Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

    পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

    শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

    শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

    Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ইউক্ৰেইনৰ পৰা আহি নগাঁৱৰ ৰাইদঙীয়াৰ বাসগৃহত উপস্থিত মামু হাজৰিকা

"আমিতু কেনেবাকৈ বাচিলো, আমাৰ লগৰবোৰকো উদ্ধাৰ কৰক", বাংকাৰৰ ভিতৰত দুদিন নোখোৱাকৈ আছিল

publisher by publisher
March 6, 2022
in Assam, India, News
Reading Time: 1 min read
0
ইউক্ৰেইনৰ পৰা আহি নগাঁৱৰ ৰাইদঙীয়াৰ বাসগৃহত উপস্থিত মামু হাজৰিকা
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই মৃত্যু উপত্যকাত পৰিণত কৰা ইউক্ৰেইনত এতিয়াও আৱদ্ধ হৈ আছে অসমৰ ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী । ইয়াৰ মাজতে ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপত যুদ্ধ জৰ্জৰিত ইউক্রেইনৰ পৰা কালি অসমত উপস্থিত ১২ গৰাকী ছাত্ৰ-ছাত্রী । এই ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আছে নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াৰো এগৰাকী ছাত্ৰী ।

ADVERTISEMENT

ছাত্ৰীগৰাকীৰ নাম মামু হাজৰিকা । ৰাইডঙীয়াস্থিত বাসগৃহত ছাত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতেই স্বস্তিৰ নিশ্বাস পেলাই ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে । ইউক্ৰেইনৰ Zaporizyha State Medical Universityত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী মামু হাজৰিকাই ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতিৰ মাজেৰে অসমলৈ যাত্ৰা কৰিবলগীয়া হৈছিল । কে’বাদিনো অনিদ্ৰা অনাহাৰে পাৰ কৰি অৱশেষত কালি স্বগৃহত উপস্থিত হৈ যথেষ্ট পৰিমাণে আবেগিক হৈ পৰে মামু ।

মামুৱে ইউক্ৰেইনৰ ভয়াৱহতাৰ কথা বৰ্ণনা কৰি কয়, “তাত প্ৰতি পদে পদে মানুহক মৃত্যুৰ ভয়ে খেদি ফুৰিছে । তাৰ পৰিস্থিতি খুবেই বেয়া । আমি দুদিন বাংকাৰৰ ভিতৰত সুমাই আছিলো । তাত খাদ্য, পানী একোৱেই নাছিল । প্ৰতি মূহুৰ্তত বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ ভয় আছিল ।”

তেওঁ আৰু কয়, “যোৱা ২৬ ফেব্ৰুৱাৰীত আমি দেশলৈ অহাৰ প্ৰস্তুতি আৰম্ভ কৰো । ১০ঘন্টা ৰেলেৰে আহি পুনৰ ১০ ঘন্টা বাছেৰে ৰোমানিয়াৰ ব’ৰ্ডাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলো । বাছখন ব’ৰ্ডাৰৰ পৰা ১২ কিলোমিটাৰ নিলগতে ৰখাই আমাক নমাই দিয়া হৈছিল । মাইনাছ ১২ ডিগ্ৰী ছেলচিয়াছ উষ্ণতাত আমি সেইবাৰ কিলোমিটাৰ পথ খোজকাঢ়ি ব’ৰ্ডাৰলৈ গৈছিলো । কিন্তু ৰোমানীয়াত প্ৰৱেশত বাধা দিছিল সেনাই । তাতো আমি তিনিদিন থাকিবলগীয়া হৈছিল । অৱশ্যে পাছত ফ্লাইটেৰে দিল্লীলৈ অহাৰ সুবিধা কৰি দিয়ে আমাৰ দেশৰ এম্বেছীয়ে । এতিয়া ঘৰত উপস্হিত হৈ স্বস্তিৰ নিশ্বাস এৰিছো । কোনোমতে বাচিলো আমি ।”

ইউক্ৰেইনত আবদ্ধ হৈ থকা অসম তথা ভাৰতৰ আন ছাত্ৰ-ছাত্ৰীক উদ্বাৰ কৰি আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কয়, “ইউক্ৰেইনত এতিয়াও বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে । তেওঁলোকৰ অৱস্থা খুবেই বেয়া । চৰকাৰে যিমান পাৰি সোনকালে তেওঁলোকক উদ্ধাৰ কৰি দেশলৈ লৈ অহাৰ ব্যৱস্থা কৰিব লাগে । এয়া মোৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMamu HazarikaUkraine
publisher

publisher

Related Posts

অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক
Assam

September 14, 2026
পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা
Assam

পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

September 14, 2026
মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল
Entertainment

মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

September 14, 2026
প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়
India

প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

September 14, 2026
শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন
Assam

শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

September 14, 2026
Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে
Assam

Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d