Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰীণা দাসৰ হত্যাৰ আঁৰত পৰকীয়া প্রেম নে সম্পত্তি?

publisher by publisher
November 30, 2020
in Assam, India, News
Reading Time: 1 min read
0
ৰীণা দাসৰ হত্যাৰ আঁৰত পৰকীয়া প্রেম নে সম্পত্তি?
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

মহানগৰীৰ বশিষ্ঠৰ পিলিংকাটাৰ কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰীণা দাসৰ হত্যাকাণ্ড সংঘটিত হােৱাৰ ২০ দিন উকলি যােৱাৰ পাছতাে হত্যাকাৰীৰ শুংসূত্র উলিয়াবলৈ সক্ষম হােৱা নাই আৰক্ষী। বােৱাৰীৰ পৰকীয়া প্রেম আৰু সম্পত্তিৰ বিবাদ— এই দুটা সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও প্রয়াত দাসক কোনে আঠবাৰকৈ ছুৰীৰে আঘাত হানি হত্যা কৰি শৌচাগাৰত পেলাই গৈছিল সেয়া এতিয়াও স্পষ্ট হােৱা নাই। উল্লেখ্য যে বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত পিলিংকাটাৰ শিৱ পথৰ বাসিন্দা প্রয়াত পৰেশ দাসৰ পত্নী তথা দুবছৰ পূর্বে নেছনেল চেম্প’ল ছাৰ্ভেৰ বিষয়াৰূপে অৱসৰ গ্রহণ কৰা ৰীণা দাস (৬২)ৰ ক্ষত-বিক্ষত মৃতদেহ নিজ বাসগৃহৰ শৌচাগাৰত যােৱা ন নৱেম্বৰত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। এই সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত ৰুজু হােৱা ১৫৭৫/২০২০ নম্বৰৰ গােচৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত পুত্র-বােৱাৰীসহ পৰিয়ালৰ বহুলােকক সােধাপপাছ কৰাৰ অন্তত বােৱাৰী ললিতা দলে দাসক হত্যাকাণ্ডৰ স’তে যােগসূত্র থকা তথ্য লাভ কৰি যােৱা ২৩ নৱেম্বৰত গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ।

ADVERTISEMENT

প্রথমে তিনিদিন আৰু পৰৱৰ্তী সময়ত আৰু তিনিদিনকৈ মুঠ ছদিন ধৃত মহিলাগৰাকী আৰক্ষীৰ জিম্মাত আছিল যদিও আৰক্ষীৰ জেৰাত অধিক তথ্য সদৰী কৰা পৰা বিৰত থাকে মহিলাগৰাকী। তাৰ মাজতে আজি ধৃত মহিলাগৰাকীৰ আৰক্ষী জিম্মাৰ অন্ত পৰাত তেওঁক আদালতত হাজিৰ কৰােৱা হয় আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।সম্প্রতি ৰীণা দাসৰ হত্যাকাণ্ডৰ দুটা দিশৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তাৰে এটা হ’ল সম্পত্তি কেন্দ্রিক বিবাদ আৰু আনটো ৰীণা দাসে অৱসৰ গ্ৰহণ কৰা বিভাগৰ কৰ্মচাৰীৰ স’তে বােৱাৰী ললিতা দলে দাসৰ পৰকীয়া প্রেমৰ সন্দেহ। উল্লেখ্য যে ঘৰুৱা সম্পত্তি বিবাদক কেন্দ্ৰ কৰি হত্যাকাণ্ড সংঘটিত হােৱাৰ কেইদিনমান পূর্বে অর্থাৎ ১২ অক্টোবৰত ৰীণা দাসে ফেচবুকত এটা পষ্ট দি লিখিছিল, ‘বিষয় বিষধৰ বিষে জর্জৰ শুনানিলৈ ওলাইছাে।

সম্পত্তি সম্বন্ধীয় বিষয় ছেল্ফি তুলি অলপ মনটো ফ্ৰেছ কৰি ললাে।একেদৰে আন এটা পষ্টত পলাশবাৰীত থকা তেওঁলােকৰ মাটিত আপােন মানুহ দুজনে দুটাকৈ ঘৰ নিৰ্মাণ কৰি বেদখল কৰা বুলি উল্লেখ কৰিছিল। গাঁৱৰে এই আপােন মানুহ দুজনে পৈত্রিক ভেটিত প্রয়াত ৰীণা দাসৰ স্বামীয়ে নির্মাণ কৰি থৈ যােৱা ঘৰ দুটাও নিজৰ দখললৈ নিছে বুলি তেওঁ প’ষ্টত উল্লেখ কৰি আইনৰ কাষ চপা বুলি লিখিছিল। কিন্তু কেইদিনমান পাছতে নাৰী মানেই ভয়াতুৰ আৰু অনুভূতিহীন নহয় বুলি কোৱা সাহসী মহিলাগৰাকীক নিজ গৃহৰ ভিতৰতে হত্যা কৰি পেলাই থৈ গৈছিল দূবৃত্তই।

