Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 নেমুখেতিৰে বছৰি সাত লক্ষাধিক টকা উপাৰ্জন বাগসাৰ লাৱদাংগুৰিৰ ৰবীন বসুমতাৰীৰ

publisher by publisher
January 27, 2022
in Assam, News
Reading Time: 1 min read
0
 নেমুখেতিৰে বছৰি সাত লক্ষাধিক টকা উপাৰ্জন বাগসাৰ লাৱদাংগুৰিৰ ৰবীন বসুমতাৰীৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

কৃষিকৰ্মৰে বছৰি লাখ লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বাগসাৰ লাৱদাংগুৰী গাঁওৰ ৰবীন বসুমতাৰীয়ে৷

ADVERTISEMENT

বিগত প্ৰায় ছয় বছৰ ধৰি নিজৰ দহবিঘা কৃষিভূমিত নেমু খেতি কৰি অঞ্চলটোৰ এজন আদৰ্শ কৃষকত পৰিণত হৈছে ৰবীন বসুমতাৰী৷প্ৰতিদিনে দহৰ পৰা পোন্ধৰ গৰাকী শ্ৰমিকক নিজৰ কৃষিকৰ্মত জড়িত কৰি কৰ্মসংস্থাপনৰো বাট দেখুৱাইছে কৃষকগৰাকীয়ে৷

ইতিমধ্যে ওচৰ পাজৰৰ উঠি অহা প্ৰজন্মক বিনামূলীয়াকৈ কৃষিকৰ্মৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বিনামূল্যে শ শ নেমুপুলি যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছে কৃষকগৰাকীয়ে৷উল্লেখ্য যে যোৱাবৰ্ষত লকডাউনে জুৰুলা কৰাৰ পিছতো নেমু বিক্ৰী কৰি সাত লক্ষাধিক টকা উপাৰ্জন কৰাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে বসুমতাৰীয়ে৷

চৰকাৰী কোনো অনুদান লাভ নকৰাকৈ নিজৰ একান্ত প্ৰচেষ্টাৰে কৃষিকাৰ্যত জড়িত হৈ এই সফলতা অৰ্জন কৰিছে ৰবীন বসুমতাৰীয়ে৷খেতিয়ক ৰবীন বসুমতাৰীয়ে কয়,’যোৱা ছয়টা বছৰ ধৰি খেতি কৰি আহিছোঁ৷আগতে অলপ মাটিত আৰম্ভ কৰিছিলোঁ যদিও এতিয়া দহবিঘা মাটিত মই নেমু খেতি কৰিছোঁ৷এনেকৈ খেতিৰে ভালেখিনি টকা উপাৰ্জন কৰি আহিছোঁ যদিও কৰ’নাৰ বাবে বিগত সময়ত দিয়া তলাবন্ধৰ বাবে কিছুপৰিমাণে লোকচানৰ সমুখীনো নোহোৱা নহয়৷বজাৰৰ অভাৱত নেমুবোৰ বিক্ৰী কৰিব পৰা নাছিলোঁ৷গছতেই পকি সৰি গৈছিল তেতিয়া সকলো৷তথাপি এতিয়া আকৌ আগৰদৰে উপাৰ্জনৰ পথ সূচল হৈ আহিছে৷গাঁওৰ ১৫/১৬জন মানুহ সদায় মোৰ খেতিত লাগি থাকে৷তেওঁলোকৰ পৰিয়াল চলোৱাৰ ক্ষেত্ৰতো মই কিছু সকাহ দিব পাৰিছোঁ বুলি ভাবি মনত আনন্দ পাইছোঁ৷ ওচৰ চুবুৰীয়াৰ বহু ল’ৰাকো মই নেমু খেতিৰে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি তাৰ প্ৰশিক্ষণ দিয়ো আহিছোঁ৷ইতিমধ্যে মই প্ৰায় সাত হাজাৰ নেমু পুলি চুবুৰীয়াৰ ল’ৰাক বিনামূল্যেই যোগান ধৰিছোঁ৷মোৰ উৎসাহৰ বাবে এতিয়া ইয়াৰে প্ৰায়বোৰ মানুহে নেমু খেতি কৰিবলৈ লৈছে৷কাৰোবাৰ যি অলপ খালী মাটি আছে তাতো নেমু খেতি কৰিবলৈ মন মেলিছে৷এইয়া এই অঞ্চলৰ লোকৰ বাবে শুভলক্ষণ৷ বসুমতাৰীয়ে কয়,কিছুমানে চাকৰিৰ পিছে পিছে দৌৰে৷কিছুমানে পায়,কিছুমানে নাপায়৷বহুতেই আকৌ চাকৰিৰ পিছে পিছে দৌৰি থাকোতেই সময়বোৰ পাৰ হৈ যায়৷চাকৰি পোৱাটো ইমান মামুলি নহয়৷গতিকে চাকৰিৰ পিছে পিছে নদৌৰি এনেকৈ খেতিৰ জৰিয়তেও স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল চলোৱাৰ বাট সুন্দৰকৈ মোকোলাই ল’ব পাৰি৷ ‘

বৰ্তমানলৈকে চৰকাৰীভাবে অলপো অনুদান লাভ নকৰা ৰবীন বসুমতাৰীয়ে কয়,’মই চৰকাৰী অনুদান পাতিও লাভ কৰা নাই,হাতত যি আছিল সেই ধনেৰে খেতিৰ আৰম্ভণি কৰিছোঁ৷অৱশ্যে মই ওচৰৰে গাঁৱৰ দুই চাৰিজন মুছলমান ভাই বন্ধুৰ পৰা নেমু খেতিৰ পাতনি কেনেকৈ মেলিব পাৰি সেইবিষয়ে জানি লৈছিলোঁ,শিকি লৈছিলোঁ৷তেওঁলোকৰ লোকৰ লগত আদানপ্ৰদান সদায় আছে আমাৰ৷মই বৰ্তমানো অভিজ্ঞ খেতিয়কৰ পৰা দিহা পৰামৰ্শ লও৷ অকল মই নেমু খেতি বুলিয়েই নহয় জলকীয়া,বেঙেনা,বিলাহী আদিৰ খেতিৰ সতেও জড়িত মই৷যোৱা বছৰ অকল নেমু খেতিৰ জৰিয়তে সাত লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ৷’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBagsaSalbari
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d