Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কাবুলক জল সৰবৰাহ কৰিব দিল্লীয়ে

publisher by publisher
February 10, 2021
in India, News, Politics
Reading Time: 1 min read
0
কাবুলক জল সৰবৰাহ কৰিব দিল্লীয়ে
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

কাবুলৰ জনসাধাৰণক জল সৰবৰাহ কৰিবৰ বাবে চুক্তিবদ্ধ হ’ল নতুন দিল্লী । ৰবীন্দ্ৰনাথক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদী তথা ভাৰতক ধন্যবাদ জনালে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰফ গনিয়ে । আজি ভিডিঅ’কনফাৰেন্সযুগে দ্বিপাক্ষিক শীৰ্ষ বৈঠকৰ পাছত কাবুল নদী অৱবাহিকাৰ শাহতুত বান্ধ নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হ’ল ভাৰত আৰু আফগানিস্তান ।

ADVERTISEMENT

ছবছৰ ধৰি এই বান্ধ নিৰ্মাণৰ বাবে আলোচনা চলি আছিল । বিগত বৰ্ষত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ঘোষণা কৰিছিল ২০২১ত এই বিষয়ত চুক্তি স্বাক্ষৰ কৰা হ’ব । আজি আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে জনায় যে, তেওঁ ৰবীন্দ্ৰনাথৰ ‘কাবুলিৱালা’ গল্প পঢ়িয়ে ডাঙৰ হৈছে । তেওঁ কয়, ‘কাবুলিৱালাৰ তৰফৰ পৰা মই আপোনালোক সকলোকে ধন্যবাদ দিব বিচাৰোঁ । শাহতুত বান্ধৰ জৰিয়তে আমি পুনৰ প্ৰাকৃতিক সৌন্দৰ্য উভতাই আনিব পাৰিম । বাবৰৰ কল্পনা বাস্তৱায়িত হ’ব । জল আৰু প্ৰতিষেধক উপহাৰ হিচাপে প্ৰদান কৰাৰ বাবে ভাৰত তথা নৰেন্দ্ৰ মোদীক ধন্যবাদ ।’

ইফালে নাম নোলোৱাকৈয়ে পাকিস্তানক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰত আৰু আফগানিস্তান উভয় দেশেই হিংসামুক্ত পৰিৱেশ বিচাৰে । আফগানিস্তানত হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ বাবে আমি উদ্বিগ্ন হৈছো । আমি কাবুলৰ স’তে আছো । কাপুৰুষৰ দৰে আফগানিস্তানক লক্ষ্য কৰা হৈছে । সন্ত্ৰাসৰ স’তে যুঁজত আমি একজোঁট ।’

আফগানিস্তানক ‘শক্তিশালী কৌশলগত মিত্ৰ’ হিচাপে বৰ্ণনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে, সম্প্ৰতি আফগানিস্তানত পাঁচ লাখ প্ৰতিষেধক প্ৰেৰণ কৰা হৈছে । এই সন্দৰ্ভত ৰাষ্ট্ৰপতি গনিয়ে কয়, ‘আমাক পাঁচ লাখ প্ৰতিষেধক প্ৰদান কৰাৰ যি সিদ্ধান্ত আপুনি গ্ৰহণ কৰিছে, বিপদৰ সময়ত তাতকৈ বেছি ভাল উপহাৰ আৰু একো হ’ব নোৱাৰে ।’

শাহতুত বান্ধৰ সন্দৰ্ভত পূৰ্বেই মাত মাতিছিল ইছলামাবাদে । কিন্তু বিষয়টোত নতুন দিল্লীয়ে কৈফিয়ত নিদিয়ে । কাবুল নদী উপত্যকাত এই বান্ধ নিৰ্মাণ হ’লে যে ইছলামাবাদ বাদ পৰি যাব সেই কথা জানিছিল ছাউথ ব্লকে । দক্ষিণ এছিয়া আৰু দক্ষিণ-পশ্চিম এছিয়াৰ ভূকৌশলগত পৰিস্থিতি বিবেচনা কৰিয়ে ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাই বৈদেশিক মন্ত্ৰণালয়ে ।

এই সিদ্ধান্তৰ ফলত প্ৰথমতে, আফগানিস্তানৰ আছৰফ গনি চৰকাৰৰ স’তে সম্পৰ্ক অধিক শক্তিশালী কৰা সম্ভৱ হ’ব । কৌশলগত ক্ষেত্ৰত নতুন দিল্লীৰ প্ৰভাৱ বিস্তাৰ হ’ব । দ্বিতীয়তে, দ’হাৰ তালিবানৰ স’তে গনি চৰকাৰৰ যি শান্তি আলোচনা চলিছে, তাতে হস্তক্ষেপ কৰি নিজৰ ক্ষমতা বৃদ্ধি কৰাৰ চেষ্টা চলাইছে পাকিস্তানে । সূত্ৰ অনুসৰি, প্ৰায় ছহেজাৰৰ অধিক সন্ত্ৰাসবাদী কাবুললৈ প্ৰেৰণ কৰি তালিবানৰ স’তে সংযোগ বঢ়োৱাৰ চেষ্টা ‌কৰিছে পাকিস্তান চৰকাৰে । জ’ বাইডেনে ৰাষ্ট্ৰপতি পদৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত আমেৰিকাৰ নতুন কাবুল নীতিৰ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব বুলি মত প্ৰকাশ কৰে দিল্লীয়ে । সেয়ে পূৰ্বৰ পৰাই কাবুলত নিজৰ উন্নয়নকামী ব্যৱস্থাক আন্তৰ্জাতিক প্ৰচাৰত আনিব বিচাৰে মোদী চৰকাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashraf GhaniIndia and Afghanistan signed MOUNarendra Modishahtoot dam
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d