Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

    আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

    এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

    Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিজেপি চৰকাৰে ৰাজ্যখনত গঢ়ি তোলা সমন্বয়ৰ শক্তিশালী বাতাবৰণ দেখি কংগ্ৰেছ-এ আই ইউ ডি এফৰ নিদ্ৰাহৰণ হৈছে : সৰ্বানন্দ সোণোৱাল

publisher by publisher
October 19, 2020
in Assam, News
Reading Time: 1 min read
0
বিজেপি চৰকাৰে ৰাজ্যখনত গঢ়ি তোলা সমন্বয়ৰ শক্তিশালী বাতাবৰণ দেখি কংগ্ৰেছ-এ আই ইউ ডি এফৰ নিদ্ৰাহৰণ হৈছে : সৰ্বানন্দ সোণোৱাল
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

“বিগত চাৰি বছৰ ছমাহ ৰাজ্যৰ বিজেপি চৰকাৰে ৰাইজক বিশ্বাস আৰু আস্থাত লৈ কাম কৰিছে আৰু অসমৰ ৰাইজক সাক্ষী কৰি সকলো পদক্ষেপ গ্রহণ কৰিছে । যাৰ বাবে অসমত সমম্বয়ৰ বাতাবৰণ শক্তিশালী ৰূপত গঢ় লৈ উঠিছে ৷ ৰাজ্যখনত সমম্বয়ৰ বাতাবৰণ গা কৰি উঠা দেখি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নিদ্ৰাহৰণ ঘটিছে ৷” আজি চামগুৰি সমষ্টিৰ শালপাৰাৰ বনগাঁও খেলপথাৰত অনুষ্ঠিত হোৱা শাসকীয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কার্যনির্বাহক সভা সম্বােধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এই মন্তব্য প্রকাশ কৰে ৷

ADVERTISEMENT

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মােক্তাৰ হুছেইন খানৰ পৌৰহিত্যত অনুষ্ঠিত হােৱা সভা খনত মুখ্যমন্ত্রী সােনােৱালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক বিভেদকামী শক্তি বুলি অভিহিত কৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপেই নিকা আৰু স্বচ্ছতাৰে ৰূপায়ন কৰি অহা বুলি দাবী কৰে ৷

আনহাতে কংগ্ৰেছৰ দীর্ঘদিনীয়া শাসনত সংখ্যালঘু সম্প্রদায়ক তােষামােদ কৰি ভােট বেংক হিচাপে ব্যৱহাৰ কৰি অহা বুলি অভিযােগ তুলি মুখ্যমন্ত্রী সােনােৱালে সংখ্যালঘুৰ বাবে শিক্ষা আৰু উন্নয়নৰ বাবে কোনােধৰণৰ পদক্ষেপ কংগ্ৰেছ চৰকাৰে গ্ৰহণ নকৰা বুলি কৈ কংগ্ৰেছক তীব্র সমালােচনা কৰে । সংখ্যালঘু নাৰীৰ উচ্চ শিক্ষাৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সােনােৱালে বহলাই ব্যাখ্যা দাঙি ধৰে ।

ইপিনে উক্ত কার্যনির্বাহক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কঠোৰ ভাষাৰে সমালােচনা কৰে ৷ শিক্ষাৰ অভাৱ আৰু সচেতনতাৰ অভাৱৰ বাবেই সংখ্যালঘু সম্প্রদায়ৰ মাজত জনসংখ্যা বৃদ্ধি পােৱা বুলি প্ৰকাশ কৰে ৰঞ্জিত দাসে ।

উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্র শর্মা, ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জণ শর্মাকে প্রমূখ্য কৰি কে’বা গৰাকী নেতা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamSarbananda Sonowal
publisher

publisher

Related Posts

জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়
Assam

September 17, 2026
Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট
Assam

Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

September 17, 2026
আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী
India

আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

September 17, 2026
এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা
International

সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d