গুৱাহাটীৰ গােশালাৰ ২০২২-২০২৪ৰ বাবে নতুন কার্যনির্বাহক কমিটি প্রথম সভাখন আজি ২৯ ডিম্বেবৰ তাৰিখে গুৱাহাটী মহানগৰীৰ আঠগাঁও স্থিত গৌশালা চৌহদত অনুষ্ঠিত হয়।
ADVERTISEMENT
লােকনাথ মৌৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত সভাপতি পদৰ বাবে নাম আমন্ত্রিত কৰা হয়। এই সভাতে গুৱাহাটী গােশালাৰ ২০২২-২০২৪ ৰ বাবে সভাপতি পদত শ্রী জয় প্রকাশ গােয়েংকা বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়।
আনহাতে নতুন কার্যনিবাহক কমিটিখনে গােয়েংকাক অন্য বিষয়ববীয়াসকলক মনােনীত কৰি লােৱাৰ কর্তৃত্ব প্রদান কৰে। গােয়েংকাই প্রদীপ ভুৱলকাক সাধাৰণ সম্পাদক আৰু কৃষ্ণ কুমাৰ জালানক কোষাধ্যক্ষ ৰূপে মনােনীত কৰে।





























