Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ছবছৰত ২২,২৭০ কোটি সুত দিলে অসমে, ৮২,৭৪১.০৭ কোটি টকাৰ ঋণৰ বোজাত অসম

বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ প্ৰস্তাৱ গ্ৰহণৰ প্ৰয়োজন নাই : বিত্তমন্ত্ৰী

publisher by publisher
December 22, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ছবছৰত ২২,২৭০ কোটি সুত দিলে অসমে, ৮২,৭৪১.০৭ কোটি টকাৰ ঋণৰ বোজাত অসম
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

৮২,৭৪১.০৭ কোটি টকাৰ ঋণৰ বোজাত কক্‌বকাই থাকিবলগীয়া হৈছে অসমে । ইয়াৰ পৰিপ্ৰেক্ষিতত আৰ্থিক জটিলতা থাকিলেও ৰাজ্যখনে চলিত বিত্তীয় বৰ্ষত ৫,১৯৯.১৮ কোটি টকা সুত সংশ্লিষ্ট সংস্থাবোৰক পৰিশোধ কৰিবলগীয়া হৈছে । ঋণৰ বোজাৰ এই ছবিখন আজি অসম বিধানসভাত বিত্ত বিভাগে দাখিল কৰাৰ তথ্যত প্ৰকাশ পায় । বিধানসভাত একাধিক মৌখিক প্ৰশ্ন আৰু বিতৰ্কৰ সময়ত উন্মোচিত হোৱা এই তথ্যত লগতে স্পষ্ট হয় যে যোৱা ছবছৰত অৰ্থাৎ ‌ ২০১৫-১৬ৰ পৰা ২০২০-২১ লৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা গ্ৰহণ কৰা মুঠ ঋণৰ পৰিমাণ হ’ল ৯৩৬.৭৩ কোটি টকা । ঋণৰ পৰিমাণ বৃদ্ধিৰ সমান্তৰালকৈ পৰিশোধ কৰা সুতৰ পৰিমাণো বাঢ়ি গৈছে ।

ADVERTISEMENT

২০১৫-১৬ত ঋণৰ বিপৰীতে সুত পৰিশোধ কৰা হৈছিল ২,৬১৮.৪৪ কোটি টকা । ২০১৬-১৭ত সেই পৰিমাণৰ শ আছিল ২,৯৬৩.৭৫ কোটি ‌টকা । তেনেদৰে ২০১৭-১৮ত ৩,২০৫.৩৩, ২০১৮-১৯ত ৩,৮৪৪.৩৬ আৰু ২০১৯-২০ত ৪,৪৩৮.৮৮ কোটি টকা পৰিশোধ কৰা হয় । এনেদৰে ছবছৰত পৰিশোধ কৰা ঋণৰ (প্ৰাক্‌ প্ৰকৃত) পৰিমাণ হ’ল ২২,২৬৯.৯৪ কোটি টকা ।

ইপিনে, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰিলেও ৰাজ্যখনে দিল্লীৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা বুলি কালি বিধানসভাত দাবী কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে । বিধায়ক অখিল গগৈয়ে অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব নে বুলি উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত নেওগে কয়, ”তেনে প্ৰস্তাৱ লোৱাৰ প্ৰয়োজন এতিয়া আৰু নাই । একাদশ বিত্ত আয়োগৰ পৰা অসমে ২২,৬৪৪.২৬ কোটি টকা লাভ কৰিছিল । চতুৰ্দশ বিত্ত আয়োগৰ পৰা লাভ কৰা সেই ধনৰ পৰিমাণ হ’ল এক লাখ ৮১ হেজাৰ কোটিতকৈও বেছি । গতিকে অধিক ধন অসমলৈ আহিছে ।”

উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ এই বক্তব্যক কটাক্ষ কৰি গগৈয়ে কৰা এক মন্তব্যৰ পাছতে বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিধায়ক গগৈয়ে কয়, “ম‌ই ভাবো যে ইমান ধন‌ অহা বাবে অসমৰ ইমান অৰ্থনৈতিক সম্পদ উন্নয়ন আছে । কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিবোৰৰ ধন বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ ফলতে কৰ্তন কৰা হৈছে ।’ এই মন্তব্যৰ লগে লগে বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । তাৰ মাজতে মন্ত্ৰী নেওগৰ মন্তব্য, ‘অখিল গগৈয়ে অপপ্ৰচাৰ চলাই আছে ।’ লগে লগে হুলস্থূলীয়া মাত্ৰা অধিক বৃদ্ধি হয় ।

নেওগে আকৌ কয় যে অসমে ব্লক গ্ৰেণ্টৰ ধনো সৈই অনুপাতে লাভ কৰি আছে । তেতিয়া অখিল গগৈয়ে প্ৰশ্ন কৰে ‘বাইদেউ, ব্লক গ্ৰেণ্ট এতিয়া আছে নে নাই ?’ এই প্ৰশ্নৰ উত্তৰ মন্ত্ৰী নেওগে দিব বিচাৰে যদিও হুলস্থূলৰ মাত্ৰা অত্যাধিক হোৱাত তেওঁ দিব নোৱাৰে । শাসক পক্ষৰ হুলস্থূল কৰা সকলৰ ভিতৰত লক্ষ্যণীয়ভাৱে অধিক উগ্ৰ ৰূপ ধাৰণ কৰে ৰূপজ্যোতি কুৰ্মীয়ে । সেই হুলস্থূলৰ মাজতে অখিল গগৈয়ে প্ৰশ্ন কৰে যে তেওঁ কথা ক’লে কিয় সুলস্থূল কৰা হয় ? ইমান সময়ে বিশেষ মাত নমতাকৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই ব্যৰ্থ হোৱা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক উদ্দেশ্যি কয় যে কিবা প্ৰশ্ন থাকিলে তেওঁ মন্ত্ৰীৰ লগত বহি আলোচনা কৰিব পাৰিব ।

