Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

    আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

    Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

    তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

    কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

যুৱ প্ৰজন্মক ম’বাইল আসক্তিৰ পৰা মুক্ত হ’বলৈ আহ্বান জনালে চেতন ভগতে

publisher by publisher
October 23, 2020
in News
Reading Time: 1 min read
0
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

ভাৰতে ক’ভিড-১৯ সংকটৰ পৰা শিক্ষা লােৱা উচিত : মন্তব্য চেতন ভগতৰ

ভাৰতৰ যুৱ প্ৰজন্মক ভয়াৱহ ম’বাইল ফোন আসক্তিৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনালে জনপ্রিয় ইংৰাজী ঔপন্যাসিক-লেখক চেতন ভগতে। ইংৰাজী সাহিত্যত অন্যতম এজন ‘বেষ্ট ছেলাৰ’ লেখক হিচাপে পৰিচিত হােৱা ভগতে ‘দৈনিক ভাস্কৰ’ কাকতত লিখা এক প্রবন্ধত দেশৰ যুৱ প্ৰজন্মৰ মাজত দেখা দিয়া স্মার্টফোন আসক্তিৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি নতুন প্রজন্মক এনে ভয়াবহ আসক্তিৰ পৰা আঁতৰি আহিব সৃষ্টিশীল কর্ম আৰু দেশ নির্মাণত ব্ৰতী হ’বলৈ পৰামর্শ দিয়ে ।

ADVERTISEMENT

‘আপােনালােকে ম’বাইল ফোনত নিজৰ জীৱনটো ধ্বংস কৰিছে । আপােনালােক ভাৰতৰ ইতিহাসৰ প্ৰথমটো প্রজন্ম, যিসকলে স্মার্টফোন আৰু সস্তাত ইণ্টাৰনেট সেৱা লাভ কৰিছে । আৰু আপােনালােকে প্রতিদিনে ঘণ্টাৰ পাছত ঘণ্টা স্মার্টফোন ব্যৱহাৰ কৰি কটাইছে । দিনে কমেও পাঁচ-সাতঘণ্টা সময় এইদৰে স্মার্টফোনত অপচয় কৰিছে । অৱসৰপ্ৰাপ্ত বা প্রতিষ্ঠিত লােকে এইদৰে ফোনৰ ব্যৱহাৰত ইমান সময় ব্যয় কৰিব পাৰে, কিন্তু  তেওঁলােকে  (যুৱ প্ৰজন্মই, যাৰ বাবে এয়া জীৱন গঢ়াৰ সময়) এইদৰে স্মার্টফোন ব্যৱহাৰ কৰি সময় ব্যয় কৰাটো অনুচিত । ভগতে যুৱ প্ৰজন্মক এইদৰে কয়।

স্মার্টফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত হ’ব পৰা যুৱ প্ৰজন্মৰ ক্ষতিৰ কথা উল্লেখ কৰি নিবন্ধটোত জনপ্রিয় লেখকজনে ছাত্র-ছাত্রীসকলক স্মার্টফোনৰ অনর্থক ব্যৱহাৰৰ পৰিৱর্তে নিজকে সৃষ্টিশীল কাম-কাজত নিয়োগ কৰিবলৈ পৰামর্শ দিয়ে। স্মার্টফোনৰ অত্যধিক ব্যৱহাৰ কেৰিয়াৰৰ সম্ভাৱনাক ক্ষতি কৰাৰ লগতে মস্তিস্কৰাে প্রভূত ক্ষতি কৰে বুলি যুৱ প্ৰজন্মক জনপ্রিয় লেখকজনে সকীয়াই দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chetan Bhagat
publisher

publisher

Related Posts

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ
Assam

নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

October 5, 2026
আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা
Assam

আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

October 5, 2026
Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত
Assam

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

October 5, 2026
তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ
Assam

তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

October 5, 2026
কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে
Assam

কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d