Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ট্ৰাম্পৰ বিৰুদ্ধে ইমপিচমেণ্টৰ প্ৰস্তাৱ কাৰ্যকৰী হ’ব নেকি ?

publisher by publisher
January 9, 2021
in News, Politics
Reading Time: 1 min read
0
ট্ৰাম্পৰ বিৰুদ্ধে ইমপিচমেণ্টৰ প্ৰস্তাৱ কাৰ্যকৰী হ’ব নেকি ?
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

আমেৰিকাৰ সাংবিধানিক নীতি অনুসৰি ৰাষ্ট্ৰপতিৰ পদত ট্ৰাম্পৰ কাৰ্যকালৰ ম্যাদ আৰু ১১ দিন । কিন্তু কেপিটেলত ট্ৰাম্পৰ সমৰ্থকৰ আক্ৰমণৰ ঘটনাৰ পাছত বিদায়ী ট্ৰাম্পক ইমপিচ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সক্ৰিয় হৈছে কংগ্ৰেছৰ নিম্নকক্ষ হাউচ অৱ ৰিপ্ৰেজেনটেটিভচ ।

ADVERTISEMENT

ডেম’ক্ৰেট নেত্ৰী তথা হাউচ স্পিকাৰ নেন্সি পেল’চিয়ে কেপিটেল আক্ৰমণত উচতনি দিয়াৰ অভিযোগত ইমপিচমেণ্ট প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বাৰ্তা দিছে । কালি ডেম’ক্ৰেট হাউচৰ সদস্যসকলৰ এক সভাত তেওঁ কয়, ‘আমি ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব ।’ আমেৰিকাৰ সংবিধান বিশেষজ্ঞসকলৰ একাংশই জনাই যে, ইমান কম সময়ত ব্যৱস্থা গ্ৰহণ কৰা খুবেই কঠিন হ’ব । কিন্তু ‌অসম্ভৱ নহয় ।

২০১৯ত পেল’চিৰ উদ্যোগতেই আমেৰিকাৰ তৃতীয় ৰাষ্ট্ৰপতি হিচাপে হাউচ অৱ ৰিপ্ৰেজেনটেটিভচত ইমপিচমেণ্টৰ সন্মুখীন হৈছিল ট্ৰাম্প । সেই প্ৰস্তাৱ হাউচত পাছো হৈছিল । কিন্তু কংগ্ৰেছৰ উচ্চকক্ষ চেনেটত ৰিপাব্লিকান পাৰ্টিৰ গৰিষ্ঠতা থকাৰ বাবে ট্ৰাম্প জয়ী হয় । সেই সময়ত তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল, ৰাজনৈতিক প্ৰতিদ্বন্দ্বী জ’ বাইডেন আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে কূটনৈতিক স্তৰত দূৰ্নীতিৰ অভিযোগ আনিবৰ বাবে ইউক্ৰেনৰ ওপৰত চাপ সৃষ্টি কৰা ।

চলিত সপ্তাহত জৰ্জিয়াত চেনেটৰ দুটা আসনত জয়ী হৈ কংগ্ৰেছৰ উচ্চকক্ষত গৰিষ্ঠতা পাইছে ডেম’ক্ৰেটসকলে । কিন্তু নৱ নিৰ্বাচিত দুই চেনেটক আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিবলৈ কিছু সময় লাগিব । ফলত হাউচ অৱ ৰিপ্ৰেজেনটেটিভচত পেল’চিৰ প্ৰস্তাৱ পাছ হ’লেও অনাগত ডেৰ সপ্তাহত ৰিপাব্লিকান গৰিষ্ঠ চেনেটত ইমপিচমেণ্ট প্ৰস্তাৱ অনুমোদন কৰোৱা ডেম’ক্ৰেট পাৰ্টিৰ বাবে খুবেই কঠিন হ’ব বুলি আমেৰিকাৰ ৰাজনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে ।

ডেম’ক্ৰেট গৰিষ্ঠ হাউচ অৱ ৰিপ্ৰেজেনটেটিভচতো ২০ জানুৱাৰীৰ ভিতৰত ইমপিচমেণ্ট প্ৰক্ৰিয়া সম্পন্ন কৰা সম্ভৱ‌ নহ’ব বুলি মত পোষণ কৰে আমেৰিকাৰ সংবিধান বিশেষজ্ঞসকলৰ এক বৃহৎ অংশই । কাৰণ, ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এনে এক প্ৰস্তাৱ উত্থাপন কৰিলে হাউচ  ন্যায়পালিকা  কমিটিয়ে বিধিবদ্ধভাৱে অভিযোগ দাখিল কৰিব লাগিব । ইয়াৰ পাছত তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি ৰিপ’ৰ্ট পঠাব লাগিব কমিটিত । সেই ৰিপ’ৰ্ট ন্যায়পালিকা কমিটিয়ে পৰ্যালোচনা কৰি প্ৰয়োজনীয় অনুমোদন পত্ৰ দিলে হাউচ ইমপিচমেণ্ট প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ আৰম্ভ হ’ব ।

এই প্ৰক্ৰিয়াৰ বাবে অন্ততঃ তিনি মাহৰ প্ৰয়োজন । তেতিয়ালৈকে বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্প ‘প্ৰাক্তন’ হৈ যাব । কিন্তু কংগ্ৰেছৰ নিম্নকক্ষত ইমপিচমেণ্ট প্ৰস্তাৱ পালেই দুবাৰ ইমপিচমেণ্টৰ সন্মুখীন হোৱা আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে ইতিহাসত নাম লিপিবদ্ধ হ’ব ট্ৰাম্পৰ ।

কিন্তু একাংশই মত প্ৰকাশ কৰে যে, হাউচত প্ৰস্তাৱ পাছ হোৱাৰ পাছত চেনেটত গ’লে ১১ দিনৰ ভিতৰত ইমপিচমেণ্ট‌ পাছ কৰা তত্ত্বগতভাৱে অসম্ভৱ নহ’ব । ইয়াৰ বাবে প্ৰয়োজন হ’ব ডেম’ক্ৰেটৰ সকলো সদস্যৰ উপস্থিতিৰ লগতে ১৭ জন‌ ৰিপাব্লিকান চেনেটৰ সমৰ্থন । সকলো ডেম’ক্ৰেট সদস্যসহ কিছু ৰিপাব্লিকান যদি সমৰ্থিত হয় তেওঁলোকে ন্যায়পালিকা কমিটিত ইমপিচমেণ্টৰ প্ৰস্তাৱ পৰ্যালোচনাৰ বিষয়টো বাদ দি ইমপিচমেণ্ট প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPJoe BidenWashington
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d