Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পলাশবাৰীৰ ৰামপুৰত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত জনসমুদ্ৰ

publisher by publisher
December 27, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
পলাশবাৰীৰ ৰামপুৰত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত জনসমুদ্ৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

AGP Legislative Party meeting in Ambari: মহানগৰীৰ আমবাৰীত অগপৰ বিধায়িনী দলৰ বৈঠক

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

আজি পলাশবাৰী ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম গণ পৰিষদ অন্তৰ্গত পলাশবাৰী বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকি অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে ,জনতাৰ অনিৰুদ্ধ শক্তিৰে জাগিছে অসম গণ পৰিষদ । ৰাইজৰ শুভেচ্ছা, আৰ্শীবাদ আৰু বলেৰে ন-ৰূপ পাইছে অসম গণ পৰিষদ । দলৰ এই দুৰ্জেয় গতিক এতিয়া কোনেও বাধা দি ৰাখিব নোৱাৰে ।

ADVERTISEMENT

জনসমুদ্ৰৰ সৃষ্টি হোৱা সমাৰোহখনত সভাপতি তথা মন্ত্ৰী অতুল বৰা দলে পূৰ্বতে কৰি অহা ভুলৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিছাৰে। তেওঁ লগতে বিগত সময়ছোৱাত কংগ্ৰেছে বাংলাদেশী প্ৰব্ৰজনৰ বাবে বাট মুকলি কৰি ভোট বেংকৰ লালসাত ৰাজনীতি কৰি অহা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰি বজাৰ কৰিবলৈ, বিয়া পাতিবলৈ ভাৰতলৈ বাংলাদেশী আহিলে কংগ্ৰেছ দলে সদায় ৰক্ষণাবেক্ষণ দিয়ে  । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত কৃষি বিভাগটো এটা ঠিকদাৰী বিভাগলৈ ৰূপান্তৰ হৈছিল বুলি মন্তব্য কৰে অসম গণ পৰিষদৰ সভাপতি  অতুল বৰাই।

287b2c26 015b 496d ba65 522273c6ca43 1
লগতে তেওঁ কয় যে তেতিয়া গেলি যোৱা কৃষি বিভাগটোৰ এতিয়া এইখন চৰকাৰৰ দিনত আমূল পৰিবৰ্তন হৈ প্ৰকৃত কৃষকৰ কল্যাণৰ বিভাগত পৰিণত হ’ল । নতুন ৰাজনৈতিক দল সমূহৰ নাম উল্লেখ নকৰাকৈ মুখাপিন্ধা আঞ্চলিকতাবাদীয়ে আজমলৰ ধন লৈ অসম গণ পৰিষদক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই বুলিও সভাপতি বৰাই তীব্ৰ কটাক্ষ কৰে । তেওঁ লগতে ছান্দাই যেতিয়া ধান্দা হয় , সেই দল বা সংগঠন বেছিদিন নচলে বুলি কৈ চান্দা মামা এতিয়া অসমত বহুত হল বুলি মন্তব্য প্ৰকাশ কৰে।

4d1fddb3 205e 48bd a96b 6ad0676a4211
আন্দোলনৰ সলনি এতিয়া কৰ্মসংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন বুলি দোহাৰি মন্ত্ৰী বৰাই কয় : আমাৰ দলৰ সমালোচকক আমি বেয়া নাপাও । কাৰণ সোণ পুৰিলেহে উজ্জ্বল হয় । সেয়েহে দলৰ কৰ্মীসকলে মনোবল ভাঙি পেলোৱাৰ সলনি অধিক সুদৃঢ় কৰিব লাগে । জাতীয় ঐক্যসমাৰোহ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডা: কমলা কলিতা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, ড” তপন দাস, ত্ৰিনয়ন বৰা, কল্পনা পাটোৱাৰী আদিকে ধৰি বহুতো বিশিষ্ট ব্যক্তি।

4d2923b7 085d 42cc 9508 149657adeddd
সমাৰোহৰ আদৰণি  ভাষণ আগবঢ়ায় পলাশবাৰী বিধান পৰিষদৰ  সভাপতি অৱনী দাসে। আজি জনসমুদ্ৰৰ পাৰভঙা উছাহৰ মাজতেই দলীয় প্ৰায় সংখ্যক নেতাকলৈ এইদৰে বিশাল জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰা বিষয়টোৱে আগন্তুক দিনত পলাশবাৰীৰ ৰাজনৈতিক চিত্ৰপটত বিশেষ ভূমিকা যে লব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। সভাত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই পলাশবাৰীৰ ৰামপুৰৰ এই বিশাল জনসভাত ৰাইজৰ সঁহাৰি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰাৰ লগতে সকলোৱে মিলি সহযোদ্ধা হিচাপে আগবাঢ়ি গৈ দলটো শক্তশালি কৰি মিত্ৰজোটৰ চৰকাৰ গঠন কৰাৰ বাবেও আহ্বান জনায়।

শিল্পী তথা দলীয় নেত্ৰী কল্পনা পাটোৱাৰীয়ে  গীত পৰিবেশন কৰি হেজাৰ হেজাৰ জনতাক মন্ত্ৰমুগ্ধ কৰে । সমাৰোহত প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, জ্যেষ্ঠ অধিবক্তা গিৰীণ ঠাকুৰীয়া, কামৰূপ জিলা অসম গণ পৰিষদৰৰ সভাপতি আদিত্য ৰাভা, পলাশবাৰী বিধান পৰিষদৰ উপ সভাপতি শ্ৰীকান্ত চৌধুৰী,যুটীয়া সম্পাদক পৰাগদাস, প্ৰণব দাস, পলাশবাৰী যুৱ পৰিষদৰ সভাপতি দিলীপ দাস, সম্পাদক ৰুক্মিণী কুমাৰ দাস, গাজিৰাম দাস আদিয়েও অংশগ্ৰহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpAssamAtul Bora
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d