মেষঃ পৰিৱেশ অস্থিৰতা থাকিব পাৰে । যাত্ৰা কৰোতে সতৰ্ক হোৱা উচিত । শৰীৰৰ প্ৰতি সচেতন হওক, নতুবা যোগাযোগৰ পৰা আনন্দিত হ’ব । কৰ্মক্ষেত্ৰত মধ্যম । শুভ ৰং বগা । শুভ সংখ্যা ৮ ।
বৃষঃ খৰচ বৃদ্ধি, বিয়াৰ যোগাযোগত শুভ । ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত কৰক । কৰ্মক্ষেত্ৰত মধ্যম । শৰীৰৰ প্ৰতি নজৰ দিয়ক । বিদ্যাত মধ্যম । শুভ ৰং মাখন । শুভ সংখ্যা ৫ ।
মিথুনঃ মাতৃৰ শুভ । কৰ্মক্ষেত্ৰত জটিলতা । দুপৰীয়া ১২ বজাৰ পাছত যাত্ৰা কৰিব । বিদ্যাত শুভ । ব্যয় বৃদ্ধি । তুলসীৰ তলত পানী দিয়ক । শুভ ৰং গুলপীয়া । শুভ সংখ্যা ১ ।
কৰ্কটঃ মনৰ দৃঢ়তা বৃদ্ধি, কৰ্মত উন্নতি । হাতাশা আঁতৰিব, যানবাহন লাভ । ইলেক্ট্ৰিকৰ সাৱধান । শুভ ৰং পাতল নীলা । শুভ সংখ্যা ৪ ।
সিংহঃ দুষ্ট লোকৰ পৰা সাৱধান, গোপন শত্ৰু বৃদ্ধি, কাৰ্যক্ষেত্ৰত উন্নতি, ভ্ৰমণত কষ্ট । শুভ ৰং সোণালী । শুভ সংখ্যা ৮ ।
কন্যাঃ কৰ্মত উন্নতি, নিজ স্থিতি অটুট ৰাখক, বন্ধুৰ পৰা উৎসাহ পাব । দুখীয়াক অন্ন দান কৰক । শুভ ৰং ডাঠ নীলা । শুভ সংখ্যা ৩ ।
তুলাঃ কৰ্মত শুভ, আবেগত কোনো সিদ্ধান্ত নল’ব, বিদ্যাত চেষ্টা কৰক । ভ্ৰমণ দক্ষিণ দিশৰ পৰা কৰিব । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৪ ।
বৃশ্চিকঃ কৰ্মস্থানত জটিলতা কমিব । সন্তানৰ শুভ । দূৰ ভ্ৰমণৰ যোগ । দুপৰীয়া নিৰামিষ আহাৰ গ্ৰহণ কৰিব । শুভ ৰং বগা, শুভ সংখ্যা ৯ ।
ধনুঃ ব্যৱসায়িক উন্নতি কৰ্মস্থানত উদাৰতা প্ৰকাশ । শৰীৰৰ উন্নতি আনৰ কথাত গুৰুত্ব নিদিব । শুভ ৰং কমলা । শুভ সংখ্যা ৫ ।
মকৰঃ কৰ্মত দক্ষতা, প্ৰতিভা বিকাশ , নতুন চিন্তাই আনন্দিত কৰিব, ভ্ৰমণত শুভ । বিদ্যাত আনন্দ, সন্মানহানি হ’ব পাৰে । শাৰীৰিক শুভ যদিও ৰোগত ভুগিব পাৰে । দাম্পত্যত শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৪ ।
কুম্ভঃ কৰ্মত উন্নতি, বিদ্যাত আনন্দ, যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে । সন্মান হানি হ’ব পাৰে । দাম্পত্যত শুভ, শুভ ৰং মেৰুন, শুভ সংখ্যা ৬ ।
মীনঃ ভাতৃৰ উন্নতি, দুষ্ট লোকৰ পৰা সাৱধান, ব্যয় বৃদ্ধি, ভ্ৰমণত সফল । গা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভ হ’ব । যাত্ৰাৰ বাবে শুভ । শৰীৰৰ উন্নতি । শুভ ৰং সোণালী । শুভ সংখ্যা ২ ।


































