Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মৃতদেহ সৎকাৰৰ বাবে স্থানৰ অভাৱ দিল্লীত

publisher by publisher
May 1, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
মৃতদেহ সৎকাৰৰ বাবে স্থানৰ অভাৱ দিল্লীত
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

মৃতদেহ সৎকাৰৰ বাবেও যেন এতিয়া দিল্লীত ল’ব লাগিব আগতীয়া টিকট। অপেক্ষা কৰিব লাগিব নির্দিষ্ট সময়লৈ। কিয়নাে ক’লা বজাৰত টিকট ক্রয় কৰিলেও হয়তাে মৃতদেহ সকাৰৰ বাবে ঠাই নাপাব।

ADVERTISEMENT

কৰ’নাৰ ভয়াৱহতাত এতিয়া দিল্লীৰ পৰিস্থিতি এনে অবর্ণনীয় হৈ পৰিছে। শ্মশানত ঠাই নােপােৱাৰ বাবে মৃতদেহ ঘৰলৈ ঘূৰাই অনা, মৃতদেহ পচি নাযাবলৈ বৰফৰ মাজত ভৰাই থােৱা আদি দৃশ্যবােৰ এতিয়া দিল্লীৰ বিভিন্ন প্ৰান্তত নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

যিসকল অকলশৰীয়া লােকৰ ক’ভিডত মৃত্যু হৈছে, তেওঁলােকৰ বহুতকে সকাৰ কৰিছে স্বেচ্ছাসেৱী সংগঠনে। দিল্লীত এতিয়া এফালে যদি অক্সিজেনক লৈ হাহাকাৰ চলি আছে, আনফালে নির্বাপিত হােৱা নাই চিতাৰ জুই। গড় হিচাপত প্রতি ঘণ্টাত দিল্লীৰ বিভিন্ন শ্মশানত ১০ৰ পৰা ১৫জন ক’ভিড ৰােগীৰ মৃতদেহ দাহ কৰা হৈ আছে।

কৰ’না অতিমাৰীৰ আৰম্ভণিৰে পৰা এই পর্যন্ত দিল্লীত ১৫ হেজাৰােধিক ক’ভিড ৰােগীৰ মৃত্যু হৈছে। বিগত তিনি-চাৰি সপ্তাহত কেৱল তিনি হেজাৰ ৯৮২জন মৃতকৰ নাম নথিভুক্ত হৈছে। সূত্র মতে, প্রকৃত সংখ্যা আৰু বেছি।কিয়নাে নথিভুক্ত নকৰাকৈয়ে অগণন মৃতদেহ দাহ কৰা হৈছে।

বিগত ১১ বছৰ ধৰি দিল্লীৰ দয়ানন্দ মুক্তিধাম শ্মশানত পৰিচালকৰ দায়িত্ব পালন কৰি আছে ৰাম পাল নামৰ লােকজনে। প্রত্যেক মৃতকৰ পৰিয়ালকে তেওঁৰ এষাৰেই কথা, ইয়ালৈ নাহিব, ঠাই নাই। অথচ সেই কথাই কাম দিয়া নাই।

মানুহৰ উপায়াে নাই। পালে কয়, ইয়াত প্রতিদিনে ৩০টা মৃতদেহ দাহ কৰাটো সম্ভৱ। অথচ বিগত পাঁচটা দিনত নিয়মিত ৪০ৰ পৰা ৫০টা দাহকার্য হৈ আছে। সেয়ে চৰকাৰক আবেদন জনাইছাে, যমুনাৰ পাৰত দাহকার্যৰ ব্যৱস্থা কৰক। তেতিয়া হলে অন্ততঃ পাৰস্পৰিক দূৰত্ব বজাই ৰাখি কাম কৰিব পৰা যাব।

ইয়াত সেয়া সম্ভৱ হােৱা নাই। এটা মৃতদেহ দাহৰ বাবে কমেও তিনিশ কেজি কাঠ লাগে। ইমান কাঠেইবা ক’ৰ পৰা আহিব?এতিয়াতাে কাঠতকৈ শৱৰ সংখ্যা বেছি হৈছেগৈ। লক্ষ্যণীয়ভাৱে অসহায় সমাজৰ সর্বস্তৰৰ লােকেই মৃতদেহৰ এই দীর্ঘলীয়া শাৰীৰ মাজত থিয় হৈ থাকিবলগীয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ সদস্য, আইনজীৱী অনীপ সচতেই অক্সিজেন নােপােৱাকৈ নিজগৃহতে শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁৰ পত্নী আৰু কন্যাই দিনৰ ১১ বজাত শ্মশানত উপস্থিত হৈ জানিব পাৰে যে তেওঁলােকৰ আগত আছে আৰু ২৫জন। সচতেৰ পত্নীয়ে কয়, ‘আমি সমগ্ৰ দিনটো অপেক্ষা কৰিলাে, বিভিন্ন শ্মশানলৈও ফোন কৰি আছিলাে। শেষত যেনিবা মাজনিশা শৱ সৎকাৰ সম্পন্ন হয়। দিল্লীত যিসকলে অকলে বাস কৰিছিল বা যাৰ সংগীও ক’ভিডত আক্রান্ত,তেনে লােকৰ পৰিস্থিতি আৰু ভয়ংকৰ।

দিল্লীৰ বসন্তকুঞ্জৰ প্রবীণ বাসিন্দা সংঘমিত্রা সেনৰাে ক’ভিডত মৃত্যু হয়। তেওঁৰ স্বামীও ক’ভিডত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে। একমাত্র পুত্র আবদ্ধ হৈ আছে বাংগালুৰুত। পাছত যেনিবা যুৱ কংগ্ৰেছ আৰু এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযােগিতাত প্রবীণ মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন হয়।

ইতিমধ্যে এটা চেনেলত দেখা গৈছে এক নিদারুণ দৃশ্য। ক’ভিড আক্রান্ত মাতৃক ৰক্ষাৰ বাবে হাতত অক্সিজেনৰ খালী চিলিণ্ডাৰ লৈ এটা কাৰখানাত শাৰী পাতি অপেক্ষা কৰিছিল শ্রুতি নামৰ যুৱতীগৰাকীয়ে।

খালী চিলিণ্ডাৰটো কিছু সােনকালে ভর্তি কৰি দিয়াৰ বাবে তেওঁ সকলােৰে হাতে-ভৰিয়ে ধৰিছিল। কিন্তু তেওঁক অপেক্ষা কৰিবলৈ কোৱা হৈছিল। শাৰী পাতি থকা অৱস্থাতে শ্রুতিয়ে খবৰ পালে যে তেওঁৰ মাতৃয়ে ইতিমধ্যে বিদায় লৈছে। এনে হৃদয়বিদাৰক পৰিস্থিতিবােৰ কৰ’নাৰ কৰাল গ্রাস পৰি দিল্লীত এতিয়া যেন অতি স্বাভাৱিক হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19DELHI
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d