আনহাতে, হুলস্থূলত লিপ্ত হোৱা শাসক-বিৰোধীৰ বিধায়কসকলক উদ্দেশ্যি কয়, ‘পথাৰত যিবোৰ শব্দত আমি কথা পাতো সেইবোৰ বিধানসভাত নচলে ।’ ইয়াৰ পাছতো কিন্তু হুলস্থূল একে থাকে । এইবোৰৰ মাজতে মন্ত্ৰী বিমল বৰাই কিবা কয় যদিও কোনেও বুজি নাপালে । অৱশ্যে মন্ত্ৰীজনে বিৰোধীক ধমক দিয়াৰ সুৰত কথা কোৱাৰ অভিযোগ বিৰোধী পক্ষৰ একাংশ বিধায়কে উত্থাপন কৰে । অধ্যক্ষ দৈমাৰীয়ে থিয় হৈ তেওঁ কি ভাষাত কথা ক’লে হুলস্থূল কৰা সকল শান্ত হ’ব প্ৰশ্ন কৰে । তাৰ পাছতে পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হয় । অধ্যক্ষৰ নিৰ্দেশত অজন্তা নেওগ পুনৰ থিয় হয় আৰু কয়, ‘আমি ৯০ : ১০ হিচাপে ব্লক গ্ৰেণ্ড পাই‌ আছো ।’ মন্ত্ৰীৰ বক্তব্যক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয়, ‘আপুনি ভুলকৈ কৈছে । ব্লক গ্ৰেণ্ট বন্ধ ।’

আকৌ ‌হুলস্থূল আৰম্ভ হয় যদিও এইবাৰ পূৰ্বতকৈ চোক কম হৈ থাকে ‌। বিধানসভাৰ প্ৰশ্নোত্তৰ কাৰ্যসূচীত এই পৰিৱেশৰ সৃষ্টি হয় যদিও ‌আন বিধায়কেও এই বিতৰ্কত ভাগ লয় । এআইইউডিএফৰ ৰফিকুল হুছেইনে কয়, ‘বিত্ত মন্ত্ৰীয়ে পূৰ্বতকৈ অসমে‌ অধিক টকা পাইছে বুলি কৈছে । আমি ভাল পাইছো । লগতে এইটোও সত্ৰ মে বাজেটৰ আকাৰ পূৰ্বতকৈ বাঢ়িছে । বিশেষ মৰ্যাদা বাহাল থাকিলে আমি হয়তো আৰু অধিক টকা পালেহেঁতেন । গতিকে অসমৰ পূৰ্বৰ স্বীকৃতি ঘূৰাই অনাৰ ক্ষেত্ৰত আপত্তি ক’ত ?’

এআইইউডিএফৰ আন এজন বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ)-এ মন্তব্য কৰে যে অসমত বৰ্তমান ‌৩২ হেজাৰ টকাৰ ধাৰ মূৰৰ ওপৰত লৈ এটা শিশুৱে জন্মগ্ৰহণ কৰে ‌। অসমৰ দৰে ৰাজ্য‌ই ২২,২৬৯.৯৪ কোটি টকা সুত দিবলগীয়া হোৱাটো সৰু কথা‌ নহয় বুলিও ইছলামে মন্তব্য কৰে । তাৰ উত্তৰত মন্ত্ৰী নেওগে দাবী কৰে যে অসমে নিয়ম অনুসৰি ঋণ গ্ৰহণ কৰিছে । তদুপৰি সক্ষমতা থকা বাবেহে অসমে ইমান পৰিমাণে ঋণ লোৱা বুলিও তেওঁ কয় ।

জড়িত থকা মানুহে বুজি‌ নাপাব : মুখ্যমন্ত্ৰী

অসমে লোৱা ঋণৰ পৰিমাণক লৈ আজি মুখ্যমন্ত্ৰী ড° বিমান।ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্ৰীয়েও দাবী কৰে যে নিয়মৰ ভিতৰত থাকিহে অসমে ঋণ গ্ৰহণ কৰিছে । দিল্লীত মুখ্যমন্ত্ৰয়ে কয়, “ৰাজ্যবোৰে মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ৩.৫ শতাংশ ঋণ গ্ৰহণ কৰিব পাৰে । বিধানসভাই এই নিয়ম বান্ধি দিছে । ১০ বছৰৰ আগত যদি ১০ হেজাৰ মুঠ ঘৰুৱা উৎপাদন আছিল আজি সেয়া বাঢ়ি গৈ থাকিব । এইবাৰ অসমৰ জিডিপি চাৰি লাখ কোটি টকা । আমাৰ যদি‌ আৰু এক লাখ কোটি জিডিপি বাঢ়ি যায় তেনেহ’লে চাৰে তিনি হেজাৰ কোটি ঋণ ল’ব পৰা যাব । আচলতে কথাবোৰ টকাত ক’লে বিভ্ৰান্তিৰ সৃষ্টি হয় । অমি নিয়মৰ বাহিৰলৈ গৈ ঋণ লোৱা নাই । তেনেদৰে কোনেও ঋণ লৈ’ব‌ই নোৱাৰে ।’ এই প্ৰসংগত অখিল গগৈক কটাক্ষ কৰি তেওঁ কয়, ‘এইবোৰৰ লগত জড়িত নথকা মানুহে কথাবোৰ বুজি‌ নাপাব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ajanta neogAKHIL GOGOIHimanta Biswa SarmaRakibul Hussain
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d