Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ গামেৰীমূৰাত পুনৰ উত্তেজনা

পুনৰ মেঘালয়ৰ চকু অসমৰ চৰকাৰী সাপ্তাহিক বজাৰত

publisher by publisher
March 16, 2022
in Assam, News
Reading Time: 1 min read
0
অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ গামেৰীমূৰাত পুনৰ উত্তেজনা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

সীমা সমস্যাক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্তত অব্যাহত আছে চেপা উত্তেজনা। চাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰ মানিব নোখোজা চুবুৰীয়া ৰাজ্য মেঘালয়ে বকোৰ সীমান্তত ভূমি আগ্ৰাসন চলাই অসমীয়াৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন অব্যাহত ৰাখিছে।

ADVERTISEMENT

পুনৰাই মেঘালয়ৰ চকু অসমৰ চৰকাৰী সাপ্তাহিক বজাৰৰ ওপৰত পৰিছে। ফলত চেপা উত্তেজনাই বিৰাজ কৰি থকা বকোৰ সীমান্ত গামেৰীমূৰাত তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হ’ল। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সমৰ্থনত অসম বিদ্বেষীৰ ক্ষেন চকু পৰিল সীমান্তৱৰ্তী বকোৰ গামেৰীমূৰা শুকুৰবৰীয়া সাপ্তাহিক বজাৰখনৰ ওপৰত।

সাপ্তাহিক বজাৰখন গামেৰীমূৰাৰ পৰা প্ৰায় তিনি/চাৰি কিলোমিটাৰ নিলগত মেঘালয়ৰ শিলডুবিত স্থাপন কৰা বাবে অসম বিদ্বেষী সকলে গোপনে কুঅভিসন্ধি ৰচে। অসম বিদ্বেষী সকলে বকোৰ গামেৰীমূৰা শুকুৰবৰীয়া সাপ্তাহিক বজাৰখন মেঘালয়ৰ শিলডুবিত আজিৰে পৰা বুধবৰীয়া সাপ্তাহিক বজাৰ হিচাবে স্থাপন কৰা বাবে গোপনে প্ৰস্তুতি চলাইছিল।

আনকি অসম বিদ্বেষী সকলে গোপনে অসমৰ ব্যৱসায়ী সকলৰ সৈতে যোগাযোগ স্থাপন কৰে। অসম বিদ্বেষীৰ কুঅভিসন্ধি সন্দৰ্ভত অৱগত গামেৰীমূৰা বজাৰ উন্নয়ন সমিতিয়ে পুৱতি নিশাৰ পৰাই গামেৰীমূৰাত অসমৰ ব্যৱসায়ী সকলক অসম বিদ্বেষীৰ কথাত ভুল নাযাবলৈ ৰখীয়া হৈ থাকে।

অসমৰ একাংশ ব্যৱসায়ী গামেৰীমূৰা সমীপৰ মেঘালয় শিলডুবিত অসম বিদ্বেষীয়ে স্থাপন কৰিব খোজা শিলডুবি বুধবৰীয়া সাপ্তাহিক বজাৰলৈ যাত্ৰা কৰে। গামেৰীমূৰা বজাৰ উন্নয়ন সমিতিয়ে অসমৰ ব্যৱসায়ী সকলক গামেৰীমূৰাত বাধা আৰোপ কৰাত অসমৰ ব্যৱসায়ীসকল শিলডুবি বজাৰ প্ৰাংগনত উপস্থিত নহৈ উভতি আহে।

অসম বিদ্বেষীৰ কুঅভিসন্ধি ফলপ্ৰসু হ’বলৈ নিদিলে গামেৰীমূৰা বজাৰ উন্নয়ন সমিতিয়ে। উল্লেখযোগ্য যে, বিগত বছৰৰ তিনি ডিচেম্বৰ অসম বিদ্বেষীয়ে অসমৰ বকোৰ গামেৰীমূৰা চৰকাৰী সাপ্তাহিক বজাৰখন ষড়যন্ত্ৰ মূলক ভাবে অসমৰ বকোৰ গাতে লাগি থকা মেঘালয়ৰ শিলডুবিত গঢ়ি তুলিছিল।

