Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 চিৰাঙৰ বেংতল শালবাৰী গাঁৱৰ শিক্ষিত যুৱকৰ কৃষি কৰ্মত সাফল‍্য

publisher by publisher
January 28, 2021
in Assam, India, News
Reading Time: 1 min read
0
 চিৰাঙৰ বেংতল শালবাৰী গাঁৱৰ শিক্ষিত যুৱকৰ কৃষি কৰ্মত সাফল‍্য
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

চিৰাং জিলাৰ অতিকে ভিতৰুৱা অঞ্চল বেংতল শালবাৰী গাঁৱৰ শিক্ষিত যুৱক অমৰসিং বসুমতাৰী । স্নাতকৰ মহলা উত্তীৰ্ণ হৈ চাকৰীৰ পিছত দৌৰি নুফুৰি আৰম্ভ কৰিছে কৃষি কৰ্ম।কলেজত পঢ়ি থকা সময়ৰ পৰাই কৃষি কৰ্মৰ প্ৰতি ধাউতি আছিল অমৰৰ। কলেজীয়া শিক্ষা সাং কৰি উদালগুৰীৰ পৰা ষ্ট্ৰবেৰী খেতিৰ শিক্ষা লয় আৰু ইউটিউবৰ পৰাও কিছু শিকে।তাৰ পিছতে হিমাচলত থকা বন্ধুৰ স’তে যোগাযোগ কৰি ষ্ট্ৰবেৰীৰ পুলি আনি তিনিবিঘা মাটীত খেতি কৰে।

ADVERTISEMENT

যোৱা বছৰ লক ডাউনৰ বাবে বিপাঙত পৰিছিল যদিও লোকচান হোৱা নাছিল।অমৰ সিঙে জনায় যে প্ৰতি বিঘা ষ্ট্ৰবেৰী খেতিত ৭০ৰ পৰা ৮০ হেজাৰ টকা খৰচ হয় যদিও বিঘাই প্ৰতি ৫ৰ পৰা ৬ লাখ টকা আয় হয়। এই ক্ষেত্ৰত কৃষি বিভাগে বিভিন্ন দিশত পৰামৰ্শ দিয়াৰ লগতে তেওঁক সহায়ো কৰে।তেওঁ নিজে এই কৃষি কৰ্মৰে স্বাৱলম্বি হোৱাৰ লগতে নিজৰ খেতিত গাঁৱৰ বহু লোকক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে বুলিও জনায় ।

ষ্ট্ৰবেৰী খেতিৰ মাজতে তেওঁ ঘৰত খোৱাৰ বাবে পাচলিও কৰিছে।অমৰ সিঙৰ কৃষিত সাফল‍্য দেখি আপ্লুত বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক কনক ৰায়। তেওঁ কয় যে এয়া সচাকৈ অসমৰ কৃষি বিভাগৰ বাবে ভাল খবৰ। শিক্ষিত যুৱক সকল কৃষিৰ বাবে আগবাঢ়ি আহি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।যিসকল নতুনকৈ খেতি কৰিব বিচাৰে তেওঁ লোকক বিভাগীয় ভাৱে সকলো সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কনক ৰায়ে ।

শিক্ষিত যুৱক যুৱতি যিসকলে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহি তেওঁ লোক আগবাঢ়ি আহিলে অমৰ সিঙে সহায় কৰিব বুলিও জনায় আৰু একেদৰেই কৃষি বিভাগেও সহায় কৰিব বুলি জনায়।মুঠতে ৰাজ‍্যত কৃষি বিপ্লৱৰ বাবে শিক্ষিত যুৱক যুৱতি সকলক নিয়োজিত কৰাৰ বাবে বৰ্তমান চৰকাৰে ও বিভিন্ন ধৰণৰ সহায় কৰাৰ আঁচনি প্ৰস্থুত কৰিছে । মাথো যুৱক যুৱতি সকলৰ আগবাঢ়ি অহালৈহে অপেক্ষা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCHIRANGindiaStrawberry
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d