Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তলাবন্ধঃ প্ৰধানমন্ত্ৰী আঁচনিৰ পৰা বঞ্চিত অসম

publisher by publisher
September 30, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধঃ প্ৰধানমন্ত্ৰী আঁচনিৰ পৰা বঞ্চিত অসম
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সদাব্যস্ত ৰাজধানী মহানগৰীৰ পদপথত এখন সৰু দোকান দি দৈনিক উপাৰ্জনেৰে জীৱন অতিবাহিত কৰা পদপথৰ ব্যৱসায়ীসকল এই দীঘলীয়া তলাবন্ধত কি দৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে তাক নকৈ কোৱাৰ প্ৰয়োজন নাই। এদিন উপাৰ্জন বন্ধ হ’লেই পৰিয়াল চলাবলৈ সমস্যা হোৱা এইসকল ব্যৱসায়ীৰ অধিকাংশ মূলধনৰ অভাৱত যোৱা ছমাহ বন্ধ কৰি থ’ব লগা হোৱাত অৱস্থা অতি শোচনীয় হৈ পৰিছে ৷

ADVERTISEMENT

এই পদপথৰ ব্যৱসায়ীসকলক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ “পি এম ষ্ট্ৰীট ভেণ্ডৰ্চ আত্মনিৰ্ভৰ আঁচনি” ঘোষণা কৰিছিল যদিও বিশেষকৈ আধাৰ কাৰ্ড নথকাৰ বাবেই ৰাজ্যৰ বৃহৎ সংখ্যক ব্যৱসায়ীয়ে ইয়াৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে ৷উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে দেশৰ ৫০ লাখ পদপথৰ ব্যৱসায়িক ১০ হেজাৰ টকাকৈ ঋণ দিয়াৰ আঁচনি গ্ৰহণ কৰি বন্ধ হৈ পৰা ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে ।

কিন্তু অসমত সংশ্লিষ্ট পক্ষই আঁচনিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত কোনো গুৰুত্ব নোলোৱাৰ অভিযোগ তুলি একাংশ পদপথৰ ব্যৱসায়ীয়ে আধাৰ কাৰ্ড উলিওৱাৰ ব্যৱস্থা ৰাজ্যত সুচল নোহোৱাত হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে । উল্লেখযোগ্য যে ৰাজধানী মহানগৰীত ২০১৫ ৰ পৌৰ নিগমৰ গণনা অনুসৰি পদপথৰ ব্যৱসায়ীৰ সংখ্যা প্ৰায় ৭,১৮৩ জন যদিও এতিয়া ইয়াৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

ইয়াৰ অধিকাংশই তলাবন্ধৰ ফলত আৰ্থিকভাৱে কোঙা হৈ বৰ্তমানেও মূলধনৰ অভাৱত পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই। এই পদপথৰ ব্যৱসায়ীসকলক পি এম ষ্টীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ অসম ৰাজ্যিক নগৰ জীৱিকা অভিযানে মহানগৰীৰ ১১ টা স্থানত অনলাইন আবেদন কেন্দ্ৰ স্থাপন কৰিছে যদিও অধিকাংশ ভুক্তভোগীয়েই আবেদন কৰিব পৰা নাই বুলি উল্লেখ কৰিছে পথ ব্যৱসায়ী সন্থাই ।

সন্থাৰ সভাপতি চন্দন গোস্বামীয়ে সদৰী কৰা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ ক্ষতিগ্ৰস্ত পদপথ ব্যৱসায়ীসকলক এই আঁচনিৰ লাভ ল’বলৈ যিদৰে চৰকাৰ আৰু সংশ্লিষ্ট প্ৰশাসনে সহযোগ কৰিছে তাৰ ব্যতিক্ৰম পৰিলক্ষিত হৈছে অসমত ৷তদুপৰি মহানগৰীৰ অনলাইন কেন্দ্ৰসমূহত থকা কৰ্মচাৰীসকলৰ যোগ্যতাৰ অভাৱত বহু ব্যৱসায়ীয়ে বৰ্তমানলৈকে আবেদন কৰিব পৰা নাই বুলি তেওঁ অভিযোগ কৰি অধিকাংশ অশিক্ষিত পদপথ ব্যৱসায়ীক চৰকাৰী কৰ্মচাৰীসকলে এই ক্ষেত্ৰত সহায় নকৰে বুলি আক্ষেপেৰে কয় ।

ইফালে পদপথৰ ব্যৱসায়ীসকলে এই আঁচনিৰ সুবিধা লাভ কৰা লৈকে সকলো শেষ হৈ যাব বুলি মন্তব্য কৰিছে সম্পাদক গোস্বামীয়ে ৷গোস্বামীয়ে কয়” আমি বৰ্ণনা কৰিব নোৱাৰা অৱস্থাত আছো ৷ ভাড়াঘৰত থাকি ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া বহুজনক ইতিমধ্যে ভাড়াঘৰৰ মালিকে উলিয়াই দিছে ৷বহুজনক কোঠা খালী কৰিবলৈ নিৰ্দেশ দিছে ৷ৰাজ্য চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থাৰে ব্যৱসায়ীসকলক কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰি ব্যৱসায় আৰম্ভ কৰাৰ সুবিধা কৰি দিলে বহু সকাহ পালোহেঁতেন ৷

উল্লেখযোগ্য যে এই সংক্ৰান্তত পথ ব্যৱসায়ী সন্থাই কে’বাবাৰো জিলা উপায়ুক্তক সাক্ষাৎ কৰিছিল যদিও আজিলৈকে কোনো সদুত্তৰ নাপালে ৷এই সন্দৰ্ভত শতাধিক পৰিয়ালৰ জীৱিকা পুনৰোজ্জীৱিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা সহায়ৰ হাত বিচাৰি পথ ব্যৱসায়ী সন্থাই কয়”আমি প্ৰশাসনক আহ্বান জনাওঁ যে আমাৰ বাবে অন্তত সোনকালে আধাৰ কাৰ্ড উলিওৱাৰ এক ব্যৱস্থা কৰি দিয়ক ৷ যাতে আমি পি এম ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিব পাৰো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamLockdown
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d