Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

    অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

মেথি বীজ ব্যৱহাৰ কৰি দ্ৰুত ওজন কমোৱাৰ পাঁচটা উপায়

publisher by publisher
May 4, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
মেথি বীজ ব্যৱহাৰ কৰি দ্ৰুত ওজন কমোৱাৰ পাঁচটা উপায়
12
SHARES
119
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ওজন হ্ৰাস কৰিবলৈ আৰু শৰীৰক এটা সুন্দৰ আকৃতি দিবলৈ আমি কিমান যে কি নকৰোঁ! খোৱা খাদ্যৰ পৰিমাণ হ্ৰাস কৰা,প্রিয় আহাৰৰ পৰা একাধিক খাদ্য বাদ দিয়া – আৰু যে কিমান কি! ইয়াৰ উপৰিও, আমাৰ বহুতে কে’বাটাও দ্ৰুত গতিত ওজন হ্ৰাস কৰা ঘৰুৱা প্ৰতিকাৰ ( নেমুৰ ৰস, জিৰা, নহৰু ইত্যাদি) ব্যৱহাৰ কৰে। আপুনি জানেনে যে মেথিৰ বীজৰ দ্বাৰা সোনকালে ওজন হ্ৰাস কৰা সম্ভৱ? ভেষজ মচলা হিচাপে মেথিবীজ আমাৰ সকলোৰে বাবে সুপৰিচিত। মেথিবীজ ব্যৱহাৰ কৰি দ্ৰুত ওজন কমোৱাৰ পাঁচটা দুৰ্দান্ত কৌশল ।

ADVERTISEMENT

(১)মেথি চাহ : মেথি বীজৰ চাহে ওজন হ্ৰাস কৰাত আৰু ডায়েবেটিচৰ সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই হজম আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো যথেষ্ট কাৰ্যকৰী! এটা বাটিত অলপ পানী উতলাওক আৰু ইয়াক মেথিৰ পেষ্টৰ স’তে মিহলি কৰক। বিচাৰিলে ইয়াত আপুনি কিছুমান ভেষজ মচলাও যোগ কৰিব পাৰি। উদাহৰণ স্বৰূপে, আদা বা ডালচেনি। তাৰ পাছত পাত্ৰটো ঢাকনি এখনেৰে ঢাকি দিয়ক আৰু কমেও পাঁচ মিনিটৰ বাবে সকলো মচলা একেলগে উতলাওক। প্ৰতিদিনে খালী পেটত এই চাহ খালে ইয়াৰ ফলাফল পোৱা যাব।

(২) গজামেথুৰ বীজ: গজা মেথিৰ বীজত কেৰোটিনইড, ভিটামিন এ, বি, চি আৰু ই সমৃদ্ধ। ইয়াত পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, এমিনো এচিড, জিংক, পাচন খনিজ আৰু অধিক থাকে।

পাতল কাপোৰ এখন পানীত তিয়াই দিয়ক। এইবাৰ মেথিৰ গুটি এটা বাটিত লওক আৰু সেই পাতল তিতা কাপোৰেৰে ঢাকি দিয়ক আৰু কমেও তিনি ৰাতি এনেদৰে এৰি দিয়ক। যদি মেথিৰ গুটি তিনি দিনৰ পাছত গজালি দিয়ে, সেই গজা মেথি গুটি খালে সোনকালে ওজন হ্ৰাস হব। ই সোনকালে ওজন হ্ৰাস কৰাত অতি কাৰ্যকৰী।

(৩) ভজা মেথি: এটা বাটিত অলপ মেথি লওঁক আৰু ইয়াক তেল অবিহনে কম জুইত ভাজি ইয়াক গুৰি কৰক। তাৰ পাছত, মেথি গুৰিখিনি অলপ গৰম পানীৰ স’তে মিহলি কৰি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাটোৱে ওজন সোনকালে হ্ৰাস কৰিব। আপুনি ফলাফলবোৰ মেনুৱেলি পাব। ওজন সোনকালে হ্ৰাস কৰাৰ এইটো এটা আশ্চৰ্যকৰ উপায়।

(৪) মেথিত তিয়াই থোৱা পানী: মেথি তিয়াই থোৱা পানী খালে সোনকালে ওজন হ্ৰাস কৰাত সহায় কৰে। কিয়নো ইয়াক খোৱাটোৱে খাদ্যৰ বাবে সন্তুষ্টি কঢ়িয়াই আনে। ই ভোকৰ অনুভূতি হ্ৰাস কৰে আৰু খোৱাৰ আকাংক্ষা হ্ৰাস কৰে। ফলস্বৰূপে, ওজন দ্ৰুততাৰে হ্ৰাস হয়।

ইয়াৰ উপৰিও, এক কাপ মেথি গোটেই ৰাতি পানীত তিয়াই পাছদিনা উতলাই খালী পেটত চোবায় খাব । যদি আপুনি নিয়মীয়াকৈ এনেদৰে খায়, আপুনি ইয়াৰ ফল পাব । ই সোনকালে ওজন হ্ৰাস কৰাত অতি কাৰ্যকৰী।

(৫) মেথি আৰু মৌ চাহ: শৰীৰৰ আকৃতি আকৰ্ষণীয় কৰিবলৈ আৰু সোনকালে ওজন হ্ৰাস কৰিবলৈ মৌৰ স’তে মেথিৰ বীজ মিহলি কৰি তৈয়াৰ কৰা চাহ উৎকৃষ্ট। প্ৰথমে মেথিৰ গুটি বোৰ গুৰি কৰক। মেথিৰ গুৰিখিনি পানীৰে উতলাওক আৰু ঠাণ্ডা কৰক আৰু ইয়াক কমেও তিনি ঘণ্টাৰ বাবে এৰি দিয়ক। তাৰ পাছত পানীখিনি চেকি দিয়ক আৰু ইয়াত নেমুৰ ৰস আৰু মৌ যোগ দিয়ক। ভাল ফলাফল পাবলৈ এই মিশ্ৰণটো প্ৰতিৰাতি আৰু ৰাতিপুৱা খাব লাগিব। ই আপোনাৰ শৰীৰৰ ওজন সোনকালে হ্ৰাস কৰিব।

এই পাঁচটা উপায়েৰে মেথিবীজ ব্যৱহাৰ কৰি দ্ৰুততাৰে ওজন হ্ৰাস কৰা সম্ভৱ। পলম নকৰাকৈ আজিৰ পৰা এই নিয়ম আৰম্ভ কৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsHealthMethi Seeds
publisher

publisher

Related Posts

হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d