Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ফোপোলাস্বৰূপ

চিকিৎসাৰ বাবে গৈ চিকিৎসক বিচাৰি হাবাথুৰি স্বয়ং এবছুৰ কেন্দ্ৰীয় সভাপতিৰ

publisher by publisher
December 13, 2021
in Assam, News
Reading Time: 1 min read
0
ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ফোপোলাস্বৰূপ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে চলি অহা দীৰ্ঘদিনীয়া অভিযোগ আজি উদঙালে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে। স্বাস্থ্য পৰীক্ষাৰ বাবে চিকৎসালয়খনলৈ গৈ চিকিৎসকৰ অভাৱত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলীয়া হ’ল এবছু সভাপতি গৰাকী।

ADVERTISEMENT

ফলত চিকিৎসালখনৰ চিকিৎসা সেৱাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বড়ো। উল্লেখযোগ্য যে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে আজি নিজৰ স্বাস্থ্য পৰীক্ষাৰ বাবে দিনৰ প্ৰায় ১-১৫ বজাত উপস্থিত হৈছিল ওদালগুৰি অসামৰিক চিকিৎসালয়খনত।

বড়োৱে চিকিৎসালয়খনত চিটিস্কেন কৰাৰ উদ্দেশ্যে চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা কুপন লৈ চিকিৎসক বিচাৰি হাবাথুৰি খায়। ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰাৰ পাছতো কোনো চিকিৎসক উপস্থিত নোহোৱাত অৱশেষত চিকিৎসালয়খনৰ অধীক্ষকগৰাকীক অভিযোগ দিয়ে‌।

ইয়াৰ পাছতে অধীক্ষকগৰাকীৰ নিৰ্দেশত এগৰাকী চিকিৎসকে ততাতয়াকৈ চিকিৎসালয়খনত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। অৱশেষত কেইৱাঘণ্টা জুৰি কৰা অপেক্ষাৰ অন্তত সভাপতি বড়োৱে চিকিৎসালয়খনত চিটিস্কেন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছত চিকিৎসালয়খনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে এবছুৰ কেন্দ্ৰীয় সভাপতিগৰাকী। এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰি বড়োৱে কয় যে “আজি ম‌ই নিজৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ আহিছিলো। ম‌ই ১-১৫ বজাত চিকিৎসালয়খনত উপস্থিত হৈছিলো যদিও চিকিৎসালয়খনৰ বহিঃ বিভাগত কোনো এগৰাকী চিকিৎসক নাই। নিয়মানুসৰি দিনৰ দুই বজা পৰ্যন্ত চৰকাৰী চিকিৎসালয়ৰ বহিঃ বিভাগত চিকিৎসক উপস্থিত থাকিব লাগে।

তথ্য অনুসৰি আজিও বহিঃ বিভাগত দুগৰাকীকৈ চিকিৎসক দ্বায়িত্বত আছে যদিও বৰ্তমান কৰ্তব্যত উপস্থিত নাই। ম‌ই আচৰিত হৈছো যে সকলো বিভাগৰ চিকিৎসক থকাৰ পাছতো দিনৰ এক বজা পৰ্যন্ত চিকিৎসালয়খনত কোনো চিকিৎসক উপস্থিত নাথাকিলে সাধাৰণ ৰাইজৰ কি অৱস্থা হ’ব।

ইয়াৰ পূৰ্ৱেও বহু লোকে অভিযোগ দিছিল যে সময়মতে চিকিৎসালয়খনত চিকিৎসক উপস্থিত নাথাকে। গতিকে অসমৰ স্বাস্থ্যমন্ত্ৰী, বিটিআৰ মুৰব্বী প্ৰমোদ বড়ো, স্থানীয় বিধায়ক, জিলা উপায়ুক্তক আহ্বান জনাও যে চিকিৎসালয়খনৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক।

এখন চৰকাৰী চিকিৎসালয়ত সময়মতে চিকিৎসক উপস্থিত থাকিব‌ই লাগিব। তেতিয়াহে সাধাৰণ ৰাইজ উপকৃত হব। আজিৰ এই ঘটনা অতিকৈ নিন্দনীয়। ৰাইজৰ দিৰ্ঘদিনীয়া অভিযোগ আজি ম‌ই স্বচক্ষে দেখিবলৈ পালো।

গতিকে আগন্তুক দিনত যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে চিকিৎসালয়খনৰ চিকিৎসকলে সঠিক সময়ত কাম কৰক। চিকিৎসক সকলে সঠিক সময়ত নিজৰ চৰকাৰী চিকিৎসা সেৱা প্ৰদান কৰাৰ অন্তত যিখিনি অতিৰিক্ত সময় পায় সেইখিনি সময়ত প্ৰাইভেট চেম্বাৰত বহক, তাত কোনো আপত্তি নাই।

কিন্তু চৰকাৰী দ্বায়িত্বৰ সময়ত কৰ্তব্য উপস্থিত নাথাকি প্ৰাইভেট চেম্বাৰত চিকিৎসা কৰাটো মানি লোৱা নহব।” ফলত আজি এবছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়েই ওদালগুৰি ২০০ বিচনাযুক্ত চিকিৎসালয়ৰ ফোপোলা স্বৰূপ উদঙাই দিয়ে। আগন্তুক দিনত চিকিৎসালয় কৰ্তৃপক্ষ‌ই বিষয়টো সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamUdalguri
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d