Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

    আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

    এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

    Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জাৰ্মানৰ ফ্ৰেংকফু্ৰ্ট গ্ৰন্থমেলালৈ মৰিগাৱঁৰ ৰাজুমনি শইকীয়াৰ দুখন ইংৰাজী গ্ৰন্থ  নিৰ্বাচিত

publisher by publisher
October 16, 2020
in Assam, News
Reading Time: 1 min read
0
জাৰ্মানৰ ফ্ৰেংকফু্ৰ্ট গ্ৰন্থমেলালৈ মৰিগাৱঁৰ ৰাজুমনি শইকীয়াৰ দুখন ইংৰাজী গ্ৰন্থ  নিৰ্বাচিত
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

১৪ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ জাৰ্মানৰ ফ্ৰেংকফু্ৰ্টত অনুষ্ঠিত হৈ থকা  বিশ্বৰ আগশাৰীৰ গ্ৰন্থমেলালৈ নিৰ্বচিত হৈছে ৰাজুমনি শইকীয়াৰ দুখনকৈ ইংৰাজী গ্ৰন্থ ৷ স্ব- প্ৰতিভাৰে অসমৰ কবিতাৰ ক্ষেত্ৰখনত যি সকল কবিয়ে সাম্প্ৰতিক  কালত  উজলি উঠিছ , সেই সকলৰ মাজত অন্যতম  কবি ৰাজুমনি শইকীয়া ৷
মৰিগাওঁ জিলাৰ কলং -কপিলীৰ সংগমস্হল জাগী দুইসূঁতি মুখত জন্ম লাভ কৰা কবি গৰাকীৰ কবিতাই এতিয়া দেশৰ সীমা পাৰ হৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত কাব্যপ্ৰমীৰ হৃদয় জয় কৰিছে ৷ চেন্নাই আৰু বাংগালোৰষ্ঠিত ‘ক্লেভাৰ ফক্স ‘ নামৰ প্ৰকাশন গোষ্ঠীটোৱে অলপতে প্ৰকাশ কৰি উলিওৱা  ইংৰাজী ভাষাৰ কবিতাপুথি   ” কাম ইফ ইউ কেন মেক ইট পচিব’ল” আৰু “ৱাৰ দি ৰিভলিউচন অৱ লাইফ” নামৰ প্ৰৱন্ধ গ্ৰন্হখন প্ৰকাশন গোষ্ঠীটোৱে বিক্ৰীৰ ব্যৱস্হা কৰিছে  ৷ ইতিমধ্যে “এমাজন ডট ইন”ত বিক্ৰীৰ বাবে আগবঢ়াই দিয়া গ্ৰন্থ দুখনৰ কথা প্ৰকাশন গোষ্ঠীটোৰ ৱেবচাইটৰ পৰা  জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে দেশ বিদেশৰ বহুকেইগৰাকী বিখ্যাত কবিয়ে আৰু কবিতা সমালোচকে কবি ৰাজুমনি শইকীয়াৰ কবিতাৰ আলোচনা আগবঢ়োৱাৰ উপৰিও কে’বাটাও বিদেশী ভাষালৈ তেওঁৰ কবিতা অনুবাদ কৰিছে ৷  বৰ্তমান বহুভাষী  ভাৰতীয় কবি হিচাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত  হোৱা ৰাজুমনি শইকীয়াই অসমীয়া , ইংৰাজী, হিন্দী আৰু বাংলা ভাষাত কবিতা ৰচনা কৰি সমাদৃত হৈছে ৷ ইতিমধ্যে কবি শইকীয়াৰ কবিতা বিশ্বৰ কেইবাগৰাকী কবি ক্ৰমে গ্ৰীচৰ ‘কবি মেলিনা পাপা’ই গ্ৰীক ভাষালৈ,আলবেৰিয়াৰ কবি ‘ডেলো ইচুফি’ আৰু ‘এড্ৰিয়েতিক জেচে ‘ আলবেৰিয়ান ভাষালৈ তথা কলিকতাৰ ড০ ৰীতা দে  বাংলা  ভাষালৈ অনুবাদ কৰিছে ৷
কলিকতাৰ বিশিষ্ট কবি , আন্ডাৰগ্ৰাউণ্ড সাহিত্য সেৱিকা ড০ ৰীতা দে য়ে তেওঁৰ ইংৰাজী কাব্যগ্ৰন্থ “আনন’ওন ডেচতিনেচন” খন বাংলা ভাষালৈ আনুবাদ কৰি বিশেষ ভাবে কবি শইকীয়াক প্ৰশংসা কৰিছে ৷ এই গ্ৰন্থখন দ্বি-ভাষিক গ্ৰন্থ হিচাবে কলিকতাৰ আণ্ডাৰগ্ৰাউণ্ড লিটাৰেচাৰ পাব্লিকেশ্চনে প্ৰকাশ কৰি উলিয়াইছে ৷ ৰাজ্যখনৰ অতি পিছপৰা মৰিগাওঁ জিলাৰ এগৰাকী কবিয়ে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত কবিতাৰ জৰিয়তে  নিজক প্ৰতিষ্ঠা কৰা কাৰ্যই উল্লাসিত কৰি তুলিছে জিলাবাসীক ৷
১৭ খনকৈ গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবিগৰাকী এগৰাকী নাট্যকাৰ আৰু প্ৰৱন্ধকাৰ হিচাবেও ইতিমধ্যে জনপ্ৰিয়তা  লাভ কৰিছে ৷ ইপিনে কবি ৰাজুমনি শইকীয়াৰ  দুখনগ্ৰন্হ ফ্ৰেংকফুৰ্ট গ্ৰন্হ মেলালৈ নিৰ্বাচিত হোৱাত আজি মৰিগাঁৱতো বিভিন্ন মহলত আনন্দৰ জোৱাৰ উঠিছে ৷ মৰিগাওঁ জিলা সাহিত্য সভা, মৰিগাও কবি মঞ্চ , লেখিকা সমাৰোহ সমিতি , জ্ঞান মঞ্জৰী সাহিত্য চক্ৰৰ লগতে নাট্য অনুষ্ঠান সমলয় আদি অনুষ্ঠানেও কবি গৰাকীক অভিনন্দন জনাইছে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamFrankfurt Book FairMORIGAON
publisher

publisher

Related Posts

Nagaon Bye Election Property of the candidate:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত অৱতীৰ্ণ তিনি হাই প্ৰফাইল প্ৰাৰ্থীৰ সম্পত্তি কিমান ?
Assam

September 17, 2026
জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়
Assam

জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়

September 17, 2026
Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট
Assam

Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

September 17, 2026
আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী
India

আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

September 17, 2026
এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d