Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এছ পি ৰ আৱাসতে প্ৰশ্নকাকত ফাদিল

publisher by publisher
October 14, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
এছ পি ৰ আৱাসতে প্ৰশ্নকাকত ফাদিল
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাৰ মূল অভিকেন্দ্ৰ আছিল কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱন? তদন্তৰ এই দিশে তথ্য পােহৰলৈ অহাৰ পাছতে প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পর্কত চি আই ডিত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ গােচৰত এইবাৰ কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ গ্রেপ্তাৰৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।

ADVERTISEMENT

চি আই ডিৰ সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকতৰ টোপােলাসমূহ যােৱা ১৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণৰ ব্যৱস্থা কৰে অসম আৰক্ষী নিযুক্তি ব’র্ডে। দূৰণিবটীয়া জিলা হিচাপে এই ক্ষেত্ৰত অগ্রাধিকাৰ লাভ কৰে কৰিমগঞ্জ জিলাৰ পৰা অহা তিনিজনীয়া আৰক্ষীৰ দলে।

সেইমর্মে সিদিনাই কৰিমগঞ্জ জিলাৰ তিনিজনীয়া আৰক্ষীৰ দলটো নিশাৰ ভাগত কৰিমগঞ্জত উপস্থিত হয়, কিন্তু আৰক্ষীৰ দলটোৱে প্রশ্নকাকতৰ টোপােলা মজুত থকা ষ্টীলৰ বাকচটো পােনে পােনে জিলাখনৰ নির্দিষ্ট ষ্ট্রং ৰূমলৈ নিয়াৰ পৰিৱৰ্তে প্ৰথমতে কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ চৰকাৰী বাসভৱনলৈ নিয়ে।

প্রায় আধা ঘণ্টা পাছতহে প্রশ্নকাকত মজুত থকা বাকচটো ষ্ট্ৰং ৰূমলৈ নিয়াৰ ব্যৱস্থা কৰে অসম আৰক্ষীৰ দশম আৰক্ষী বেটেলিয়নৰ মুখ্য কার্যালয়ৰ পৰা প্রশ্নকাকত চমজি লােৱা তিনিজনীয়া আৰক্ষীৰ দলটোৱে ।

যােৱা ১০ ছেপ্টেম্বৰৰ পৰা কৰিমগঞ্জ জিলাৰ আৱর্ত ভৱনত বাহৰ পাতি থকা চি আই ডিৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে চলােৱা জেৰাৰ সময়ত কৰিমগঞ্জ জিলাৰ এম টি অ’ শাখাৰ দুই কনিষ্টবল আৰু প্রশ্নকাকত নিয়াৰ বাবে ব্যৱহাৰ কৰা বাহনখনৰ চালকে জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰে।

ইয়াৰ ভিত্তিতে চি আই ডিয়ে ইতিমধ্যে কৰিমগঞ্জলৈ প্রশ্নকাকত কঢ়িয়াই নিয়া দুই কনিষ্টবলৰ লগতে এজন চালকক মঙলবাৰে আটক কৰা বুলিও সূত্ৰটোৱে জনায়।

কোনে ফাদিল কৰিলে প্রশ্নকাকত?

কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ নেতৃত্বতে যে প্রশ্নকাকত ফাদিল হৈছিল সেয়া ক্রমশ স্পষ্ট হৈ পৰিছে বুলি চি আই ডি সূত্রই দাবী কৰে। তৎসত্ত্বেও তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক হুৰমূৰকৈ গ্রেপ্তাৰৰ পূর্বে বিজ্ঞানসন্মত তথ্য প্রমাণ তথা সাক্ষী সংগ্ৰহৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে তদন্তকাৰী সংস্থাটোৱে।

