Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্লাষ্টিকৰ পৰা ভেনিলা প্ৰস্তুত কৰি প্ৰদূষণ হ্ৰাস কৰাৰ পথ প্ৰশস্ত কৰিছে বিজ্ঞানীয়ে

publisher by publisher
June 20, 2021
in India, News
Reading Time: 1 min read
0
প্লাষ্টিকৰ পৰা ভেনিলা প্ৰস্তুত কৰি প্ৰদূষণ হ্ৰাস কৰাৰ পথ প্ৰশস্ত কৰিছে বিজ্ঞানীয়ে
18
SHARES
179
VIEWS
ShareShareShareShare

হয়তো আৰু বেছি দিন নাই, যেতিয়া প্লাষ্টিকৰ বটলৰ পৰাই প্ৰস্তুত কৰা হ’ব সুগন্ধি ভেনিলা ! আইস্ক্ৰিমো তৈয়াৰ কৰা হ’ব ।

ADVERTISEMENT

নষ্ট কৰা বা ৰূপান্তৰ কৰা অসম্ভৱ হোৱাৰ বাবে প্লাষ্টিক প্ৰদূষণৰ যি সমস্যাই সকলোকে চিন্তিত কৰি আহিছে । এই চিন্তাৰ পৰা মুক্তি পোৱাৰ ‌পথ প্ৰদৰ্শন কৰিছে সাম্প্ৰতিক এক আৱিষ্কাৰে । যিয়ে কম খৰচতে বৰ্জ্য প্লাষ্টিকক ৰূপান্তৰ কৰিব মানুহৰ অত্যন্ত প্ৰয়োজনীয় দ্ৰব্য ভেনিলিনত । যি খাদ্য, প্ৰসাধন, ঔষধ, গৃহ আৰু আচবাব পৰিষ্কাৰ কৰা সামগ্ৰী আৰু বিভিন্ন ভেষজনাশক (হাৰ্বিছাইড্) তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় উপাদান ।

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

বৰ্জ্য প্লাষ্টিকক এইদৰে বহু কম খৰচত পৰিৱেশৰ পৰা সমাপ্ত কৰি দিব পৰা যাব । ফলত পুখুৰী, নদী, সাগৰ-মহাসাগৰত প্লাষ্টিকৰ আৱৰ্জনাক লৈ বিশ্বৰ সৰ্বত্ৰত যি উদ্বেগৰ সৃষ্টি হৈ আহিছে, এই আৱিষ্কাৰে আগন্তুক সময়ত ইয়াৰ পৰা মুক্তি পোৱাৰ পথ প্ৰশস্ত কৰিব বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

এডিনবৰা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ গৱেষণাপত্ৰখন প্ৰকাশিত হৈছে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘গ্ৰীণ কেমিষ্ট্ৰি’ত । বৰ্জ্য প্লাষ্টিকক এনেদৰে মানুহৰ কাৰ্যত ব্যৱহৃত পদাৰ্থত ৰূপান্তৰ কৰি পৰিৱেশৰ বিষ কম কৰিবৰ বাবে গৱেষকসকলে ব্যৱহাৰ কৰিছে এক বিশেষ ধৰণৰ বেক্টেৰিয়া । যাৰ নাম ‘ই ক’লি’ ।

তেওঁলোকে প্ৰথমে লক্ষ্য কৰে যে, এই বেক্টেৰিয়াৰ জিনত কিছু সালসলনি কৰি ইয়াক অধিক শক্তিশালী কৰিলে, ই ক’লিয়ে সহজেই বতাহৰ পৰা বৰ্জ্য প্লাষ্টিকৰ বিষ শোষণ কৰিব পাৰে ।

ইয়াৰ পূৰ্বে অন্যান্য গৱেষণাত পোৱা গৈছিল, প্লাষ্টিক ক্ষয় হৈ দীৰ্ঘসময়ৰ পাছত টেৰেফথেলিক এচিদত ৰূপান্তৰিত হয় । এই এচিদ বিষাক্ত । ফলত ই পানী আৰু পৰিৱেশৰ বাবে অধিক বিপজ্জনক হৈ উঠে ।

ইমান দিনে, এই টেৰিফথেলিক এচিদক মানুহৰ ব্যৱহাৰযোগ্য কোনো পদাৰ্থত ৰূপান্তৰিত কৰিব নোৱাৰাৰ বাবেই প্লাষ্টিক প্ৰদূষণ অত্যন্ত চিন্তাৰ বিষয় হৈ থিয় দিছিল । গৱেষকসকলে জনাইছে, সম্প্ৰতি বিশ্বত প্ৰতি মিনিটত ১০ লাখ প্লাষ্টিকৰ বটল বিক্ৰী হয় । ইয়াৰ মাত্ৰ ১৪ শতাংশহে আধুনিক প্ৰযুক্তিৰ দ্বাৰা পুনৰ্ব্যৱহাৰ কৰা সম্ভৱ । সেই পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰা হয় বস্ত্ৰ আৰু কাৰ্পেট নিৰ্মাণ উদ্যোগত ।

ভাৰতক এই প্ৰদূষণৰ পৰা মুক্ত কৰিবৰ বাবে সম্প্ৰতি ‘ইণ্ডিয়া প্লাষ্টিক চেলেঞ্জ – হেকাথন ২০২১’ নামে এক কাৰ্যসূচী ঘোষণা কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেড়কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনায়, তেওঁৰ চৰকাৰৰ লক্ষ্য ২০২২ৰ ভিতৰত ভাৰতক ছিংগল ইউজ, অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰিব লাগিব । ৪০ মাইক্ৰ’নৰ কম ঘনত্বৰ প্লাষ্টিকৰ বেগ তৈয়াৰ কৰাসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ হিচাপ অনুযায়ী, দেশত প্ৰতিদিনে গড়ে প্ৰায় ২৬,০০০ টন প্লাষ্টিক উৎপাদন হয় । ইয়াৰ ভিতৰত প্ৰায় ১০,০০০ টনেই সংগৃহীত নহয় ।

এই উদ্বেগজনক পৰিস্থিতিত এই গৱেষণাই ভিন্ন মাত্ৰা লাভ কৰিছে । গৱেষকসকলে দেখে যে, ই ক’লি বেক্টেৰিয়াই ৩৭ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত এদিনত বিষাক্ত টেৰেফথেলিক এচিদক সুগন্ধি ভেনিলিনত পৰিৱৰ্তন কৰিব পাৰে । এইটো ভেনিলাৰ প্ৰধান উপাদান । বিশ্বত মূলতঃ কয়লা বা খনিজ তেলৰ দৰে জীৱাশ্ম ইন্ধনৰ পৰা লাভ কৰা ৰাসায়নিক দ্ৰৱ্যৰ পৰা ভেনিলা প্ৰস্তুত কৰা হয় । প্ৰয়োজনৰ তুলনাত যি খুবেই অপ্ৰতুল । কিন্তু জীৱাশ্ম ইন্ধনেই সম্প্ৰতি গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে সভ্যতাৰ । ইয়াৰ ব্যৱহাৰো বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiPrakash Javadekar
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d