Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ

    Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

publisher by publisher
October 5, 2026
in Assam, News
Reading Time: 1 min read
0
তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

ADVERTISEMENT

VehicleOwnership : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এতিয়াৰে পৰা তিনি বছৰ পুৰণি চাৰি অথবা অধিক চকাৰ যিকোনো বাহন কিনা-বেচা কৰিলে ‘সেউজ উপকৰ’ আদায় দিব লাগিব। এই কৰৰ পৰিমাণ ন্যূনতম তিনি হেজাৰ টকা হ’ব বুলি কালি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়।

বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই উপকৰৰ পৰা সংগৃহীত ধন সম্পূৰ্ণৰূপে বন আৰু পাৰিপার্শ্বিক শিতানত ব্যৱহাৰ কৰা হ’ব। ইয়াৰ লগতে দেওবাৰে কেবিনেটত চৰকাৰৰ বিভিন্ন বিভাগৰ কে’বাটাও সিদ্ধান্ত গ্রহণ কৰা হয়।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, ডালমিয়া ভাৰত কোম্পানীক অসমত ১০,২০০ কোটি টকা বিনিয়োগেৰে উদ্যোগ স্থাপনৰ প্ৰস্তাৱত কেবিনেটে কালি অনুমোদন জনায়। কোম্পানীটোরে লংকা আৰু উমৰাংছ’ত ইয়াৰ উৎপাদন গোট আৰু অন্যান্য কাৰখানা স্থাপন কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিত কৰ্মৰত জোৱানসকলৰ বাবে অসম চৰকাৰে দেওবাৰে অসম আৰক্ষী, কাৰাগাৰ বিভাগ, অগ্নিনির্বাপক বাহিনী, বন বিভাগ, এছডিআৰএফ, আবকাৰী বিভাগ আদিৰ কনিষ্টবল পদৰ ১২ শতাংশ পদ সংৰক্ষিত কৰাৰ এক সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰে।

এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে অসমৰ স্থায়ী নাগৰিক অগ্নিবীৰসকলৰ বাবে এই সংৰক্ষণ ব্যৱস্থা থাকিব। কেবিনেটত ৰাজ্যৰ তিনিখন স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলত জল জীৱন মিছনৰ অধীনত পানী যোগান আঁচনিৰ ৰূপায়ণৰো সিদ্ধান্ত গ্রহণ কৰা হয়।

এই তিনিখন পৰিষদ হ’ল বিটিচি, ডিমা হাছাও আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা আন এক সিদ্ধান্ত অনুসৰি, কোচ বিহাৰত থকা মধুপুৰ সত্ৰক দৈনন্দিন কাম-কাজ চলাব পৰাকৈ প্রতি মাহে অসম চৰকাৰে এক লাখ টকাকৈ আগবঢ়াব। কাৰণ দান বৰঙণি আদিৰ পৰিমাণ কেতিয়াবা যথেষ্ট কম হোৱাত সত্ৰখনৰ নিয়মীয়াকৈ চাকি-বন্তি জ্বলোৱাত অসুবিধা হয় বুলি ভকতসকলে জনাইছিল।

অসম চৰকাৰে আছাম ৰেজিমেন্টেল চেণ্টাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি টকা অনুমোদন আজিৰ কেবিনেটত জনায়।গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগৰ পৰিসৰ বৃদ্ধিৰো পৰিকল্পনা কৰা হৈছে।

কালি কেবিনেটত এই বিষয়ে আলোচনা কৰা হয়। সেই আলোচনাৰ ভিত্তিত উজান বজাৰৰ পৰা ৰাজভৱনৰ সমীপলৈ যি গুৱাহাটী ৰিভাৰফ্ৰণ্ট নিৰ্মাণ কৰা হৈছে তাৰ পৰিসৰ কাছাৰী বজাৰৰ পৰা নীলাচল পাহাৰৰ পাদদেশলৈ সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছাইন্স প্রকল্প প্রতিবেদন প্রস্তুতৰ দায়িত্ব অর্পণৰ সিদ্ধান্ত কেবিনেটে গ্রহণ কৰে।

ইপিনে, পথ আন্তঃগাঁথনি প্রকল্পসমূহত উন্নত ব্যৱস্থাপনাৰ বাবে লোক নির্মাণ (পথ) বিভাগলৈ পৃথক কৰাত কেবিনেটে অনুমোদন জনায়। ইয়াৰ পূৰ্বে এই পথ শাখাটো লোকনির্মাণ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বুলি পৰিচিত আছিল।

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পাটগাঁও প্রস্তাবিত সংৰক্ষিত বনাঞ্চলৰ বিপৰীতে এতিয়াৰে পৰা ৰাজহ গাঁও হ’ব বুলিও কেবিনেটে সিদ্ধান্ত গ্ৰহণৰ কথা মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে। তেওঁ কয়, ‘হল্টুগাঁও সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত পাটগাঁও প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত এতিয়া গছ-গছনি তেনেকৈ নাই। বিভিন্ন জনগোষ্ঠীৰ লোকে তাত বাস কৰি আহিছে। পাটগাঁৱক ৰাজহ গাঁৱলৈ পৰিৱৰ্তন কৰিব লাগে বুলি বিটিচি প্ৰশাসনৰ পৰা অসম চৰকাৰক অৱগত কৰিছিল। সেই অনুসৰি কালি এই সিদ্ধান্ত লোৱা হয়।

