Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাৰ কাৰ জেপত সোমাল এশ কোটি?

publisher by publisher
October 16, 2020
in Assam, News
Reading Time: 1 min read
0
পুনৰ নগদ ধন উদ্ধাৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

হাতীৰ দাঁতৰ দৰেই হ’ব নেকি আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদত নিযুক্তিৰ নামত সংঘটিত বিয়াগােম কেলেংকাৰিৰ তদন্ত প্রক্রিয়া? এক নির্দিষ্ট পর্যায়তে এই সম্পর্কত ৰুজু হৈ থকা গােচৰসমূহৰ তদন্ত প্রক্রিয়া থমকি ৰব নেকি ? প্রশ্নকাকত ফাদিলৰ ঘটনাক লৈ চি আই ডিকে ধৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা গােচৰৰ তদন্ত প্রক্রিয়াৰ ৰেহৰূপ দেখিয়ে উত্থাপিত হৈছে এই ধৰণৰ প্রশ্ন। বিশেষকৈ আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত মাত্র তিনিমাহতে দালাল চক্রই এশ কোটি টকাৰ লেনদেন কৰাৰ তথ্য উন্মােচিত হােৱাই নহয়, ৰাজ্যৰ প্রান্তে প্রান্তে কোটি কোটি টকা উদ্ধাৰৰ পাছতাে সংশ্লিষ্ট ধনৰাশিৰ উৎসৰ সন্ধানত তদন্তৰ বাবে আজি পর্যন্ত নির্দেশনা লাভ কৰা নাই তদন্তকাৰী সংস্থাসমূহে ।

ADVERTISEMENT

গৃহ বিভাগৰ সূত্ৰই  এই কথা সদৰী কৰি জনােৱা মতে, প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পর্কত চি আই ডি থানাত ২১/২০২০ নম্বৰত ৰুজু কৰা গােচৰৰ অনুসন্ধানৰ সময়তে আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত মাত্র তিনিমাহতে দালাল চক্রই কমেও এশ কোটি টকাৰ লেনদেন কৰাৰ তথ্য পােহৰলৈ আহে। অনুৰূপ তথ্য পােহৰলৈ আহে নিযুক্তিৰ নামত নগদ ধনৰ লেনদেন সম্পর্কত মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানাত ৰুজু হৈ থকা ১৩/২০২০ নম্বৰ গােচৰৰ অনুসন্ধানতাে ।

সংশ্লিষ্ট তদন্তকাৰী সংস্থাৰ তথ্যৰ ভিত্তিতে অভিযান চলাই বঙাইগাঁও, চিৰাং আৰু বৰপেটা আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই যােৱা ১০ অক্টোবৰত অভয়াপুৰীৰ তাৰিণী বণিক্যৰ বাসগৃহৰ পৰা নগদ ৩,৩৩,৩৬,৪০০ টকা, বৰপেটাৰ দেৱৰাজ দাসৰ বাসগৃহৰ পৰা ১,৮৫,০৫,৭০০ টকা, বঙাইগাঁৱৰ প্রদীপ মজুমদাৰৰ বাসগৃহৰ পৰা ১৫,৪৬,৫০০ টকা আৰু চিৰাঙৰ চুলতান আলীৰ বাসগৃহৰ পৰা নগদ তিনি লাখ টকা উদ্ধাৰ কৰে ।

পশ্চিম অসমৰ তিনিখন জিলাত নগদ ধনৰ উজান উঠা ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই যােৱা ১১ অক্টোবৰত মনােজ শর্মা মালিকাধীন মেছাৰ্ছ কৃষ্ণা গ্ল’বেল প্রাইভেট লিমিটেডৰ জুডেস্থিত কার্যালয়ত অভিযান চলাই নগদ ৪,২০,৫০০ টকা আৰু  চান্দমাৰিৰ নৱগিৰি পথত থকা জয়দ্বীপ বৰুৱাৰ বাসগৃহত অভিযান চলাই চি আই ডিয়ে নগদ ২৪,৮৮,৩০০ টকা উদ্ধাৰ কৰে । কিন্তু সংশ্লিষ্ট ধনৰাশিৰ প্রকৃত উৎসৰ সন্ধানৰ ক্ষেত্ৰত তদন্তৰ বাবে চি আই ডিয়ে আজি পর্যন্ত কোনাে নির্দেশ লাভ নকৰা বুলি সূত্ৰটোৱে জনায়।

কেৱল চি আই ডিয়েই নহয়, এই সম্পৰ্কত প্রয়ােজনীয় তদন্তৰ  বাবে মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানায়াে কোনাে ধৰণৰ অনুমতি লাভ কৰা নাই। অথচ মহানগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানাত নিজাববীয়াকৈ ৰুজু কৰা ১৩/২০২০ নম্বৰ গােচৰটো আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত নগদ ধনৰ লেনদেন সম্পর্কীয় হােৱা সত্ত্বেও হঠাতে তদন্ত প্রক্রিয়া স্থৱিৰ কৰা বুলি সূত্ৰটোৱে জনায়।

কিয় স্থৱিৰ হৈ পৰিছে তদন্ত প্রক্রিয়া?

প্রশ্নকাকত ফাদিল কৰা দালাল চক্ৰটোৰ লগত অতি শেহতীয়াকৈ সাঙোৰ খাই পৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কনিষ্ঠ ভ্রাতৃ তথা কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ নাম। চি আই ডিকে ধৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা কেউটা গােচৰত আজি পর্যন্ত গ্রেপ্তাৰ হােৱা কেউজন অভিযুক্তৰ ভিতৰত সবাতােকৈ প্ৰভাৱশালী অভিযুক্তজনেই হৈছে সঞ্জীত কৃষ্ণ । ফলত স্বাভাৱিকভাৱেই ৰাজ্যৰ সর্বস্তৰৰ লােকৰ দৃষ্টি সম্প্রতি তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ ওপৰতে নিবদ্ধ হৈ পৰিছে ।

ইয়াৰ সুযােগতে প্রশ্নকাকত ফাদিলৰ আঁৰৰ মূল উদ্দেশ্যক একাষৰীয়া কৰি থৈ সমগ্র প্রক্রিয়াৰ লগত জড়িত প্ৰভাৱশালী চক্র ৰক্ষণাবেক্ষণৰ বাবেহে দিছপুৰৰ আন এক প্ৰভাৱশালী চক্র উঠি পৰি লাগিছে। ফলত প্রশ্নকাকত ফাদিলৰ লগত প্রত্যক্ষভাৱে জড়িত হৈ থকা কোটি কোটি টকাৰ লেনদেনৰ বিষয়ক লৈ অব্যাহত থকা তদন্ত প্রক্রিয়া স্থৱিৰ হৈ পৰা বুলি সূত্ৰটোৱে জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamSI Exam
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d