উল্লেখ্য যে এই মাটি-বাৰী সম্পর্কীয় বিবাদৰ বাবেই ৰীণা দাসক হত্যা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰি একেটা ঘৰৰে মাটি মহলত থকা পুত্র অভিনন্দন দাস, বােৱাৰী ললিতা দলে দাস,বহিঃৰাজ্যত থকা পুত্র, পলাশবাৰীৰ খুড়াকৰ পৰিয়ালকে ধৰি ভাৰতীয়া পৰিয়ালক সােধা-পােছ কৰিছে যদিও তেওঁক কোনে নৃশংসভাৱে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হােৱা নাই। আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি ৰীণা দাসৰ মৃতদেহ উদ্ধাৰৰ দিনা বাসগৃহটোত সংগ্রহ কৰা আঙুলিৰ ছাপ এতিয়ালৈকে জেৰা কৰা এজনৰ লগত মিলা নাই। তেনেস্থলত তেওঁক হত্যা কৰিবলৈ আন কোনাে অপৰাধীক যে ব্যৱহাৰ কৰা হৈছিল সেই সম্পর্কত আৰক্ষী নিশ্চিত হৈছে।

তদন্তত এই দিশ চোৱা হৈছে আৰু শীঘ্ৰে অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষীয়ে দাবী কৰিছে।ইফালে, একেটা বাসগৃহতে ওপৰ মহলাত ৰীণা দাস আৰু তলৰ মহলাত বােৱাৰী ললিতা দলে দাসে বসবাস কৰাৰ পাছতাে প্রায় এদিন বােৱাৰীয়েকে হত্যাকাণ্ডৰ ঘটনা অৱগত নােহােৱা বিষয়টো আৰক্ষীৰ তদন্তৰ আন এটা দিশ। উল্লেখ্য যে পাৰিবাৰিক সংঘাতৰ বাবেই পুত্র অভিনন্দন দাস আৰু বােৱাৰী ললিতা দলেৰ লগত একেটা ঘৰতে থাকিলেও পৃথকে পৃথকে বাস কৰিছিল ৰীণা দাসে। হত্যাকাণ্ড সংঘটিত হােৱাৰ কেইদিনমান পূর্বে চৌহদটোৰ চি চি কেমেৰা বিকল কৰা হৈছিল। আনহাতে, হত্যাকাণ্ড সংঘটিত কৰি ভিতৰৰ পৰা গ্ৰীলত তলা লগাই অপৰাধী অনায়াসে পলাই যাবলৈ সক্ষম হৈছিল।

কর্মসূত্রে উক্ত দিনা পুত্র ঘৰত নাছিল আৰু বােৱাৰীয়ে ঘটনাৰ উমান নােপােৱাৰ বিষয়টো সন্দেহ ওপজাত তদন্তত অন্য এটা দিশহে উন্মােচিত হােৱা বুলি তদন্তকাৰী বিষয়াই সদৰী কৰিছে। আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি এটা হত্যাকাণ্ড সংঘটিত হৈ যােৱাৰ পাছত একেটা ঘৰতে থকাজনে এটা দিন গম নাপায়, এয়া হ’ব নােৱাৰে আৰু হত্যাকাৰী ঘৰৰ ভিতৰেদিয়েই বাহিৰলৈ ওলাই গৈছিল। এই সন্দৰ্ভত বােৱাৰী ললিতা দলেক সন্দেহৰ আৱৰ্তত লৈ সাধা-পােছ কৰাত আৰক্ষীয়ে কিছু তথ্য লাভ কৰে আৰু সম্পত্তিৰ উপৰি পৰকীয়া প্রেম এই হত্যাকাণ্ড সংঘটিত কৰাৰ কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে আৰক্ষীৰ তদন্তত ৰীণা দাসে অৱসৰ গ্ৰহণ কৰা নেছনেল চেল্প’ল ছাৰ্ভেৰ কৰ্মচাৰী মুকেশ কুমাৰ গুপ্তা নামৰ লােকজনৰ লগত বােৱাৰী ললিতা দলে দাসে ফোনত সঘন যােগাযোেগ কৰাৰ তথ্য লাভ কৰে। এই সংক্রান্তত গুপ্তাক আৰক্ষীয়ে সােধপােছ কৰিছে। উল্লেখ্য যে একেটা প্রতিষ্ঠানতে কৰ্মৰত হােৱাৰ বাবে ৰীণা দাসৰ স’তে ঘনিষ্ঠ মুকেশ কুমাৰ গুপ্তাৰ স’তে বােৱাৰী ললিতা দলে দাসৰ এক সম্পর্ক গঢ়ি উঠিছিল আৰু সেই সম্পর্ক ৰীণা দাসে অৱগত হােৱাৰ বাবেই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহত এই দিশতাে আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে। কিন্তু সম্পত্তি বিবাদ নে পৰকীয়া প্রেমৰ বাবেই ৰীণা দাসক নৃশংসভাৱে হত্যা কৰা হৈছিল এতিয়াও প্রকৃত দিশ উন্মােচিত কৰিবলৈ সক্ষম হােৱা নাই আৰক্ষীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamindiarina das
publisher

publisher

Related Posts

Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 16, 2026
পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’
International

পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

September 16, 2026
জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস
Assam

জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

September 16, 2026
কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল
Assam

কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

September 16, 2026
Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক
Assam

Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

September 16, 2026
Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ
Assam

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

September 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d