Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰশ্ন কাকত ফাদিলৰ নায়ক ক’ত?

publisher by publisher
October 2, 2020
in Assam, News
Reading Time: 1 min read
0
প্ৰশ্ন কাকত ফাদিলৰ নায়ক ক’ত?
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদত নিযুক্তিৰ বাবে আয়ােজিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকা মূল অভিযুক্তক গ্রেপ্তাৰ বাদেই, সুদীর্ঘ ১১ দিন উকলি যােৱাৰ পাছতাে সংশ্লিষ্টসকলৰ শুংসুত্রই উলিয়াব পৰা নাই ৰাজ্য চৰকাৰৰ ‘স্মার্ট’ আৰক্ষীয়ে। ফলত এই পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পর্কত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ গােচৰৰ তদন্ত প্রক্রিয়া এক নির্দিষ্ট পর্যায়তে স্তব্ধ হােৱাৰ আশংকা ঘনীভূত হৈছে। এই সম্পর্কত ইতিমধ্যে প্রয়ােজনীয় সকলাে ধৰণৰ ৰণকৌশলাে সাজু হৈ উঠিছে ।

ADVERTISEMENT

গৃহ বিভাগৰ এক সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, এই আই পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ ৰাজ্যত সৃষ্টি কৰা জোঁকাৰণি আজিও অব্যাহত আছে। ইয়াৰ প্ৰভাৱত যাতে এক পৃষ্ঠাৰ পৰা বিধানসভাৰ আসন্ন নির্বাচনত শাসকীয় বিজেপিয়ে যাতে শ’লঠেকত পৰিবলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখিয়ে ইতিমধ্যে এই কেলেংকাৰিত নাম সাঙোৰ খাই পৰা বিজেপি নেতা দ্বিবন ডেকাক প্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

অৱশ্যে প্রশ্নকাকত ফাদিল সম্পর্কত ৰুজু হৈ থকা গােচৰৰ পৰিৱর্তে আন এক গােচৰতহে অভিযুক্ত দ্বিবন ডেকাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে যদিও প্রশ্নকাকত ফাদিল সম্পর্কীয় গােচৰৰ অন্যতম অভিযুক্ত প্রাক্তন ডি আই জি প্রশান্ত কুমাৰ দত্তৰাে আজি পর্যন্ত কোনাে শুংসূত্র উলিয়াব পৰা নাই চি আই ডিকে ধৰি তদন্তকাৰী সংস্থাসমূহে। স্বয়ং প্রাক্তন আৰক্ষী বিষয়াৰে শুংসূত্র উলিয়াব নােৱৰা স্মার্ট আৰক্ষীয়ে প্রশ্নকাকত ফাদিল সম্পর্কত ৰুজু হৈ থকা গােচৰৰ তদন্ত প্রক্রিয়া কিমান আগুৱাই নিবলৈ সক্ষম হ’ব সেয়া সহজেই অনুমেয় বুলিও সূত্ৰটোৱে কয়।

কিহৰ বাবে এই আশংকা ?

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ বাবে নিযুক্তি ব’র্ডে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হােৱাৰ ঘটনাৰ সুদীর্ঘ ১১ দিন উকলি যােৱাৰ পাছতাে চি আই ডিয়ে সমগ্র ঘটনাৰ মূল অভিযুক্তৰূপে চিহ্নিত হােৱাসকলক গ্রেপ্তাৰ কৰাটো দূৰৈৰে কথা অন্যতম অভিযুক্ত প্রাক্তন ডি আই জি পি কে দত্তৰে শুংসূত্র উলিয়াব পৰা নাই। অথচ সমগ্র প্রক্রিয়াৰ লগত পি কে দত্ত জড়িত থকাৰ কথা ইতিমধ্যে জেৰাত স্বীকাৰ কৰিছে অন্যতম চাকৰি প্রত্যাশী হীৰকজ্যোতি বৰুৱাকে ধৰি প্ৰাক্তন ডি আই জিৰ সহযােগীসকলে। তৎসত্ত্বেও চি আই ডিয়ে অভিযুক্ত দত্তৰ কাষেই চাপিব পৰা নাই বর্তমানেও।

