Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ ১৭,৫০০ পৃষ্ঠাৰ চাৰ্জছীট দাখিল

publisher by publisher
September 16, 2020
in India, News
Reading Time: 1 min read
0
দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ ১৭,৫০০ পৃষ্ঠাৰ চাৰ্জছীট দাখিল
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

IYC President Arrested in Delhi:যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবকক গ্ৰেপ্তাৰ

Delhi:দিল্লীত গ্ৰেপ্তাৰ গুৱাহাটীৰ মহিলা

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ পৰিপ্ৰেক্ষিতত ২৪ ফ্ৰেব্ৰুৱাৰীত দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হয় । দিল্লীত হোৱা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত আজি দিল্লী আৰক্ষীয়ে ১৭,৫০০তকৈ অধিক পৃষ্ঠাৰ চাৰ্জছীট আদালতত দাখিল কৰে ৷ আজি প্ৰায় ১৫ জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জছীট দাখিল হয় ।

ADVERTISEMENT

সম্প্ৰতি ওমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ সন্দৰ্ভত চাৰ্জছীট দাখিল হোৱা নাই। তেওঁলোকৰ নাম Supplementary Chargesheetত আহিব  ৷ আজি আৰক্ষীয়ে দাখিল কৰা চাৰ্জছীটত ১৭,৫০০ তকৈ অধিক পৃষ্ঠা আছে ৷ আৰক্ষীৰ বিশেষ শাখাই আজি দুখন বাহনত চাৰ্জছীটসহ আদালতলৈ ৰাওনা হয় ৷  লগতে ডিজিপি কুশবাহাও উপস্থিত থাকে ।

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে এই চাৰ্জছীটত আছে ৭৪৫ জন সাক্ষী ৷ চাৰ্জছীটৰ প্ৰমাণ হিচাপে আছে চিডি আৰ, হোৱাটছএপ গ্ৰুপ আৰু বহুতো ।আৰক্ষীৰ মন্তব্য অনুসৰি তেওঁলোকে এই চাৰ্জছীটত যি ধাৰা লগাইছে সকলো প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে লগাইছে । সম্প্ৰতি তদন্ত হৈ আছে ৷ পিছত Supplementary Chargesheetত দাখিল কৰা হ’ব ।

উল্লেখযোগ্য যে দিল্লীৰ হিংসাত্মক ঘটনাৰ লগত জৰিত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা JNUৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক সোমবাৰে দিল্লীৰ আদালতে ১০ দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত দিয়ে । ওমৰ খালিদক দিল্লী আৰক্ষীৰ বিশেষ শাখাই দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল ।

ইপিনে ওমৰ খালিদৰ নাম দিল্লীৰ হিংসাত্মক ঘটনাৰ চাৰ্জছীটৰ প্ৰতিটো পৃষ্ঠাতে আছে । দিল্লী আৰক্ষীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অহাৰ পূৰ্বে অভিযুক্তসকলৰ কথা বতৰা, তেওঁলোকৰ বৈঠক, তেওঁলোকৰ কল ৰেকৰ্ড আদি সকলোবোৰ অধ্যয়ন কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে ।

দিল্লী আৰক্ষীৰ বিশেষ শাখাই জাফৰাবাদত হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত গোচৰ নম্বৰ ৫০/২০ ৰ আধাৰত তাহিৰ হুছেইন, দেবাংগনা কলিতা, নতাশা নৰৱাল, গুলফিছ ফাতিমাৰ বিৰুদ্ধে Supplementary Chargesheetত দাখিল কৰে ।

আনহাতে দিল্লীত হোৱা এই হিংসাত্মক পৰিস্থিতিত ৫৩ জন লোকৰ মৃত্যু হয় । আহত হয় ২০০ তকৈও অধিক লোকৰ । আৰক্ষীৰ মতে এই সন্দৰ্ভত ৭৫১ খন এফআইআৰ দাখিল কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi PoliceDelhi RiotsDelhi Violence
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d