Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উপন্যাসে বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয় : প্ৰদীপ আচাৰ্য

প্ৰথম অসমীয়া ‘ডিছট’পীয়েন’ উপন্যাস ‘অৰ্বাচীন’ উন্মোচন

publisher by publisher
December 19, 2021
in Assam, News
Reading Time: 1 min read
0
উপন্যাসে বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয় : প্ৰদীপ আচাৰ্য
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

‘উপন্যাস বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে নহয় । বিশ্বৰ বিষয়েও নহয় । উপন্যাস জীৱন-জগতৰ বিষয়ে । ই বাস্তৱৰ লগত পৰিচিতিৰ কথা নেভাবে । পৰ্যালোচনাও নকৰে । বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয় । গতিকে ইয়াতো ব্যক্তি, স্ৰষ্টায়েই আটাইতকৈ ডাঙৰ ।’ এই মন্তব্য বিশিষ্ট সমালোচক, অধ্যাপক প্ৰদীপ আচাৰ্যৰ।

ADVERTISEMENT

আজি ৰত্নোত্তমা দাস বিক্ৰমৰ নতুন উপন্যাস ‘অৰ্বাচীন’ উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট সমালোচক আচাৰ্যই । সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী গুৰুত্বপূৰ্ণ প্ৰতিনিধি ৰত্নোত্তমা দাস বিক্ৰমৰ উপন্যাস ‘অৰ্বাচীন’ আজি বিয়লি তিনি বজাত গুৱাহাটীৰ ‘গৌৰী সদন’ত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ।

উপন্যাসখন উন্মোচন কৰে বিশিষ্ট গল্পকাৰ, অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়া আৰু বিশিষ্ট সমালোচক, অধ্যাপক প্ৰদীপ আচাৰ্যই । উন্মোচকৰ ভাষণত সমালোচক আচাৰ্যই ডিছট’পীয়েন সৃষ্টি সম্পৰ্কত কিছু প্ৰকাশ কৰি দেশৰ সামাজিক-ৰাজনৈতিক বাস্তৱতাৰ ভালেমান গুৰুত্বপূৰ্ণ দিশলৈ আঙুলিয়াই দেখুৱায় ।

তেওঁ কয়, মই ইউট’পীয়াত বিশ্বাসী মানুহ । মোৰ অৰ্থ ৰাষ্ট্ৰযন্ত্ৰই ধ্বংস কৰিব নোৱাৰে । সেয়ে বিদেশ ভ্ৰমণ কৰি বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানক আলিংগন কৰিবলৈ মই ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত ১৫ হেজাৰ কোটি টকা খৰচ নকৰো । য’ত চৰ্দাৰ পেটেলৰ মূৰ্তিৰ কাৰণে তিনি হেজাৰ কোটি টকা, শিৱাজীৰ মূৰ্তিৰ কাৰণে তিনি হেজাৰ ৫০০ কোটি টকা, ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে ১১ হেজাৰ কোটি টকা, চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ কাৰণে ২০ হেজাৰ কোটি টকা খৰচ কৰে তাত শৱ নিয়া গাড়ী নথকা বাবে দুখীয়া মানুহ এজনে মৃত পত্নীৰ মৃতদেহ চাইকেলত কঢ়িয়াবলগীয়া হয় । সেই ডিছট’পীয়া আমি দেখিছো ।

অসমৰ অভিজাত প্ৰকাশন গোষ্ঠী ‘বনলতা’ই ৰত্নোত্তমা দাস বিক্ৰমৰ এই উপন্যাসখন প্ৰকাশ কৰিছে । উপন্যাসখনক অসমৰ প্ৰথমখন ডিছট’পীয়েন উপন্যাস বুলি অভিহিত কৰি বনলতাৰ প্ৰকাশ অনন্ত হাজৰিকাই উপন্যাসখনৰ বিষয়বস্তু আৰু শৈলীয়ে পঢ়ুৱৈক চমকৃত কৰিব বুলি উল্লেখ কৰে । আনগৰাকী উন্মোচক কুল শইকীয়াই ৰত্নোত্তমা দাস বিক্ৰমৰ শৈলী আৰু বিষয়বস্তু সম্পৰ্কে আলোচনা কৰে ।

