Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 ভুপেন বৰাই উপনিৰ্বাচনত পাঁচটা সমষ্টি দখল কৰাটো দু:স্বপ্ন

আটাইকেইটা সমষ্টি দখল কৰিব বিজেপি মিত্ৰজোঁটেঃ প্ৰমোদ বড়ো

publisher by publisher
November 1, 2021
in Assam, India, News
Reading Time: 1 min read
0
 ভুপেন বৰাই উপনিৰ্বাচনত পাঁচটা সমষ্টি দখল কৰাটো দু:স্বপ্ন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সদ্যসমাপ্ত ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাত্ৰ কেই ঘন্টামান বাকী৷ তেনে সময়তে পাঁচটা সমষ্টিয়ে বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷

ADVERTISEMENT

বাগসা জিলাৰ শালবাৰীৰ শিমলাৰ ককলাবাৰীত আজি অনুষ্ঠিত ৭৯ সংখ্যক এবছুৰ প্ৰতিস্থাপক সভাপতি বাণেশ্বৰ বসুমতাৰীৰ জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷

এবছুৰ প্ৰতিস্থাপক সভাপতি বাণেশ্বৰ বসুমতাৰীয়ে বড়ো জাতিটোক সঠিক পথ দেখুৱাই আগবঢ়াই নিয়াত এক বলিষ্ঠ ভুমিকা পালন কৰিছিল ৷ তেওঁৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত বড়ো জাতিয়ে সদায় কাম কৰি যাব বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷

দুই নৱেম্বৰত ঘোষণা হ’ব লগা উপ নিৰ্বাচনক লৈও মন্তব্য কৰে প্ৰমোদ বড়োৱে৷ পাঁচটা সমষ্টিতে বিজেপি মিত্ৰজোঁট জয়ী হ’ব বুলি কয় প্ৰমোদ বড়োৱে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পাঁচোটা সমষ্টি কংগ্ৰেছৰ দখলত থাকিব বুলি কোৱাটো ভূপেন বৰাৰ এক দুঃস্বপ্ন বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে৷

আকাশত চাং পতা কথা কৈছে ভূপেন বৰাই৷ বিটিআৰত ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পাছত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে৷ আজিৰ দিনত বিটিআৰত কোনো বিপিএফ বা কংগ্ৰেছে স্থান নাপাব৷ সাংসদ নৱ কুমাৰ শৰণীয়া যিখন মঞ্চৰ পৰা আহিছে সেইখন মঞ্চ চেলেনজিং আছিল৷দ্বিতীয় বাৰ এমপি হৈ ৰাইজৰ মাজত যি দৃষ্টিভংগী দেখুৱাইছে সেই ফালৰ পৰা তেওঁৰ ৰাজনৈতিক জীৱন কি হ’ব নাজানো বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে৷

নৱ কুমাৰ শৰণীয়াই নিজৰ ৰাস্তা নিজে ল’ব৷মূল্যবৃদ্ধি নতুন কথা নহয়৷সময়ে সময়ে হৈ থাকে এইবোৰ৷ মূল্যবৃদ্ধিয়ে সমাজ জীৱনত কি ধৰণে প্ৰভাৱ পেলাইছে সেই বিষয়ে চিন্তা কৰা বুলি কয় বড়োৱে৷ইফালে একেটা অনুষ্ঠানতে উপস্থিত থাকি মন্ত্ৰী ইউ জি ব্ৰহ্মই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ হ’লে মধ্যভোগী আৰু দালাল সকলক নাকি লগাব লাগিব আৰু তেতিয়াহে মূল্যবৃদ্ধি ৰোধ হ’ব বুলি মন্তব্য কৰে৷

তেনে ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি মন্তব্য কৰি উপ নিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি মিত্ৰজোঁটে জয়ী হ’ব৷বিটিচিৰ তামুলপুৰ আৰু গোসাইগাঁওৰ লগতে ভৱানীপুৰত বিজেপি প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব বুলি কয়৷ বিটিচিত জিএছ পিৰ লগত মিত্ৰতা থকাৰ পাচতো তামুলপুৰত প্ৰাৰ্থী দি মিত্ৰতাৰ নৈতিক দায়িত্ব পালন কৰা নাই বুলি কয় মন্ত্ৰী ইউ জি ব্ৰহ্মই৷হাগ্ৰামাই সুবিধাবাদী ৰাজনীতি কৰিছে৷

তেওঁ এজন বিচিত্ৰ ৰাজনৈতিক নেতা৷বিজেপিৰ লগত মিত্ৰতা থকা বুলি কৈ গোসাইগাঁওত প্ৰাৰ্থী দিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ৷হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ভৱানীপুৰত কংগ্ৰেছৰ হৈ আৰু তামুলপুৰত নিৰ্দলীয় প্ৰাৰ্থী গনেশ কছাৰীৰ হৈ কাম কৰিছে কৰিছে বুলি মন্তব্য কৰে ব্ৰহ্মই৷

এনে বিচিত্ৰময় ৰাজনৈতিক নেতাৰ ৰাজনীতি বেছিদিন নচলে বুলি কৈ হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দল ভংগ কৰি কাৰো নাম নোকোৱাকৈ আন দলৰ লগত চামিল হ’বলৈ কয় মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ বিপিএফ আৰু নৱকুমাৰ শৰণীয়া ধ্বংস হ’বলৈ গৈ আছে বুলি কয় মন্ত্ৰী গৰাকীয়ে।

লগতে তেওঁ এই অনুষ্ঠানত উপস্থিত থাকি বানেশ্বৰ বসুমতাৰীৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত বিধায়ক পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান ঘোষনা কৰে।সভৰত কেবাগৰাকী দলীয় নেতা আৰু ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBagsa
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d