Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rahul Gandhi Night Club Party Video Viral: নাইটক্লাৱত ৰাহুল গান্ধীৰ ভিডিঅ’ ভাইৰেল ! ‘পার্টি টাইম’ ৰাজনীতিবিদ বুলি কটাক্ষ বিজেপিৰ !

publisher by publisher
May 3, 2022
in India, News
Reading Time: 1 min read
0
Rahul Gandhi Night Club Party Video Viral: নাইটক্লাৱত ৰাহুল গান্ধীৰ ভিডিঅ’ ভাইৰেল ! ‘পার্টি টাইম’ ৰাজনীতিবিদ বুলি কটাক্ষ বিজেপিৰ !
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

কংগ্রেছ শাসিত ৰাজস্থানত সাম্প্রদায়িক সংঘর্ষ হোৱাৰ সময়ত, ৰাজ্যৰ লগত নাথাকি বিদেশী নাইটক্লাৱত পার্টি কৰিছে ৰাহুল গান্ধীয়ে ! এই অভিযোগ কৰিছে বিজেপি নেতাসকলে । টুইটাৰত বিজেপিৰ কিছু নেতাই শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বিদেশৰ কোনো এটা নাইটক্লাৱত গানৰ সুৰত মগ্ন । এই ভিডিঅ’ক লৈ কংগ্রেছ নেতৃত্বৰ চৰম নিন্দা কৰিছে বিজেপিৰ নেতাসকলে ।

ADVERTISEMENT

বিজেপিৰ আইটি আহ্বায়ক অমিত মালব্য‌ই টুইটাৰত কয়, “যেতিয়া মুম্বাই অবৰুদ্ধ আছিল তেতিয়া ৰাহুল গান্ধী এটা নাইটক্লাৱত আছিল । তেওঁ এনে এটা সময়ত নাইটক্লাৱত আছে যেতিয়া তেওঁৰেই দল সমস্যাত আছে ।” কেন্দ্রীয় আইনমন্ত্রী কিৰেন ৰিজিজুৱে টুইট কৰিছে, “অৱকাশ, পার্টি, হলিডে, প্লিজাৰ ট্রিপ, ব্যক্তিগত বিদেশ ভ্ৰমণ ইত্যাদি এতিয়া দেশৰ বাবে নতুন বিষয় নহয় ।”

বিজেপিৰ প্রাক্তন দিল্লী শাখাৰ প্রধান আৰু উত্তৰ-পূৱ দিল্লীৰ সাংসদ মনোজ তিৱাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগতে গান্ধী পৰিয়ালৰ বংশৰ আচৰক লৈও প্রশ্ন তুলিছে । বিজেপিৰ মুখপাত্র শ্বেহজাদ পুনাৱালায়ো ৰাজস্থানত উত্তেজনা চলাকালীন ৰাহুলৰ নেতৃত্বক লৈ প্রশ্ন তুলি টুইট কৰে, “ৰাজস্থান জ্বলিছে কিন্তু ৰাহুল গান্ধীয়ে তেওঁৰ নিজৰ দলতকৈ পার্টি কৰা অধিক পছন্দ কৰে । তেওঁ ভাৰতৰ বিভিন্ন সংকট সম্পর্কে টুইট কৰে কিন্তু ‘ভাৰতৰ মানুহ’তকৈ বাৰ অধিক পছন্দ কৰে । ৰাহুল পার্ট-টাইম ৰাজনীতিবিদো নহয়, ‘পার্টি টাইম’ ৰাজনীতিবিদ ।”

देश में crises का ढोल पीट कर उसकी ताल पर पार्टी करते @RahulGandhi जी। pic.twitter.com/PI2uv2B3O3

— Aditya Trivedi (Modi Ka Parivar) (@AdityaTrivedi_) May 3, 2022

বিজেপি নেতা আৰু মুখপাত্র তাজিন্দৰ পাল সিং বগ্গাই টুইট কৰে, “কংগ্রেছ শেষ কৰাৰ পাছত পার্টিৰ মেজাজত ৰাহুল ভইয়া ।” বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ ঘনিষ্ঠ সহযোগী আদিত্য ত্রিবেদীয়েও এই “পার্টিৰ” ভিডিঅ’টো শ্বেয়াৰ কৰিছে ।

নেপালৰ প্রথম শাৰিৰ দৈনিক কাঠমাণ্ডু প’ষ্টে ৰাহুল গান্ধীৰ ভ্ৰমণ সূচী আৰু তেওঁৰ দেশ ভ্ৰমণৰ কাৰণ সন্দৰ্ভত এটা প্রতিবেদন প্রকাশ কৰিলেও তাত এই ভিডিঅ’টোৰ কোনো প্রসংগ পোৱা নাযায় । ৰাহুল গান্ধীয়ে সন্ধিয়া চাৰি বাজি ৪০ মিনিটত ভিস্তাৰা এয়াৰলাইন্সৰ এটা ফ্লাইটত কাঠমাণ্ডুত অবতৰণ কৰে । কাঠমাণ্ডু বিমানবন্দৰত তেওঁৰ স’তে আৰু তিনিজন আছিল বুলি নিশ্চিত কৰিছে দুটা নিৰাপত্তা সূত্র‌ই ।

ये राहुल गांधी की निजी जिंदगी का मामला नहीं

राहुल गांधी किसके साथ है? क्या चाइना के एजेंटों के साथ हैं? क्या राहुल गांधी जो ट्वीट करते है सेना के खिलाफ वो चाइना के दबाव में करते है ?

सवाल तो पूछे जाएंगे ?

सवाल राहुल गांधी का नहीं, देश का हैं https://t.co/dNmzqFo36L

— Kapil Mishra (Modi Ka Pariwar) (@KapilMishra_IND) May 3, 2022

ৰাহুল গান্ধী আৰু তেওঁৰ বন্ধুসকলে নকশালৰ কাঠমাণ্ডু মেৰিয়ট হোটেলত উঠিছে বুলি এই প্রতিবেদনত জানিব পৰা গৈছে । “ৰাহুল গান্ধীয়ে তেওঁৰ নেপালী বন্ধু সুমনিমা উদাসৰ বিয়াত যোগ দিবলৈ কাঠমাণ্ডুত আছে”, জনাইছে কাঠমাণ্ডু প’ষ্টে ।

উত্তৰ প্রদেশ বিজেপিৰ ছ’চিয়েল মিডিয়াৰ সহ-আহ্বায়ক শশী কুমাৰেও ভিডিঅ’টো শ্বেয়াৰ কৰিছে আৰু অভিযোগ কৰিছে যে কংগ্রেছ নেতা ৰাহুল নেপালত চীনৰ ৰাষ্ট্রদূতৰ স’তে আছিল । বিজেপি নেতা কপিল মিশ্র‌য়ো টুইটাৰত ভিডিঅ’টোত থকা মহিলাগৰাকীৰ পৰিচয় জানিব বিচাৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPRahul Gandhi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
International

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d