Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লী বিমানবন্দৰত বোমা হুমকি, সন্ত্ৰাসবাদী আক্ৰমণৰ শংকাত বৃদ্ধি কৰা হৈছে নিৰাপত্তা

publisher by publisher
August 8, 2021
in India, News
Reading Time: 1 min read
0
দিল্লী বিমানবন্দৰত বোমা হুমকি, সন্ত্ৰাসবাদী আক্ৰমণৰ শংকাত বৃদ্ধি কৰা হৈছে নিৰাপত্তা
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

ইঞ্জিন বিকলৰ আশংকা, দিল্লীত ইণ্ডিগ’ বিমানৰ জৰুৰী অৱতৰণ

Two Accused Arrested for Abusing Arunachali Women:অৰুণাচলৰ তিনি যুৱতীক দিল্লীত পুনৰ জাত-পাতত ধৰি অপমান কৰা দুই পুৰুষ-মহিলাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

IYC President Arrested in Delhi:যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবকক গ্ৰেপ্তাৰ

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত বোমা ৰখাৰ হুমকি পায় নিৰাপত্তা বৃদ্ধি কৰা হৈছে । দিল্লী আৰক্ষীয়ে জনাইছে, পাক সমৰ্থনকাৰী সন্ত্ৰাসবাদী সংগঠন আল কায়দাই বিমানবন্দৰত আক্ৰমণ কৰিব পাৰে বুলি গোপন সূত্ৰত খবৰ পোৱা গৈছে । সেয়ে আগৰ পৰাই প্ৰস্তুত হৈ আছে তেওঁলোক ।

ADVERTISEMENT

বিমানবন্দৰৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা অৱশ্যে বিবৃতিত জনোৱা হৈছে যে, বহু সন্ধানৰ পাছতো বোমা পোৱা নাই । সেয়ে বম্ব্ থ্ৰেট এছেচমেণ্ট কমিটিক যাবলৈ কোৱা হয় । অতিৰিক্ত নীৰিক্ষণ চলাই থকা হৈছে বিমানবন্দৰত । নিৰাপত্তাৰক্ষীৰ সংখ্যাও বৃদ্ধি কৰা হৈছে ।

কৰ্তৃপক্ষই জনায় যে, শনিবাৰে বিমানবন্দৰৰ কণ্ট্ৰ’ল ৰুমত এটা হমকিৰ ইমেইল আহে । ইমেলটোত লিখা আছিল, আল কায়দাই বিমানবন্দৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে । কৰ্ণবীৰ ছুৰী ওৰফে মহম্মদ জালাল আৰু তেওঁৰ পত্নী শেলী সাৰদা ওৰফে হাছিনা দেওবাৰে ছিংগাপুৰৰ পৰা দিল্লীলৈ আহিছে । আগন্তুক তিনিদিনৰ ভিতৰত তেওঁলোকে বিমানবন্দৰত বোমা ৰখাৰ পৰিকল্পনা কৰিছে । এই ইমেইল পোৱাৰ পাছতে দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, তদন্তত পোৱা গৈছে যে ইয়াৰ আগতেও এই দুজনৰ নামত বিভিন্ন ঠাইত ইমেইল কৰা হৈছে । অৱশ্যে বিষয়টোক পাতলভাৱে লোৱা নাই দিল্লী আৰক্ষী আৰু বিমানবন্দৰ কৰ্তৃপক্ষই । নিৰাপত্তাত যাতে কোনো কাৰণতে গাফিলতি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে ।

বিমানবন্দৰৰ প্ৰৱেশ আৰু প্ৰস্থান দুৱাৰত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । আৰক্ষীৰ কুকুৰো ব্যৱহাৰ কৰা হৈছে । দিল্লী আৰক্ষীয়ে জনাইছে, ক’ৰ পৰা ইমেইল কৰা হৈছে আৰু ইয়াত কোনো অভিসন্ধি আছে নে নাই তাৰ তদন্ত কৰি আছে তেওঁলোকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi PoliceIndira Gandhi International Airport
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d