Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কেন্দ্ৰক কৃষি আইন স্থগিত ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
January 11, 2021
in India, News, Politics
Reading Time: 1 min read
0
কেন্দ্ৰক কৃষি আইন স্থগিত ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

আজি তিনি কৃষি আইনক লৈ শুনানি দিব লগা আছিল শীৰ্ষ ন্যায়ালয়ে । সেই শুনানিত উচ্চতম ন্যায়ালয়ে জনাই যে, পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ কেন্দ্ৰীয় চৰকাৰে তিনি কৃষি আইন সম্প্ৰতি স্থগিত ৰখা উচিত । কেন্দ্ৰই স্থগিত নকৰে, সেই পদক্ষেপ ন্যায়ালয়ে গ্ৰহণ কৰিব ।

ADVERTISEMENT

আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে কয়, ‘দীৰ্ঘদিনজুৰি দিল্লীৰ ৰাজপথত বয়সস্থ লোকসকল‌ বহি আছে, মহিলাসকল বহি আছে, এনে‌ পৰিস্থিতি দেখিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় ?’ এই সূত্ৰেই ন্যায়ালয়ে স্পষ্টভাৱে জনাই দিয়ে যে, অনাগত দিনত যদি কেন্দ্ৰীয় চৰকাৰে তিনি আইন প্ৰয়োগত স্থগিতাদেশ নিদিয়ে, ন্যায়ালয়ে আগবাঢ়ি আহিবই লাগিব । কাৰণ প্ৰত্যেকদিনাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে ।

মুখ্য বিচাৰপীঠ এছ এ ববডে কয়, ‘কোনো কাৰণতে যাতে আন্দোলনৰ ফলত পৰিস্থিতি হাতৰ বাহিৰত নাযায় । কাৰো মৃত্যু বা ক্ষত নিবিচাৰো আমি ।’

বিগত শুনানিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰিছিল, কিয় পৰিস্থিতিৰ উন্নতি হোৱা নাই ? প্ৰসংগত কেন্দ্ৰই কয়, কৃষকসকলৰ স’তে কেন্দ্ৰৰ স্বাস্থ্যকৰ আলোচনা অব্যাহত আছে ।

আজি এই আলোচনাৰ প্ৰসংগতে ন্যায়ালয়ে কয়, কেতিয়া পৰিস্থিতি স্বাভাৱিক হ’ব ? এই প্ৰসংগত একো উত্তৰ পোৱা নাই । মুখ্য বিচাৰপীঠে মন্তব্য কৰে, ‘আমি এতিয়ালৈকে বহু প্ৰশ্নৰ উত্তৰ পোৱা নাই । পৰিস্থিতি ক্ৰমে বেয়াতকৈও বেয়া হ’বলৈ ধৰিছে । কিয় মহিলা, বয়সস্থ লোকসকলে আন্দোলনত অংশ লৈছে চৰকাৰে জানে নে ?’

চৰকাৰ পক্ষৰ অধিবক্তা এটৰ্ণি জেনেৰেল কে কে বেণুগোপালে কয়, ‘তিনি-চাৰিখন ৰাজ্যৰ কৃষকসকলে‌ প্ৰতিবাদ কৰিছে, ইয়াত বৃহত্তৰ কৃষক সমাজৰ অংশগ্ৰহণ নাই । দক্ষিণ ভাৰতৰ পৰা কোনো কৃষকে আন্দোলনত অংশগ্ৰহণ কৰা নাই ।

কেন্দ্ৰৰ কৃষকসকলৰ স’তে অষ্টম পৰ্যায়ৰ আলোচনাৰ পাছতো সমস্যাৰ সমাধান নোলাল । তিনি কৃষি আইন বাতিলৰ দাবীত বৰ্তমানেও অটল কৃষকসকল ।

আনহাতে, চৰকাৰে বৰ্তমানেও আইন বাতিল কৰাৰ কথা কোৱা নাই । কেন্দ্ৰৰ শাসক দলে প্ৰচাৰ চলাইছে কেনেকৈ কৃষি আইনৰ বাবে কৃষকসকলৰ উন্নতি সাধন হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPdelhi borderDelhi High CourtFarmers Protest
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d