Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অৰুণাচলত গাঁও স্থাপন চীনৰ

publisher by publisher
January 19, 2021
in India, News
Reading Time: 1 min read
0
অৰুণাচলত গাঁও স্থাপন চীনৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত চুবুৰীয়া চীনৰ স’তে চলি থকা সংঘাতপূর্ণ পৰিস্থিতিৰ মাজতে এইবাৰ অৰুণাচল প্রদেশৰ সীমান্তত চীনা আগ্রাসনৰ তথ্য পােহৰলৈ আহিছে।শেহতীয়াভাৱে অৰুণাচল প্রদেশত চীনে এখন নতুন গাঁও স্থাপন কৰিছে। এই গাঁৱত নির্মাণ কৰা হৈছে ১০১টা ঘৰ। উত্তৰ সােৱণশিৰি জিলাত নিয়ন্ত্রণ ৰেখা উলংঘা কৰি ভাৰতীয় সীমান্তত প্ৰৱেশ কৰি চীনা বাহিনীয়ে গাঁও নির্মাণৰ এই তথ্য ছেটেলাইটৰ দ্বাৰা সংগৃহীত ছবিৰ পৰা উদ্ধাৰ কৰা হৈছে।

ADVERTISEMENT

২০২০ৰ এক নৱেম্বৰৰ এই ছবিসমূহত স্পষ্ট হৈছে যে সীমান্তত ভাৰতৰ ভূমিত প্রায় ৪.৫ কিলােমিটাৰ অঞ্চলত এই নির্মাণ কার্য কৰা হৈছে। টাছাৰী চু নৈৰ পাৰত উত্তৰ সােৱণশিৰি জিলাত দীর্ঘদিনীয়া বিতর্কিত অঞ্চলত এই গাঁও স্থাপন কৰিছে চীনে। এই অঞ্চলত পূর্বতে দুই দেশৰ সেনাবাহিনীৰ মাজত সংঘর্ষও হৈছিল।দীর্ঘদিনীয়া বিবদমান অঞ্চলত ২০১৯ৰ ২৬ আগষ্টত সংগৃহীত ছবিত এনে কোনাে ধৰণৰ গাঁৱৰ অস্তিত্ব নাছিল। জংঘলেৰে আৱৰা আছিল নৈৰ পাৰ। সেয়েহে বিগত বৰ্ষতে গাঁও নির্মাণৰ বিষয়টো স্পষ্ট হৈছে। বৈদেশিক মন্ত্রণালয়ে তাৎপর্যপূর্ণভাৱে এই বাতৰিৰ বিৰােধিতা কৰা নাই।

মন্ত্রণালয়ে কয়,‘ভাৰতৰ স’তে থকা সীমান্ত অঞ্চলত চীনে নির্মাণ কার্য কৰাৰ শেহতীয়া প্রতিবেদন আমি দেখিছাে। বিগত কে’বা বছৰাে চীনে এই ধৰণৰ আন্তঃগাঁথনি নির্মাণ কার্য কৰি আছে।আমাৰ চৰকাৰেও সীমান্ত অঞ্চলৰ আন্তঃগাঁথনি নির্মাণ যেনে পথ-দলং আদি নির্মাণত গুৰুত্ব আৰােপ কৰিছে। বিজেপিৰ সাংসদ অৰুণাচলৰ টাপিৰ গাঁৱে নির্মাণ কার্য চীনে কৰাৰ সময়তে এই অভিযােগ উত্থাপন কৰিছিল। তেওঁ কৈছিল যে আপাৰ সােৱণশিৰি জিলাত নিয়ন্ত্রণ ৰেখা অতিক্রম কৰি ভাৰতীয় সীমান্ত প্রৱেশ কৰি চীনে স্থায়ী আন্তঃগাঁথনি নির্মাণ কৰিছে।

তেওঁ লােকসভাত চীনৰ এই আগ্রাসনৰ বিষয়ে সকীয়াই দিছে। সম্প্রতি তেওঁ কয় যে চীনে দ্বৈত লেনযুক্ত নতুন নির্মাণ কৰিছে। নির্মাণ কার্য এতিয়াও অব্যাহত আছে। চীনে আপাৰ সােৱণশিৰি জিলাৰ নৈৰ পাৰে পাৰে ৬০-৭০ কিলােমিটাৰ ভিতৰলৈ প্রৱেশ কৰিছিল। সােৱণশিৰি নৈৰ দিশলৈ প্রবাহিত স্থানীয়ভাৱে লেনছী নামেৰে জনজাত নৈৰ পাৰে পাৰে এটা পথ নির্মাণ কৰি আছে চীনে।ইপিনে, কেন্দ্রীয় চৰকাৰে কয় যে সকলাে বিষয়ত ধাৰাবাহিকভাৱে দৃষ্টি দি আছে।

মনকৰিবলগীয়া যে চীনে অৰুণাচলত নির্মাণ কাৰ্য আৰম্ভ কৰা অঞ্চলটো ঐতিহাসিকভাৱে বিবদমান অঞ্চল। বিশেষজ্ঞসকলৰ মতে এই নৱনির্মিত গাঁও মেকমােহন লাইন অর্থাৎ ভাৰতৰ ধাৰণাৰ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ দক্ষিণত অৱস্থিত। এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিশেষজ্ঞই কয়। এনে নির্মাণ কার্যৰ দ্বাৰা চীনে দুই দেশৰ মাজত থকা এলানি চুক্তিপত্র ভংগ কৰিছে। ভাৰতে দাবী কৰা সীমান্তৰ ভিতৰতে চীনে এই আৱাসী অঞ্চল নির্মাণ কৰিছে বুলি বিশেষজ্ঞসকলে কয়। সশস্ত্র সংঘৰ্ষৰ আগশাৰীৰ সামৰিক বিশেষজ্ঞ ছিমতাকে কয় যে ২০০০ৰ পৰাই চীন সামৰিক বাহিনীয়ে এই উপত্যকাত সামান্য আগ্রাসী অৱস্থান লৈ আছে।

যাৰ জৰিয়তে চীনে সমগ্র উপত্যকাৰ ওপৰত দৃষ্টি ৰাখিবলৈ বিচাৰিছে। এই ক্ষেত্ৰত চীনে কোনাে বাধা পােৱা নাই বুলিও বিশেষজ্ঞই কয়। এইদৰে ক্রমান্বয়ে চীনে সময়ে সময়ে আগবাঢ়ি আহি আছে আৰু শেহতীয়াভাৱে গাঁও পর্যন্ত নির্মাণ কৰিলে। টাছাৰী চু নৈৰ উপত্যকাত সংঘৰ্ষৰ দীঘলীয়া ইতিহাস আছে। ১৯৫৯ত তাত সংঘৰ্ষৰ সূচনা হৈছিল। সেই সময়ত চীনা সৈন্যই কোনাে জাননী নােহােৱাকৈ ভাৰতীয় চকীত গােলাবর্ষণ কৰা বুলি কৰা বুলি দিল্লীয়ে বেইজিঙলৈ আনুষ্ঠানিক টোকাও প্রেৰণ কৰিছিল। সেই ঘটনাত ভাৰতীয় সেনাই কথমপি পলায়ন কৰিবলৈ সক্ষম হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAL PRADESHChinanew village
publisher

publisher

Related Posts

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ
India

October 12, 2026
বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d