Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Narendra Singh Tomar : পুনৰ কাৰ্যকৰী হ’ব পাৰে কৃষি আইন !

publisher by publisher
December 25, 2021
in India, News
Reading Time: 1 min read
0
Narendra Singh Tomar : পুনৰ কাৰ্যকৰী হ’ব পাৰে কৃষি আইন !
1
SHARES
14
VIEWS
ShareShareShareShare

পুনৰ কাৰ্যকৰী হ’ব পাৰে কৃষি আইন ৷এই মন্তব্য কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তমাৰৰ ৷ শুকুৰবাৰে কৃষি মন্ত্ৰীৰ এই মন্তব্যই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰে৷

ADVERTISEMENT

কৃষি আইনক লৈ সমগ্ৰ দেশৰ লাখ লাখ কৃষকৰ ক্ষোভৰ ফলত কেন্দ্ৰই যোৱা মাহত তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰে৷

RelatedPosts

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

গুৱাহাটীত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, Gen-Z ভোটাৰ লক্ষ্যত বিজেপিৰ জোৰদাৰ প্ৰচাৰ

Pm Modi Election Rally in Bihali:গোগামুখৰ পিচত বিহালীত বিশাল সভা সম্বোধন প্রধানমন্ত্রী মোদীৰ

অৱশ্যে শুকুৰবাৰে মহাৰাষ্ট্ৰত এক অনুষ্ঠানত তমাৰে দাবী কৰে যে কৃষি আইন পৰৱৰ্তী সময়ত পুনৰ কাৰ্যকৰী হ’ব পাৰে৷ যাক লৈ এতিয়া সৃষ্টি হৈছে নতুন বিতৰ্কৰ ।

বিতৰ্কিত আইনখন বাতিল কৰাৰ বাবে কিছু লোকক দোষাৰোপ কৰি মন্ত্ৰী তমাৰে কয়, “আমি কৃষি সংশোধনী আইন লৈ আহিছো। কিন্তু কিছুমান মানুহে এই আইনবোৰ পছন্দ কৰা নাছিল। এই তিনিখন আইন স্বাধীনতাৰ ৭০ বছৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এটা ডাঙৰ সংস্কাৰ আছিল। ”

কৃষি মন্ত্ৰীয়ে কয় যে চৰকাৰে চাপত এখোজ পিছুৱাই গৈছে। কিন্তু চৰকাৰে পাছত এই কৃষি আইনসমূহৰ স’তে পুনৰ আগবাঢ়িব আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

দৰাচলতে, তিনিখন বিতৰ্কিত কৃষি আইনক লৈ সমগ্ৰ দেশৰ বিভিন্ন কৃষক গোটে আন্দোলনত যোগদান কৰিছিল৷ দিল্লীৰ উপকণ্ঠত সীমান্তত আন্দোলন কৰাৰ বাবে বিজেপিৰ বিভিন্ন নেতা আৰু মন্ত্ৰীয়ে কৃষকসকলক সমালোচনা কৰিছিল৷

কেন্দ্ৰই কৃষক নেতাসকলৰ স’তে কেইবাটাও আলোচনা কৰিছিল৷ কিন্তু সেই আলোচনাই কাম নকৰিলে। এই অচলাৱস্থা দীৰ্ঘদিন ধৰি চলি থাকিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ তিনি মাহ পূৰ্বে কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে৷

অৱশেষত সংসদ আৰু কেন্দ্ৰৰ শীতকালীন অধিৱেশনত কৃষি আইন প্ৰত্যাহাৰৰ পাছত কৃষক সংগঠনসমূহে ১১ ডিচেম্বৰত আন্দোলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ সীমান্ত খালী কৰা হয়৷

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ এই মন্তব্যই তেতিয়াৰ পৰা বহুত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে৷ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে, আগন্তুক নিৰ্বাচনত পঞ্জাৱ দখল কৰিবলৈ মোদী চৰকাৰে অস্থায়ীভাৱে আইন খন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল নেকি?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPFarm LawFarmers AgitationNarendra Singh Tomar
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d