দিল্লী বিশ্ববিদ্যালয়ৰ ‘আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ’ৰ সহযোগী অধ্যাপক তথ্য গৱেষণা গুৰু ৰত্নোত্তমা দাসৰ এইখন তৃতীয় গ্ৰন্থ । ক’ভিডোত্তৰ সময়ত সৃষ্টি হোৱা ‘প্ৰাগজ্যেতিকা’ নামৰ এখন কাল্পনিক একনায়কত্ববাদী দেশৰ পটভূমিক তেওঁ সমসাময়িক সামাজিক-ৰাজনৈতিক ভালেমান বিষয় আৰু ঘটনাক তেওঁ এই উপন্যাসৰ পাতলৈ তুলি আনিছে । ৰাজনৈতিক অস্থিৰতা তথা বিকল্পহীন পৰিৱেশে অৱধাৰিতভাৱে সামাজিক ব্যৱস্থাৱলী আৰু মানুহৰ সহজাত জীৱন প্ৰবাহলৈ কঢ়িয়াই অনা পৰিৱৰ্তন আৰু শংকা-সংশয়, বিশ্বাসহীনতাক এই উপন্যাসৰ পাতত সাৱলীলভাৱে তুলি ধৰিছে ঔপন্যাসিকে ।

অসমৰ ইতিহাসৰ বহু ৰক্তক্ষয়ী অধ্যায় আৰু সামাজিক অৱক্ষয়ৰ ঘটনাৰ স’তে মিল থকা বহু উপকাহিনীৰো পঢ়ুৱৈয়ে উপন্যাসখনৰ পাতত বিচাৰি পাব । বাস্তৱিক জগতখনৰ ৰূঢ়-ৰুক্ষতা তথা নিষ্ঠুৰতাই বহু সময়ত অসহায়তা আৰু অস্থিৰতাৰ অনুভৱ কিদৰে লেখিকালৈ কঢ়িয়াই আনিছে তথা তাৰ মাজেৰেই তেওঁ কিদৰে আশাবাদৰো সন্ধান তেওঁৰ মনে কৰিছে তাৰ নিদৰ্শন উপন্যাসখনত তুলি ধৰিছে ঔপন্যাসিকগৰাকীয়ে ।

উল্লেখ্য যে, ইয়াৰ পূ্ৰ্বে ‘হৰি গুণ কহন নযাই’ (২০১৩) আৰু ‘নখ নৰখা ছোৱালীবোৰ আৰু তিনিখন ভিন্নস্বাদৰ উপন্যাসিকা’ প্ৰকাশ পাইছিল ৰত্নোত্তমা দাস বিক্ৰমৰ । অনুষ্ঠানতটোত লেখক অৰ্ণৱ শইকীয়াই অৰ্বাচীন সম্পৰ্কত বিতংভাৱে বিশ্লেষণ কৰে আৰু বিভিন্ন দিশৰ পৰা কিদৰে অসমীয়া সাহিত্যৰ বাবে উপন্যাসখন বিশেষ সেই কথা প্ৰকাশ কৰে । অনুষ্ঠানটোত উপন্যাসখনৰ আঁৰৰ প্ৰেৰণা আৰু প্ৰস্তুতি তথা ইয়াৰ সৃষ্টি প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰে লেখিকাগৰাকীয়ে । ভালেসংখ্যক লেখক তথা সাহিত্য অনুৰাগী তথা সাহিত্য অনুৰাগীয়ে ভাগ লোৱা অনুষ্ঠানটোৰ আঁত ধৰে যুৱ-গল্পকাৰ জিণ্টু গীতাৰ্থই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArbachinAssamGuwahati
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d