Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লীৰ ৰবিদাস মন্দিৰত ‘শবাদ কীর্তন’ত অংশ ল’লে প্রধানমন্ত্রী মোদীয়ে

publisher by publisher
February 16, 2022
in India, News
Reading Time: 1 min read
0
দিল্লীৰ ৰবিদাস মন্দিৰত ‘শবাদ কীর্তন’ত অংশ ল’লে প্রধানমন্ত্রী মোদীয়ে
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

সন্ত ৰবিদাসৰ (Sant Ravidas) জন্মবার্ষিকী উপলক্ষে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) বুধবাৰে দিল্লীৰ কৰোলবাগত (Karol Bagh) ‘শ্রী গুৰু ৰবিদাস বিশ্রাম ধাম মন্দিৰ’ত প্রার্থনা কৰে ।

ADVERTISEMENT

প্রধানমন্ত্রীগৰাকীয়ে মন্দিৰত ‘শবাদ কীর্তন’ত অংশ লোৱাৰ এটা ভিডিঅ’ ক্লিপো শ্বেয়াৰ কৰিছে আৰু ইয়াক ‘বিশেষ’ বুলি অভিহিত কৰিছে ।

ইয়াৰ পূৰ্বে মঙলবাৰে, প্রধানমন্ত্রী মোদীয়ে মৰমী কবিক স্মৰন কৰে আৰু কয় যে তেওঁ জাতপাত আৰু অস্পৃশ্যতাৰ দৰে বদঅভ্যাসবোৰ দূৰ কৰিবৰ বাবে তেওঁৰ জীৱন উচ্চর্গা কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে প্রতিটো পদক্ষেপ আৰু পৰিকল্পনাত গুৰু ৰবিদাসৰ চেতনাক আত্মস্থ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে টুইট কৰি কয়, “অহা কালি মহান সাধক গুৰু ৰবিদাস জিৰ জন্মবার্ষিকী । তেওঁ যিদৰে সমাজৰ পৰা জাতপাত আৰু অস্পৃশ্যতাৰ দৰে কু-প্রথা দূৰ কৰিবৰ বাবে তেওঁৰ জীৱন উচ্চৰ্গা কৰিছিল, আজিও তেওঁ আমাক সকলোকে অনুপ্রাণিত কৰিছে ।”

रविदास जयंती के पुण्य अवसर पर आज मैंने दिल्ली के श्री गुरु रविदास विश्राम धाम मंदिर जाकर दर्शन किए।

सभी देशवासियों को रविदास जयंती की शुभकामनाएं। pic.twitter.com/RbVj9wUB1k

— Narendra Modi (@narendramodi) February 16, 2022

প্রধানমন্ত্রীগৰাকীয়ে হিন্দীত একাধিক টুইট বার্তাত লিখিছে, “এই উপলক্ষ্যে, ম‌ই সন্ত ৰবিদাস জিৰ পৱিত্র স্থান সম্পর্কে কিছু কথা উল্লেখ কৰিছো । ২০১৬ আৰু ২০১৯ত, ম‌ই তাত প্রণাম কৰা আৰু ‘লংগৰ’ কৰাৰ সৌভাগ্য অর্জন কৰো । এজন সাংসদ হিচাপে, ম‌ই সিদ্ধান্ত লৈছিলো যে এই তীর্থস্থানৰ উন্নয়ন কাৰ্যত একো ৰৈ নাযায় ।” তেওঁ বাৰানসীৰ পৰা লোকসভাত নির্বাচিত হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ গর্বিত বোধ কৰিছে যে তেওঁৰ চৰকাৰে তেওঁৰ সমস্ত পদক্ষেপ আৰু পৰিকল্পনাযত গুৰু ৰবিদাসৰ চেতনাক আত্মস্থ কৰিছে ।

Very special moments at the Shri Guru Ravidas Vishram Dham Mandir in Delhi. pic.twitter.com/PM2k0LxpBg

— Narendra Modi (@narendramodi) February 16, 2022

ইয়াৰ উপৰি, বাৰাণসীত তেওঁৰ স্মৰণৰ নির্মাণ কাৰ্য পূৰ্ণ গতিত চলিছে বুলি তেওঁ জনায় ।

इस अवसर पर मुझे संत रविदास जी की पवित्र स्थली को लेकर कुछ बातें याद आ रही हैं। साल 2016 और 2019 में मुझे यहां मत्‍था टेकने और लंगर छकने का सौभाग्य मिला था। एक सांसद होने के नाते मैंने ये तय कर लिया था कि इस तीर्थस्थल के विकास कार्यों में कोई कमी नहीं होने दी जाएगी। pic.twitter.com/xDPsxlZGbO

— Narendra Modi (@narendramodi) February 15, 2022

महान संत गुरु रविदास जी की कल जन्म-जयंती है। उन्होंने जिस प्रकार से अपना जीवन समाज से जात-पात और छुआछूत जैसी कुप्रथाओं को समाप्त करने के लिए समर्पित कर दिया, वो आज भी हम सबके लिए प्रेरणादायी है।

— Narendra Modi (@narendramodi) February 15, 2022

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIPM ModiRavidas MandirShabad kirtan
publisher

publisher

Related Posts

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d