Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

Social Media Paid Services : হোৱাটছ‌এপ্, ফেচবুক ব্যৱহাৰ কৰিবলৈ দিব লাগিব অৰ্থ ! কি কয় কোম্পানিয়ে ?

publisher by publisher
September 4, 2022
in Apps, India, News, Tech
Reading Time: 1 min read
0
Social Media Paid Services : হোৱাটছ‌এপ্, ফেচবুক ব্যৱহাৰ কৰিবলৈ দিব লাগিব অৰ্থ ! কি কয় কোম্পানিয়ে ?
10
SHARES
103
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

মেটাত পুনৰ হেজাৰ হেজাৰ কৰ্মচাৰী ছাটাইৰ আশংকা

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

বিনামূল্যে মেটা ব্যৱহাৰৰ দিন শেষ ! হোৱাটছ‌এপ্, ফেচবুক ব্যৱহাৰ কৰিবলৈ দিব লাগিব টকা । সম্প্রতি এটা প্রতিবেদনত প্ৰকাশ্যত আহিছে এই তথ্য । তাত কোৱা হৈছে হোৱাটছ‌এপ্, ফেচবুক, ইনষ্টাগ্রামে এইবাৰ ‘পেইড ছার্ভিচ’ দিব ।

ADVERTISEMENT

Social Media Paid Services : হোৱাটছ‌এপ্ এটা বৃহত্তম মেছেজিং এপ্ যি আজি বিশ্বব্যাপী ব্যৱহৃত হৈছে । তদুপৰি ফেচবুক আৰু ইনষ্টাগ্রামৰ দৰে বহুল ব্যৱহৃত জনপ্রিয় সামাজিক মাধ্যম এপ্ । কিছু সময় পূৰ্বে এই তিনিটা এপ্ একত্রিত কৰি এটা কোম্পানি গঠন কৰা হৈছিল, যাৰ নাম আছিল মেটা । মেটা নিজেই হোৱাটছ‌এপ্, ইনষ্টাগ্রাম আৰু ফেচবুক চলায় ।

Meta Paid Services : কি ঘোষণা কৰিছে মেটাই ?
মেটাই ঘোষণা কৰিছে, সম্প্ৰতি এই তিনিটা এপৰ বাবে পেইড সেৱা আনিব কোম্পানিয়ে । আগন্তুক দিনত কিছু টকা লৈ ব্যৱহাৰকাৰীসকলক উন্নত ফিচাৰ দিব সংস্থাই । ইয়াৰ বাবে কোম্পানিয়ে এটা নতুন প্রডাক্ট কাম্পানি প্রতিষ্ঠা কৰিছে । যিয়ে ফেচবুক, ইনষ্টাগ্রাম আৰু হোৱাটছ‌এপত অর্থ সেৱা বৈশিষ্ট্যসমূহৰ বাবে কাম কৰিব । এই ইউনিটৰ প্রধান হ’ব প্রতিতী ৰায়চৌধুৰী, তেওঁ ইয়াৰ পূৰ্বে মেটাৰ গৱেষণা প্রধান আছিল ।

Social Media Paid Services : কোম্পানিৰ পৰিকল্পনাৰ বিৱৰণ
এক প্রতিবেদনত কোৱা হৈছে, মেটা কোম্পানি নিউ মনিটাইজেছন এক্সপেৰিয়েন্স নামে এটা নতুন বিভাগ তৈয়াৰ কৰিছে । এই বিভাগৰ কাম হ’ব ফেচবুক, ইনষ্টাগ্রাম এপছত হোৱাটছ‌এপৰ বাবে অর্থপ্রদানৰ বৈশিষ্ট্যসমূহত জোৰ দিয়া । এই কাম আৰু এই বিভাগৰ নেতৃত্ব দিব প্রতীতি ৰায়চৌধুৰীয়ে । অৱশ্যে এয়ে প্রথম কোম্পানিয়ে পেইড বৈশিষ্ট্য সম্পর্কে তথ্য প্রকাশ কৰিছে তেনে নহয় । অতীততো কোম্পানিয়ে এইসমূহ বিষয়ত মাত মাতিছে । কিন্তু এই ফিচাৰসমূহ কেনেকুৱা হ’ব সেই সম্পর্কত এই পর্যন্ত কোনো তথ্য জনোৱা নাই কোম্পানিয়ে । প্রতিবেদনত মেটাৰ বিজ্ঞাপন আৰু ব্যৱসায়িক পণ্যৰ প্রধান জন হেগমেনৰ স’তে এটা সাক্ষাৎকাৰ প্রকাশ কৰা হৈছে ।

Meta Paid Services : অন্যান্য ছ’চিয়েল মিডিয়া এপ্‌বোৰে ইতিমধ্যে পেইড সেৱা অফাৰ কৰে ৷ অন্যান্য ছ’চিয়েল মিডিয়া কোম্পানি যেনে স্নেপচাট আৰু টুইটাৰে ইতিমধ্যে ব্যৱহাৰকাৰীসকলক অর্থৰ মাধ্যমত সেৱা অফাৰ কৰে । পেইড সেৱাসমূহত এই এপ্‌বোৰে ব্যবহাৰকাৰীসকলক স্নেপচাট প্লাছ আৰু টুইটাৰে ব্লু নামে সেৱা সৰবৰাহ কৰে । এই সেৱাৰ মাধ্যমত এই এপ্‌সমূহৰ সংস্থাই তাৰ ব্যৱহাৰকাৰীসকলক বহু বিশেষ বৈশিষ্ট্য প্ৰদান কৰে ।

Social Media Paid Services : স্নেপচাট, টুইটাৰ আৰু মেটাৰ দৰে সকলো ছ’চিয়েল মিডিয়া এপৰ আয় অধিকাংশ ডিজিটেল বিজ্ঞাপনৰ পৰা আহে, যিবোৰে ব্ৰেণ্ডিং আৰু বিপণনৰ বাবে ব্যবহাৰকাৰীসকলক প্ৰেৰণ কৰা হয় । যদি মেটাই ব্যবহাৰকাৰীসকলক পেইড ছার্ভিচ বৈশিষ্ট্য প্রদান কৰে, তেনেহ’লে তেওঁলোকে বিজ্ঞাপন অবিহনেই তেওঁলোকৰ আয় বৃদ্ধি কৰিবলৈ সক্ষম হ’ব । সম্প্রতি স্নেপচাটে Snapchat + ছাবস্ক্রিপছন সেৱা আৰম্ভ কৰিছে, যাৰ বাবে ব্যবহাৰকাৰীসকলে প্রতি মাহে কোম্পানিক ৪৯ টকা দিব লাগিব । আনহাতে, টুইটাৰে ইতিমধ্যে ছাবস্ক্রিপছন পণ্য সৰবৰাহ কৰি, অর্থাৎ টুইটাৰ ব্লু ব্যবহাৰকাৰীসকলৰ পৰা প্রতি মাহে প্রায় চাৰিশ টকা লয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MetaSnapchatSocial MediaTwiitterWhatsapp
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d