আনকি মেঘালয়ৰ বজাৰখনৰ পৰিবৰ্তে অসমৰ বজাৰখনলৈ মেঘালয় সমৰ্থনকাৰী বা অসম বিদ্বেষী সকল ক্ৰয় বিক্ৰিৰ বাবে প্ৰৱেশ কৰিলে এক হাজাৰ টকা ফাইন ভৰিব লাগিব বুলি অসম বিদ্বেষীয়ে নিয়ম মানি কঠোৰভাবে সকিয়াই থৈছিল ।

যাৰ বাবে ভয় শংকাত বৃহত্তৰ মালাং শালবাৰী অঞ্চলৰ গাৰো লোকসকলৰ একাংশ অসমত থাকিব বিচাৰিলেও অসমৰ বজাৰখনত উপস্থিত হোৱা নাছিল। আনকি অসমক প্ৰত্যাহ্বান জনাই অসম বিদ্বষীয়ে মেঘালয়ৰ শিলডুবিত বজাৰখন গঢ়ি তুলিছিল সীমিত ব্যৱসায়ীৰ উপস্থিতিত।

কিন্তু মেঘালয়ৰ বজাৰখনত অসমৰ অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। মেঘালয়ৰ শিলডুবিৰ সমীপত থকা অসমৰ বকোৰ হৌ-হুৱাপাৰাৰ প্ৰীটিছ চাংমা নামৰ মহিলা গৰাকী বজাৰখনত উপস্থিত হোৱাত শিলডুবিৰ নোপিল চাংমা নামৰ মেঘালয়ৰ মহিলা এগৰাকীয়ে শাৰীৰিক ভাবে প্ৰহাৰ কৰিছিল।

প্ৰীটিছ চাংমাই কোনোমতে নিজৰ জীৱন বচাই ঘটনা সন্দৰ্ভত বকো আৰক্ষীক অৱগত কৰিছিল। গামেৰীমূৰা বজাৰ উন্নয়ন সমিতিৰ সভাপতি বীৰেন কাকতীয়ে ভাতৃঘাটী সংঘৰ্ষৰ বাবে কুচক্ৰান্ত চলাই অহা মেঘালয়ৰ লোকক সংবাদ মাধ্যমৰ জৰিয়তে তীব্ৰ গৰিহণা দিয়ে। অসমৰ বকোৰ গামেৰীমূৰা সাপ্তাহিক বজাৰখন খণ্ডিত কৰা কাৰ্যক ক্ষোভিত সভাপতি গৰাকীয়ে ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

অন্যথা অনাগত দিনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও সভাপতি গৰাকীয়ে মতপোষণ কৰে। মন কৰিবলগীয়া যে,অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্তৰ কেইবাটাও অঞ্চলত মেঘালয়ে ভূমি আগ্ৰাসন চলাই আছে।

অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্ত বিশেষভাবে চিৰসেউজ লাম্পী,তাৰাবাৰী,গীজাং আৰু হাহিম অঞ্চলত মেঘালয়ে দীৰ্ঘদিন ধৰি ভূমি আগ্ৰাসন চলাই আহিছে। শেহতীয়াকৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ে বাৰটাকৈ বিবাদ মান অঞ্চলৰ প্ৰথম পৰ্যায়ত ছয়টা বিবাদ মান অঞ্চলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে।

ইয়াৰ ছয়টা অঞ্চলৰ ভিতৰত বকোৰ সীমান্তৰ তিনিটাকে বিবাদ মান অঞ্চল তাৰাবাৰী, গীজাং আৰু হাহিম অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে দুইখন ৰাজ্যৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ পাছতো কিন্তু বকোৰ সীমান্তত মেঘালয়ৰ পৰোচনাত অসম বিদ্বষীয়ে বিভিন্ন ধৰণৰ কুঅভিসন্ধিৰে অসমীয়াৰ নিদ্ৰা হৰণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMEGHALAYA
publisher

publisher

Related Posts

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d