Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ashok Hotel : বৃদ্ধি পাইছে লোকচানৰ পৰিমাণ, এইবাৰ বেচৰকাৰীকৰণ কৰা হ’ব অশোক হোটেলক

publisher by publisher
December 12, 2021
in India, News
Reading Time: 1 min read
0
Ashok Hotel : বৃদ্ধি পাইছে লোকচানৰ পৰিমাণ, এইবাৰ বেচৰকাৰীকৰণ কৰা হ’ব অশোক হোটেলক
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

ৰাজধানীৰ ঐতিহ্যমণ্ডিত অশোক হোটেলৰ দায়িত্ব বেচৰকাৰী সংস্থাক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্র‌ই । ৬৫ বছৰ পুৰণি এই চৰকাৰী সম্পত্তিৰ পৰা চৰকাৰৰ কোনো লাভ নোহোৱাৰ বাবেই এই‌ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সূত্রৰ খবৰ । বৰঞ্চ, চৰকাৰী হিচাপ অনুযায়ী হোটেলখনক নতুন কার্পেট, নতুন আচবাবেৰে নতুনকৈ সাজাওতে ৫০০ কোটি টকা ব্যয় হ’ব পাৰে । সেয়ে কেন্দ্র‌ই সিদ্ধান্ত লৈছে যে এই বিশাল ব্যয়ৰ বোজা চৰকাৰৰ কান্ধত নলৈ সেই ভাৰ কোনো বেচৰকাৰী সংস্থাৰ হাতত তুলি দিয়াৰ ।

ADVERTISEMENT

এক সর্বভাৰতীয় সংবাদ সংস্থাৰ প্রকাশিত প্ৰতিবেদনত এই তথ্য জনোৱা হৈছে । প্ৰতিবেদনত কোৱা হৈছে, কেন্দ্র‌ই ৬০ বছৰৰ বাবে চুক্তি ভিত্তিক ভাৰা দিব বিচাৰিছে অশোক হোটেলক । ইয়াৰ বাবে বৃহৎ অংকৰ ধন লিজৰ লগতে বার্ষিক লভ্যাংশও দাবী কৰিব পাৰে কেন্দ্র‌ই । এই বিষয়ত শীঘ্রে মন্ত্রীসভা‌ই সিদ্ধান্ত ল’ব বুলিও জানোৱা হৈছে প্ৰতিবেদনখনত ।

কোষাগাৰৰ অৱস্থা পুনৰ সৱল কৰি তুলিবলৈ সম্প্রতি বিভিন্ন চৰকাৰী সম্পত্তিৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰিছে কেন্দ্র‌ই । অশোক হোটেলক লৈ এই সিদ্ধান্ত সেই পৰিকল্পনাৰেই অংগ বুলি অনুমান কৰা হৈছে । প্রায় চাৰে ২১ একৰ ভূমিৰ ওপৰত তৈয়াৰী এই হোটেলখনত ৫০০টা ঘৰ আছে‌ । ইয়াৰ উপৰি হোটেলৰ কাষত বহু খালি ভূমি আছে । ইয়াৰ ভিতৰত ৮.১ একৰ ভূমি পৃথককৈ লিজত দিয়াৰ কথা ভাবিছে কেন্দ্র‌ই । ৬.৩ একৰ ভূমি হোটেল চৌহদতেই বিশেষ সেৱাযুক্ত এপার্টমেন্ট তৈয়াৰ কৰিবৰ বাবে দিয়া হ’ব । বাকী ১.৮ একৰ অন্যান্য বাণিজ্যিক কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে ভাৰা দিয়া হ’ব । কেন্দ্র সূত্রে খবৰ এই ভূমিবোৰ ৯০ বছৰৰ বাবে লিজত দিয়া হ’ব । ম্যাদ উকলিলে পুনৰ চৰকাৰৰ হাততেই ঘূৰি আহিব ।

১৯৫৬ত ৰাষ্ট্ৰসংঘৰ এক সন্মিলনৰ বাবে তৈয়াৰ কৰা হয় অশোক হোটেল । ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে হোটেলখন তৈয়াৰ কৰিছিল জম্মু কাশ্মীৰৰ তৎকালীন যুৱৰাজ কর্ণ সিঙে দান কৰা ২৫ একৰ ভূমিৰ ওপৰত । হোটেলখনৰ আধুনিক ভাৰতীয় স্থাপত্যৰ নক্সা প্ৰস্তুত কৰিছিল স্থপতি ই বি ডক্টৰে । ৬৫ বছৰ পাছত সেই ঐতিহ্যমণ্ডিত সম্পত্তিৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত লয় যদিও হোটেলৰ স্থাপত্যত যাতে কোনো ধৰণৰ পৰিৱৰ্তন নঘটে সেই বিষয়টো লক্ষ্য ৰাখিব কেন্দ্র‌ই । এই বিষয়ত চর্তও আৰোপ কৰা হ’ব চুক্তিপত্রত । সূত্রৰ খবৰ কোনো এটা সংস্থা বা একাধিক সংস্থাই একেলগে আবেদন কৰিব পাৰে । সর্বোচ্চ মূল্য দিবলৈ আগ্রহীকেই নিৰ্বাচিত কৰা হ’ব কেন্দ্রৰ তৰফৰ পৰা । ইয়াৰ পৰা লাভ কৰা এককালীন অর্থৰ এটা বৃহৎ অংশ ঋণ পৰিশোধ কৰিবলৈ আৰু স্বেচ্ছাবাসৰ প্রকল্পৰ কাৰ্যত লগাব পাৰে কেন্দ্র‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashok hotelDELHI
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d