- ১৬ আগষ্টৰ পৰা খােলা হ’ব আন্তঃজিলা যাতায়াত ।
- লখিমপুৰ, গােলাঘাটত শিথিল সান্ধ্য আইন ।
- লখিমপুৰ আৰু গােলাঘাট জিলাত এক বজালৈ খুলিব পাৰিব দোকান-পােহাৰ ।
- জিলা দুখনত বিয়লি দুই বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইন জাৰি ।
- অন্য জিলাসমূহত চাৰি বজালৈ খােলা ৰাখিব পাৰিব দোকান-পােহাৰ ।
- বিয়লি পাঁচ বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন ।
- সাত আগষ্টৰ পৰা ছয় বজালৈ খুলিব পাৰিব দোকান-পােহাৰ ।
ADVERTISEMENT






