অসমত চিজেপি নাই ৰাইজে বিজেপিক ভাল পায়

কে’বাটাও গুৰুতৰ বিষয়ত সংস্কাৰৰ দাবী দেশজুৰি প্ৰৱল জনমত গঠনৰ দৌৰত অৱতীৰ্ণ হৈছে ক’কৰচ জনতা পার্টি (চিজেপি)। অলপতে অসমতো চিজেপিয়ে নিজৰ সক্ৰিয়তা প্রদর্শন কৰে। কেবিনেটৰ সংবাদমেলখনতে সাংবাদিকে এই সন্দৰ্ভত কৰা এক প্রশ্নত মুখ্যমন্ত্রীয়ে কয়, ‘অসমত চিজেপি নাই। অসমত এইবিলাকৰ একো লাভ নাই। অসমত বিজেপিক ৰাইজে বেয়া নাপায়। আমাৰ জনপ্রিয়তা বাঢ়িহে আছে। অসমৰ বদনাম কৰিবলৈহে চিজেপিয়ে একপক্ষীয়ভাৱে শিক্ষানুষ্ঠানক লৈ অপপ্ৰচাৰ চলাইছে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘তেওঁলোকে পলাশবাৰীলৈ গৈ অসম শিক্ষানুষ্ঠানৰ প্ৰস্ৰাৱগাৰৰ নলা বন্ধ হৈ থকাটো দেখুৱাইছে। মুখ্যমন্ত্ৰীৰ উত্তৰ বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে নলা কিয় বন্ধ হৈ আছে তাৰ উত্তৰ দিব লাগিব নেকি? বিদ্যালয় পৰিচালনা সমিতি, মাক-দেউতাক সকলোৱে মিলি বিদ্যালয়খন চাফ চিকুণ কৰি ৰাখিব লাগে। চিজেপিয়ে এই কথা কোৱা নাই যে ল’ৰা-ছোৱালীক পঢ়াবলৈ অসম চৰকাৰে কিমান সুবিধা দিছে। তেওঁলোকে আজাৰা, জালুকবাৰীৰ শিক্ষানুষ্ঠান চাব লাগিছিল। তেওঁলোকে গোপাল বড়ো হাইস্কুল চাব লাগিছিল। এইবোৰ শিক্ষানুষ্ঠান ৰাস্তাত এৰি পলাশবাৰীৰ এখন বিদ্যালয়হে বিচাৰি পালে। চিজেপি বোলা বস্তুটো অসমত ক’ত আছে? বিজেপিকহে ৰাইজে ভাল পায়।

ৰাজনৈতিক দলৰ কথাত চৰকাৰে কিয় কাম কৰিব?

পূব অসমৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্রস্তক ক্ষতিপূৰণ প্ৰদানৰ দাবীত বিধায়ক অখিল গগৈয়ে বিধানসভা ভৱনত একমাত্র সফলতা দাবীৰ সুযোগ বিচাৰিহে ধৰ্মঘট কৰি থকা বুলি আজি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়, ‘সাতদিন আগতে অখিল গগৈৰ লগত ফোনত মোৰ দীঘলীয়া কথা-বতৰা হৈছিল। মই বুৰ্বকৰ দৰে মানুহবোৰক কিদৰে আৰু কেনেকৈ সাহায্য দিম এই গোটেই কথাবোৰ কৈছিলো। মই কৈছিলো যে প্রধানমন্ত্রীয়ে আমাক ১২শ কোটি টকা দিব। ৫৫ হেজাৰ পৰিয়ালক আমি ক্ষতিপূৰণ দিম। সেই কথা শুনাৰ পাছতে তেওঁ এতিয়া ধৰ্মঘটত বহিছে। কাৰণ তেওঁ ক’ব লাগিব যে তেওঁৰ বাবেহে চৰকাৰে মানুহক সাহায্য দিছে। গতিকে তেওঁ যেতিয়া ধর্মঘটত বহিছে আমি অলপ পলম কৰিব লাগিব। তেওঁ যেতিয়া ৰাজনীতি কৰিছে, ময়ো বিজেপিক চাব লাগিব। ৰাজনৈতিক দলৰ কথা মতে আমি কিয় কাম কৰিম। তেওঁ মোক লগ কৰাৰ কথা কৈছে, সময় এটা ল’লে লগ কৰিম। তাৰ বাবে ইমান নাটক কিহৰ?’

অখিল গগৈৰ আন্দোলন প্রসংগতে মুখ্যমন্ত্রীয়ে নাম উল্লেখ নকৰাকৈ দুগৰাকী যুব নেত্রীকো কটাক্ষ কৰে। মুখ্যমন্ত্রীয়ে কয়, ‘কোন কি দলত আছে একো ধৰিবই নোৱাৰি। এটা পৰিয়ালৰ মাক-দেউতাক, জীয়েকক কিবা এটা বনাবলৈ উবুৰি খাই পৰিছে। দিল্লীলৈ গৈও জীয়েক আটক হৈছে। আন এগৰাকীয়ে বান সাহায্যৰ বাবে প্রতিবাদ কৰিছে আৰু পলাশবাৰীলৈ গৈ বিদ্যালয়ৰ প্ৰস্তাৱগাৰো দেখুৱাইছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

নিমিষা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

October 6, 2026
৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ
International

৮৬ বছৰত মৃত্যু ব্ৰিটিছৰ জনপ্ৰিয় লেখক তথা প্ৰাক্তন ট’ৰী নেতা জেফ্ৰি আৰ্চাৰৰ

October 6, 2026
Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ
Assam

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

October 6, 2026
১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d