Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু শিক্ষা বিভাগৰ জাননীক বুঢ়া আঙুলি কলেজ অধ্যক্ষৰ

ক'ভিড প্ৰ'ট'কল উলংঘাৰে কৰিলে নামভৰ্তি, মাছুল গ্ৰহণ

publisher by publisher
August 17, 2021
in Assam, India, News
Reading Time: 1 min read
0
মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু শিক্ষা বিভাগৰ জাননীক বুঢ়া আঙুলি কলেজ অধ্যক্ষৰ
4
SHARES
36
VIEWS
ShareShareShareShare

কৰ’না মহামাৰীৰ বাবে এফালে আন্তঃজিলা যাতায়ত বন্ধ, আনফালে শিক্ষানুষ্ঠানসমূহো বন্ধ হৈ আছে ৷ চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ বিশেষকৈ, ছাত্ৰ-ছাত্ৰীসকল যাতে ক’ভিড আক্ৰান্ত নহয় সেয়ে চৰকাৰে শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সমাগম বন্ধ কৰি ৰাখিছে ৷

ADVERTISEMENT

চৰকাৰ আৰু উচ্চ শিক্ষা সঞ্চালক উভয়ে কলেজত নামভৰ্তি প্ৰক্ৰিয়া অনলাইনযোগেহে অনুষ্ঠিত কৰিবলৈ নিদেৰ্শ দিছিল ৷ এই নামভৰ্তি বিনামূলীয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ঘোষণা কৰাৰ উপৰি যোৱা দুই আগষ্টত অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকৰ কাৰ্যালয়েে G(B) Misc/41/2021/2220 নং জাননী দ্বাৰা কলেজ অধ্যক্ষসকলক ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত কোনো মাছুল ল’ব নোৱাৰিব বুলি নিদেৰ্শনা জাৰি কৰিছিল ৷ সেই অনুসৰি, অসমৰ প্ৰায় সকলো কলেজে কেৱল অনলাইন (Online) যোগে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু মাছুল লোৱা-নোলোৱা সম্পৰ্কত চৰকাৰৰ নতুন নিদেৰ্শনা জাৰি হোৱালৈ অপেক্ষা কৰি নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ পৰা মাছুল লোৱা নাই ৷

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

কিন্তু শিৱসাগৰ জিলাৰ জাঁজী হেমনাথ শৰ্মা কলেজে মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু শিক্ষা বিভাগৰ নিদেৰ্শনাক বুঢ়া আঙুলি দেখুৱাই যোৱা ১৪ আৰু ১৬ আগষ্টত কৰিলে অফলাইন (Offline) যোগে নামভৰ্তি৷ সূত্ৰ অনুসৰি, নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক-কৰ্মচাৰীসকলোকে উক্ত দুদিন কলেজলৈ আহিবলৈ নিদেৰ্শ দিলে কলেজখনৰ অধ্যক্ষই ৷ ফলস্বৰূপে ক’ভিড প্ৰ’ট’কল ভংগ কৰি কলেজত সমবেত হ’ল শতাধিক ছাত্ৰ-ছাত্ৰী ৷

আনহাতে, চৰকাৰৰ নতুন নিদেৰ্শনা লৈ অপেক্ষা নকৰি বিপিএল (দৰিদ্ৰ সীমাৰেখা) নথি জমা দিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ পৰা কলেজ অধ্যক্ষই নামভৰ্তিৰ মাছুল আদায় কৰিলে ৷ সূত্ৰ অনুসৰি, উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে ৪০০০/ আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে ৫০০০/ টকাকৈ মাছুল আদায় কৰিলে ৷

মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগৰ নিদেৰ্শনা উলংঘা কৰি ক’ভিড নিয়ম ভংগ কৰা আৰু নামভৰ্তিৰ বিপৰীতে উচ্চ হাৰত মাছুল লোৱা ঘটনাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ গৰিষ্ঠসংখ্যক দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা গ্ৰাম্য অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানখনত কভিড মহামাৰীৰ সময়ত এনে অতি উচ্চ হাৰৰ মাছুল আদায় কেনেকৈ কলেজ কৰ্তৃপক্ষই ল’ব পাৰিলে তাৰো প্ৰশ্ন উথাপন হোৱা দেখা গৈছে ৷

উল্লেখযোগ্য, বিভিন্ন শৈক্ষিক, বিত্তীয় অনিয়ম আৰু যৌনতা কেন্দ্ৰিক ঘটনাই জোকাৰি যোৱা একালৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত সম্প্ৰতি দেখা দিয়া অচলাৱস্থাই নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa SarmaJhanji Hemnath Sarma CollegeRanoj Pegu
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d