Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিহুৰ বতৰত ক্ষুদ্ৰ চাহ খেতিয়কলৈ ভাল খবৰ

publisher by publisher
April 22, 2022
in Assam, News
Reading Time: 1 min read
0
বিহুৰ বতৰত ক্ষুদ্ৰ চাহ খেতিয়কলৈ ভাল খবৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল

বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ধেমাজিৰ সুস্বাদ তথা স্বাস্থ্যসন্মত ‘গ্ৰীণ টি’ আৰু ‘ব্লেক টি’। বিশেষজ্ঞৰ গৱেষণাত ওলাল এইবিধ সতেজ চাহৰ চাহৰ বিশেষ গুণাগুণ। গোগামুখ ওখমাটি নাহৰবাৰী কছাৰী গাঁওস্থিত মহেশ্বৰী ক্ষুদ্ৰ অগ্ৰেনিক চাহ বাগিচাৰ চাহৰ পৰীক্ষা-নীৰিক্ষাৰ অন্তত সফলতা লাভ কৰিলে বাগিচাখনে।

ADVERTISEMENT

এই গ্ৰীণ টিত আছে এন্টি ডাইবেটিছ আৰু এন্টি মাইক্ৰবেইল। যোৰহাটৰ টুকলাই গৱেষণা মতে ২৩ শতাংশ অধিক Polyphenols যুক্ত গুণসম্পন্ন গ্ৰীণ টি আৰু ব্লেক টি এই উৎপাদনৰ লগত জড়িত ধেমাজিৰ এজন অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া নৱ কুমাৰ ডেকা বৰুৱা।

অৰুণাচলৰ পৰা বৈ অহা গেলাজান নৈ কাষৰত এক নান্দনিক পৰিৱেশত আছে এই চাহ খেতি। ৫০ বিঘাৰ চাহ খেতিত ব্যৱহাৰ সম্পূৰ্ণৰূপে অৰ্গেনিক। উল্লেখ্য, এই বাগিচা খনৰ স্বত্তাধিকাৰী নৱকুমাৰ ডেকা বৰুৱা হৈছে উক্ত অঞ্চলৰ প্ৰথমগৰাকী এ চি এছ বিষয়া।

খেতিয়কৰ ঘৰৰ ল’ৰা হোৱাৰ বাবে অৱসৰ সময়ত খেতিক সাৰথি কৰি জীৱনৰ বিয়লি বেলালৈকে কৃষি তথা সমাজলৈ শুভবাৰ্তা দি যাব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰিলে স্বত্তাধিকাৰী ডেকা বৰুৱাই।

২০১৯ চনতে ষ্টেট ড্ৰাগছ ট্ৰেষ্টিং লেভটৰীত, ফুড ট্ৰেষ্টিং লেভটৰী আদিত এই অৰ্গেনিক চাহৰ ওপৰত পৰীক্ষা চলাবলৈ চাহ বিশেষজ্ঞ তথা বিজ্ঞানগাৰলৈ চাহৰ নমুনা প্ৰেৰণ কৰিছিল। তাৰ পিছতে চৰকাৰী আয়ুৰ্বেদিক কলেজ ড: অনুপ বৈশ্যৰ নেতৃত্বত বিজ্ঞানী ড: ধ্ৰুৱজ্যোতি শৰ্মাই এই চাহ সফলতাৰে গৱেষণা কৰি উলিয়াইছিল।

একেদৰে মানুহে খোৱাৰ উপৰিও জন্তুৰ ওপৰত গৱেষণা কৰিছিল নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটৰ ড: ভাৰ্গৱজ্যোতি চহৰীয়া, ড: নীলোৎপল শৰ্মা বৰা, ড: লক্ষ্যজিত নাথ, ড: সমীৰণ গামে। ইয়াৰ পিছতে আনুষ্ঠানিক লাভ কৰিছে মহেশ্বৰী ক্ষুদ্ৰ চাহ বাগিচাই। এইক্ষেত্ৰত বিহুৰ বতৰত এই সফলতাৰ খবৰে অনুপ্ৰাণিত কৰিছে ধেমাজিৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক। মন কৰিবলগীয়া যে, উক্ত ওখমাটি নাহৰবাৰী কছাৰী গাঁও খনৰ অন্যতম বৈশিষ্ট্য হৈছে ধপাঁতমুক্ত এখন কছাৰী গাঁও।

গাঁও খনৰ কাষত আছে গেলাজান নামৰ এখন বোঁৱতী নৈ খন। নৈৰ কাষতে আছে মহেশ্বৰী ক্ষুদ্ৰ চাহ বাগিচা। সম্পূৰ্ণ অৰ্গেণিক আৰু নিজ হাতে প্ৰস্তুত কৰা এখন চাহ বাগিচা। চাহ বাগিচা খনে এতিয়া আনিছে নতুন দিগন্তৰ সূচনা।

৯৯ শতাংশ থলুৱা আৰু স্থানীয় লোকে আত্ম নিয়োজন এই চাহ বাগিচাত কামত। আনফালে এই চাহ উৎপাদনৰ বাবে ইচ্ছুক এতিয়া স্থানীয় বহু ক্ষুদ্ৰ চাহ খেতিয়কে। এনে সময়তে গুৱাহাটীৰ পৰা দুগৰাকীকৈ জ্যেষ্ঠ বিজ্ঞানীৰ উপস্থিতিত ধপাঁতমুক্ত নাহৰবাৰী গাঁৱত।

পৰিদৰ্শন কৰে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য‌ই। এটি কলি দুটি পাতৰ এই চাহ উৎপাদন স্থলীৰ পৰাই আহ্বান জনানে ধপাঁত মুক্ত ওখমাতি নাহৰবাৰী কছাৰী গাঁও খনক পৰ্যটনৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পোষকতা অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া নৱ কুমাৰ ডেকা বৰুৱাই।

আজি বাগিচাখনলৈ পৰিদৰ্শন কৰিবলৈ আহে ধেমাজি জিলা উপায়ুক্তৰ লগতে বিজ্ঞানী ড: ভাৰ্গৱজ্যোতি চহৰীয়া, ড: ধ্ৰুৱজ্যোতি শৰ্মা, লখিমপুৰ খাদ্য বিষয়া কে কে দলে, প্ৰৱক্তা চয়নিকা বৰদলৈ, ডা: স্মৃতা দাস আদিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Benefitsblack teaGreen Tea
publisher

publisher

Related Posts

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d