Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এবিএমছুত কোনো বিভাজন হোৱা নাই

publisher by publisher
November 26, 2020
in Assam, India, News
Reading Time: 1 min read
0
এবিএমছুত কোনো বিভাজন হোৱা নাই
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

এবিএমছুৰ নতুন গোট গঠন সন্দৰ্ভত সংগঠনটোৰ এক জৰুৰী সভা অনুষ্ঠিত হয় । সভাখন অনুষ্ঠিত কৰা হয় বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱিত । সভাখনত উপস্থিত থাকে এবিএমছুৰ কেন্দ্ৰীয় কৰ্ম নিৰ্ধাৰণ কমিটি, উপদেষ্টা মণ্ডলি, কেন্দ্ৰীয় কমিটি আৰু জিলা সমিতি সমূহৰ নেতৃবৰ্গ । সভাখনত উপস্থিত থাকা সকলোৱে ছাত্ৰ সংগঠনটোৰ বিভাজনৰ ষৰযন্ত্ৰক ধিক্কাৰ জনায়। ৰাজনৈতিক ষৰযন্ত্ৰৰ বলি হৈ একাংশ সদস্যই অবৈধ ভাৱে চিৰাঙৰ বিজনী আম্বেদকাৰ হলত আয়োজিত সাধাৰণ সভাৰ জৰিয়তে নতুন গোট গঠন কৰে। এই সন্দৰ্ভত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা আব্দুৰ ৰেজ্জাকে কয়, ‘এইখন অবৈধ সমিতি। ইয়াক গ্ৰহণ কৰিব পৰা নাযায়। দুই-চাৰিজন লোকৰ ষৰযন্ত্ৰত এই অবৈধ কমিটি গঠন হৈছে। গতিকে এই কমিটিৰ কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান । এটা অভিযোগ লাভৰ পাছত সেই বিষয়ে আলোচনা হৈ থকাৰ মাজতে হঠাতে অবৈধভাৱে আন এটা কমিটি গঠন কৰা হৈছে । আচলতে, এবিএমছু বিভাজন হোৱা নাই এটাই আছে । কেইজনমান দুষ্ট লোকে বিভ্ৰান্তিৰ সৃষ্টী কৰিছে ।

ADVERTISEMENT

এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইচলাম শ্বেখে জনায় যে, বিজনীত দুই চাৰিজন তথা কথিত এবিএমছু নেতাই অবৈধভাৱে কেন্দ্ৰীয় কমিটি গঠন কৰিছে এবিএমছুৰ নামত। এবিএমছুৰ নামত গঠন হোৱা কমিটিখনক অবৈধ ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথাও জনায়।উক্ত অবৈধ কমিটি গঠনত আগভাগ লোৱা চাৰিজন লোকক বহিষ্কাৰ কৰা বুলিও জনায় সভাপতিজনে । বহিষ্কৃতসকল ক্ৰমে, সহকাৰী সম্পাদক আবু জুবায়েৰ মণ্ডল, মহিদুল ইচলাম, ইয়াচিন আলী শিক্ষা সম্পাদক আৰু সাংগঠনিক সম্পাদক ৰফিকুল ইচলাম । এইসকলক বহিষ্কাৰ কৰাৰ লগতে এইসকল লোকে অবৈধ ভাৱে গঠন কৰা সমিতিয়ে এবিএমছুৰ নাম লৈ বিটিচিত পৰিচয় দি কোনো কাম কৰিলে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কথাও জনায় এবিএমছুৰ সভাপতিজনে । এবিএমছুৰ নামত ভুৱা প্ৰচাৰ নচলোৱাৰ বাবে বিটিচিবাসীক আহ্বান জনায় আৰু আপোচহীন ভাৱে এবিএমছুয়ে কাম কৰি যোৱাৰ হুংকাৰ দিয়ে।

এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুচেইনে কয়, ‘বিজনীত বিশেষ এটা ৰাজনৈতিক দলৰ প্ৰৰোচনাত পৰি বিজনী আম্বেদকাৰ হলত এবিএমছুৰ নামত এখন অবৈধ কমিটি গঠন হৈছে । এবিএমছুৰ আপোচহীন যাত্ৰা আৰু ইয়াৰ ঐক্যবদ্ধ আন্দোলনত শংকিত হৈ বিশেষ ৰাজনৈতিক দল এটাই ষৰযন্ত্ৰমুলকভাৱে এবিএমছুক বিভাজন কৰি বিটিচি নিৰ্ব্বাচনৰ আগে আগে সংখ্যালঘু লোকক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। যিজন লোকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নতুন কমিটি গঠন হ’ল তেওঁক এবিএমছুৰ কোনো লোকে চিনি নাপায় । কি উদ্দেশ্য আৰু লক্ষ্যৰে এবিএমছুৰ বিভাজনৰ চেষ্টা কৰা হৈছে সেয়া দুই-এদিনতে ৰাইজৰ আগত অনা হ’ব । প্ৰয়াত সভাপতি লাফিকুল ইচলামৰ ভাতৃ মহিদুল ইচলামক সংগঠনটোৰ শিক্ষা সম্পাদক দিয়া হৈছিল কিন্তু তেওঁ ইয়াৰ অপব্যৱহাৰ কৰি নিজকে সংগঠনটোৰ সভাপতি হিচাপে ঘোষণা কৰে । এবিএমছুৰ আপোচহীন যাত্ৰাক প্ৰতিহত কৰিবলৈ আৰু নিঃশেষ কৰাৰ বাবে চলি থকা ৰাজনৈতিক ষৰযন্ত্ৰক ৰোধ কৰিবলৈ বিটিচিৰ ৰাইজক আহ্বান ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABMSUAssam
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d