চি আই ডিৰ সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, প্রশ্নকাকত ফাদিলক লৈ গােচৰ ৰুজু কৰাৰ পাছৰে পৰা চলােৱা তদন্তৰ সময়তে কৰিমগঞ্জ জিলাৰ নাম চর্চালৈ আহে। নিযুক্তি ব’র্ডৰ তদানীন্তন অধ্যক্ষ প্রদীপ কুমাৰে এজাহাৰ দাখিলৰ সময়ত চি আই ডি থানাত উপস্থিত থকা ধৃত বিজেপি নেতা দ্বিবন ডেকা আৰু মেছাৰ্ছ অক্ষয় টেলি কমিউনিকেচ্ছনৰ পলাতক সঞ্চালক গৌতম মেছে।

এই ইংগিত প্রদান কৰে, কিন্তু উক্ত সময়ছােৱাত এই সম্পর্কত পর্যাপ্ত পৰিমাণে নিশ্চিত তথা বিজ্ঞানসন্মত কোনাে তথ্য- প্রমাণ মজুত নথকা বাবে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভ্ৰাতৃ তথা কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক গ্রেপ্তাৰ কৰা দূৰৈৰে কথা, সােধ-পােছ কৰিবলৈকো আগবঢ়া নাছিল ।

লগতে অধীক্ষক সঞ্জীত কৃষ্ণ আৰক্ষী বিভাগত কৰ্মৰত হৈ থকা হেতুকে পলায়ন কৰাৰ সম্ভাৱনীয়তাও ক্ষীণ।সেয়েহে আৰক্ষী অধীক্ষকজনক সােধ-পােছ কিম্বা গ্রেপ্তাৰৰ পৰিৱর্তে প্রয়ােজনীয় তথ্য-প্রমাণ নিশ্চিতকৰণৰ স্বাৰ্থত মেছাৰ্ছ অক্ষয় টেলি কমিউনিকেছনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকাৰ সন্ধানত অভিযান তীব্ৰতৰ কৰা হয়।

প্রশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকাই সহযােগী সৰােজ শর্মাৰে মিলি আত্মগােপন কৰে। পাছত উপায়ান্তৰ হৈ যােৱা ন অক্টোবৰত ৰুবুল হাজৰিকা আৰু সুৰজ শর্মাই পৃথক পৃথক স্থানত চি আই ডিৰ জালত পৰে।

ইয়াৰ পাছৰে পৰা চলােৱা জেৰাৰ সময়ত ধৃত ৰুবুল হাজৰিকাই কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনৰ পৰাই প্রশ্নকাকত ফাদিল হােৱাৰ কথা স্বীকাৰ কৰে। ধৃত ৰুবুলৰ স্বীকাৰােক্তিৰ ভিত্তিতে নিশাৰ ভাগতে যােৱা ন অক্টোবৰত বৰাকলৈ ৰাওনা হয় চি আই ডিৰ এটা বৃহৎ দল।

যােৱা ১০ অক্টোবৰৰ পৰা বৰাকত বাহৰ পতা চি আই ডিৰ দলটোৱে সিদিনাই কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ চৰকাৰী বাসভৱনত তালাচী চলায়। লগতে সিদিনাই অভিযুক্ত আৰক্ষী অধীক্ষকজনৰ ম’বাইল হেণ্ডছেট দুটা জব্দ কৰি পৰীক্ষাৰ বাবে ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়লৈ প্ৰেৰণ কৰে।

এই মুহূৰ্তলৈকে ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়ৰ প্রতিবেদন অহা নাই যদিও সঞ্জীত কৃষ্ণৰ ছত্রছায়াতে প্রশ্নকাকত ফাদিল হােৱাৰ পর্যাপ্ত তথ্য আহৰণ কৰা বুলি চি আই ডিয়ে দাবী কৰে।

প্রশ্নকাকত ফাদিলৰ উদ্দেশ্যেই তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণই প্রশ্নকাকতৰ টোপােলা থকা বাকচটো কৰ্তব্যৰত সংশ্লিষ্ট আৰক্ষীক চৰকাৰী বাসভৱনলৈ নিয়াৰ বাবে যােৱা ১৮ ছেপ্টেম্বৰত ফোনযােগে নির্দেশ দিয়াৰ কথা ধৃত ৰুবুলে জেৰাত স্বীকাৰ কৰা বুলি সূত্ৰটোৱে জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAssam PoliceSI Exam
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d