ইয়াৰ অজুহাততে প্রশ্নকাকত ফাদিলৰ মূল উৎসৰ কোনাে তথ্য আহৰণ কৰিবলৈ সক্ষম হােৱা নাই বুলি চি আই ডিয়ে প্রকাশ কৰি আহিছে। ফলত সমগ্ৰ ঘটনাৰ তদন্ত প্রক্রিয়া পি কে দত্ত পর্যায়তে সীমাবদ্ধ থকাৰ সম্ভাৱনা প্ৰৱল বুলি সূত্ৰটোৱে জনায়। এই সম্পর্কত সূত্ৰটোৱে জনােৱা মতে, প্রশ্নকাকত ফাদিলৰ গােচৰত গ্রেপ্তাৰ হােৱা প্ৰথমজন অভিযুক্ত হীৰকজ্যোতি ৰৱাৰ ম’বাইললৈ প্রাক্তন ডি আই জি দত্তই পৰীক্ষাৰ পূর্বে হােৱাটছএপৰ জৰিয়তে প্রশ্নকাকত প্ৰেৰণ কৰে। এই কথা স্বীকাৰ কৰাৰ পাছতে ধৃত হীৰকে ব্যৱহাৰ কৰা ম’বাইল হেণ্ডছেটটো জব্দ কৰে চি আই ডিয়ে ।

অৱশ্যে পলাতক ডি আই জিয়ে পৰীক্ষাৰ পূর্বে প্রশ্নকাকত কাৰ পৰা কেনেকৈ পালে সেই সম্পর্কত চি আই ডিয়ে আজি পর্যন্ত কোনাে তথ্য উদ্ধাৰ কৰিব পৰা নাই; কিন্তু হােৱাটছএপৰ জৰিয়তে উপ-পৰিদৰ্শক পদৰ অন্যতম প্রার্থী হীৰকজ্যোতিৰ ম’বাইললৈ প্রশ্নকাকত প্ৰেৰণ সম্পর্কীয় অভিযােগক অধিক প্রাধান্য দি চি আই ডিয়ে পি কে দত্তৰ সহযােগী লগতে উৎকোচ আদায় দি পৰীক্ষাৰ পূর্বে প্রশ্নকাকত সংগ্রহ কৰা নিবনুৱা যুৱক- যুৱতীসকলৰ সন্ধান তীব্রতৰ কৰি তুলিছে অভিযান । ফলত এটা নির্দিষ্ট পর্যায়ত স্বাভাৱিকভাৱে সমগ্ৰ ঘটনাৰ তদন্ত প্রক্রিয়া স্তব্ধ হৈ পৰাটো নিশ্চিত বুলি সূত্ৰটোৱে কয় ।

লগতে মহানগৰ আৰক্ষীৰ জালত পৰা বিজেপি নেতা দ্বিবন ডেকাই প্রাক্তন ডি আই জি দত্তৰ উপৰি আন কে’বাজনাে প্রভাৱশালী ব্যক্তি এই ঘটনাত জড়িত থকাৰ কথা ফেচবুকৰ জৰিয়তে আপডেট দিয়ে। কুখ্যাত প্রাক্তন আৰক্ষী বিষয়া পি কে দত্ত সংশ্লিষ্ট গােচৰৰ মূল অভিযুক্ত হিচাপে প্রতিপন্ন কৰাৰ বাবে তদন্তকাৰী সংস্থাসমূহে ওপৰ মহলৰ নিৰ্দেশত প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰা বুলি সূত্ৰটোৱে জনায় ।

ফলত প্রশ্নকাকত ফাদিলৰ প্রকৃত উৎসৰ তথ্য পােহৰলৈ নহাকৈয়ে তদন্ত প্রক্রিয়া সম্পন্ন হােৱাৰ সম্ভাৱনা প্ৰবল বুলি সূত্ৰটোৱে উল্লেখ কৰে। মূল চক্রান্তকাৰীসকল অতি প্ৰভাৱশালী হােৱা হেতুকেই যে তেওঁলােকক সুৰক্ষা প্রদানৰ বাবে কৌশলৰে প্রচেষ্টা চলােৱা হৈছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে। অৱশ্যে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ মূৰত মাধমাৰ শােধােৱা এই কেলেংকাৰিৰ মূল চক্রান্তকাৰীসকল ধৰা নপৰালৈকে অসমৰ ৰাইজ ক্ষান্ত হােৱাৰ সম্ভাৱনা ক্ষীণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam PoliceSI Exam
publisher

publisher

Related Posts

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d