Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 শ্বাহৰ দ্বিতীয় পর্যায়ৰ ভ্রমণতে নিশ্চিত হ’ব প্রার্থিত্বকেন্দ্রিক বিষয়

publisher by publisher
January 4, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
 শ্বাহৰ দ্বিতীয় পর্যায়ৰ ভ্রমণতে নিশ্চিত হ’ব প্রার্থিত্বকেন্দ্রিক বিষয়
1
SHARES
13
VIEWS
ShareShareShareShare

অহা ২৭ জানুৱাৰীত বিজেপিৰ নির্বাচনী প্রস্তুতিৰ বুজ ল’বলৈ দ্বিতীয় পর্যায়ত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। সিদিনাই বিটিআৰ চুক্তিৰ প্রথম বর্ষপূর্তিৰ অনুষ্ঠানে অনুষ্ঠিত হ’ব। কিন্তু বিধানসভা নির্বাচনলৈ মাজত মাত্র দুমাহ বাকী থাকিবলগীয়া অৱস্থাত শ্বাহ আহিবলগীয়া বিষয়টোহে অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। শ্বাহৰ এই পর্যায়ৰ ভ্ৰমণতে নিশ্চিত হ’ব দলৰ বৰ্তমানৰ কোন কোন বিধায়কে প্রার্থিত্ব নাপাব।

ADVERTISEMENT

কিয়নাে প্রতিজন বিধায়কৰ সমষ্টিৰ সকলাে দিশ তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁক প্রতিবেদন দাখিল কৰিবলৈ যােৱা অসম ভ্ৰমণৰ সময়ত ৰাজ্যিক বিজেপিৰ নেতৃত্বক শ্বাহে নির্দেশ দিছিল। সেই অনুসৰি,ৰাজ্যিক বিজেপিয়ে বিধায়কসকলৰ কাম-কাজৰ খতিয়ান গ্রহণ অব্যাহত ৰাখিছে। ইয়াৰ উপৰি শ্বাহে বিজেপিৰ দখলত নথকা সমষ্টিবােৰৰাে নির্বাচনকেন্দ্রিক সকলাে বিষয় তন্ন তন্নকৈ পর্যালােচনা কৰিব।

RelatedPosts

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

কলিয়াবৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা তীব্ৰ ৰাজনৈতিক আক্ৰমণ: অমিত শ্বাহৰ টাৰ্গেট ৰাহুল গান্ধী

হেলিকপ্টাৰ বিজুতিৰ বাবে গোলকগঞ্জত অমিত শ্বাহৰ নিৰ্বাচনী সভা বাতিল

সেই সন্দৰ্ভতে তেওঁ ৰাজ্যিক বিজেপিৰ পৰা প্রতিবেদন বিচাৰিছে। শেহতীয়া অসম ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে যে জয়ৰ সম্ভাৱনা কম থকা কাকোৱেই প্রার্থিত্ব দিয়া নহ’ব। এই ক্ষেত্ৰত আপােচ নহয় বুলি বাৰম্বাৰ সকীয়াই দিয়ে। আনহাতে, অন্য দলৰ সমষ্টিৰ সন্দৰ্ভত বিজেপিয়ে এইবাৰ অসম গণ পৰিষদৰ কেবাটাও সমষ্টিত নিজে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে হিচাপ-নিকাচ অব্যাহত ৰাখিছে।

ইপিনে, বিৰােধী দলৰ দখলত থকা সমষ্টিবােৰৰ কোন কেইটাত কি ধৰণৰ প্রার্থী প্রক্ষেপ কৰা হ’ব তাৰ আলােচনাও এইবাৰৰ ভ্ৰমণতে হােৱাৰ সম্ভাৱনা আছে। কাৰণ প্ৰতিটো সমষ্টিৰ জনগাঁথনিৰ বিতং তথ্য দাখিল কৰিবলৈও শ্বাহে ৰাজ্যিক নেতৃত্বক নির্দেশ দিছে। এনেবােৰ কাৰণতে শ্বাহৰ আগন্তুক অসম ভ্ৰমণ কেৱল বিজেপিৰেই নহয় মিত্রদল আৰু বিৰােধী পক্ষৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit ShahBJP
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d