেওঁৰ অভিযােগ আছিল, চীনৰ এই আধিপত্যৰ সন্দৰ্ভত ভাৰতীয় চোৰাংচোৱাসকলে সকলাে কথাই জানিছিল; কিন্তু ভাৰত-চীন সম্পর্ক অটুট ৰখাৰ বাবে তেওঁলােকে এই সম্পর্কত মুখ বন্ধ ৰাখে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDhaka
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d