● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত এক লাখ ১৫ হেজাৰ ৭৩৬ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,২৮,০১,৭৮৫ জন ।
● ইতিমধ্যে এক লাখ ৬৬ হেজাৰ ১৭৭ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৬৩০ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ২৫ কোটি ১৪ লাখ ৩৯ হেজাৰ ৫৯৮ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ১২,০৮,৩২৯ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ আঠ কোটি ৭০ লাখ ৭৭ হেজাৰ ৪৭৪ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৩৯ লাখ ৬৬ হেজাৰ ৫৪৮ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।
ADVERTISEMENT
































