Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

HEAVY RAIN IN ARUNACHAL : ৰুষ্ট প্ৰকৃতিৰ ৰোষত এন এইচ পি চি, অৰুণাচল প্ৰদেশৰ পাহাৰত মুষলধাৰ বৰষুণ

গেৰুকামুখ প্ৰকল্পৰ দেৱালৰ তীব্ৰ ভুমিস্খলন, প্ৰকল্পৰ দুই নম্বৰ‌ সুৰংগ খহি বৃহৎ গাঁত,জলবোমা সদৃশ প্ৰকল্পক লৈ শংকিত নামনি বাসী

publisher by publisher
September 24, 2022
in Uncategorized
Reading Time: 1 min read
0
HEAVY RAIN IN ARUNACHAL : ৰুষ্ট প্ৰকৃতিৰ ৰোষত এন এইচ পি চি, অৰুণাচল প্ৰদেশৰ পাহাৰত মুষলধাৰ বৰষুণ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Fire breaks out at Upper Subansiri Hydropower Project:গেৰুকামুখৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অঘটন

ধাৰাসাৰ বৰষুণৰ ফলত বুৰ গৈছে মহাৰাষ্ট্ৰৰ কেবাখনো জিলা

পুনৰ ডাৱৰ বিস্ফোৰণত হোৱা ধাৰাসাৰ বৰষুণত বিধ্বস্ত ডেৰাডুন, সন্ধানহীন বহু

HEAVY RAIN IN ARUNACHAL : প্ৰকৃতিৰ ওচৰত হাৰ মানিবলগীয়া হ’ব নেকি ৰাষ্ট্ৰৰ কোটিপতি কোম্পানী এন এইচ পি চিয়ে । এইবাৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত এন এইচ পি চি কৰ্তৃপক্ষ । ইটোৰ পাছত সিটো অঘটন গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ।

ADVERTISEMENT

২০০০ মেগৱাট সম্পন্ন বৃহৎ নদীবান্ধৰ পৰা জলবিদ্যুৎ উৎপাদন কৰিবলৈ গৈ প্ৰকৃতিৰ তীব্ৰ বাধা আৰোপ প্ৰকল্পস্থীৰ । ইয়াৰ উপৰি খৰটকীয়া কৰিবলৈ গৈ মুখথেকেচা খাইছে নেকি প্ৰকৃতিৰ ওচৰত বহিৰাগত কোম্পানী এন এইচ পি চিয়ে । কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে চিয়ে ঘোষণা কৰাৰ ধৰণে জানুৱাৰী মাহত আৰম্ভ কৰিব পাৰিবনে বিদ্যুৎ উৎপাদনীৰ কাম ?

বান্ধলবীৰ মতে একো নহয় এন এইচ পি চিৰ প্ৰকল্প হ’লে, বিশেষজ্ঞ‌ৰ মতে, গেৰুকামুখ থুনুকা পাহাৰত কেতিয়াও হ’ব নোৱাৰে বৃহৎ নদী বান্ধ । যাৰ ফলত পুনৰ খহিল পাহাৰ । ভূমিস্খলনৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে শ্ৰমিক আৰু নামনিবাসী । সুৰংগ খহি ইতিমধ্যে সোৱণশিৰি নদীৰ পানীয়ে বাধা সৃষ্টি কৰি আহিছে প্ৰকল্পৰ কাম-কাজত । তাৰ পাছতো নদীবান্ধ লবীয়ে কয় নদীবান্ধ সুৰক্ষিত |

ইফালে, অৰুণাচল প্ৰদেশৰ পাহাৰত মুষলধাৰ বৰষুণৰ ফলত টানেলে পানী সহিব নোৱাৰি মুখ্য দুৱাৰাৰেও বাগৰিছে পানী । অতিপাত বৰষুণৰ ফলত থুনুকা পাহাৰে যিকোনো সময়তে  বান্ধটোৱে আনিব পাৰে বিপদ । সংশয়ত ভুগিছে নামনিবাসী । ইতিমধ্যে, আংশিকভাৱে বন্ধ কৰিবলৈ বাধ্য মূলবান্ধৰ কাম-কাজ ।

উল্লেখ্য, ১৩ জুনত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সদম্ভে ঘোষণা কৰিছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ডিচেম্বৰ-জানুৱাৰীত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব । এনে সময়তে অনিশ্চয়তাৰ ভৱিষ্যতক লৈ শংকিত নামনিবাসী ৰাইজ ।

এই ক্ষেত্ৰত স্থানীয় যুৱক তথা আটাছুৰ প্ৰচাৰ সম্পাদক তুলাৰাম গগৈয়ে কয়, “বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনতে স্পষ্টকৈ কোৱা হৈছে- গেৰুকামুখৰ দৰে থুনুকা পাহাৰত কেতিয়াও বৃহৎ নদীবান্ধৰ পোষকতা নহয় । অৰুণাচল প্ৰদেশৰ পাহাৰ নিচেই কোমল । একেদৰে উক্ত ঠাই ভূমিকম্পণ এলেকা । এই কোমল পাহাৰৰত নদীবান্ধ নিৰ্মাণ কৰাটো অমূলক । তাৰ পাছতো বিশেষজ্ঞ সমিতিৰ কথা আওকাণ কৰি আৰু দল-সংগঠনৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি ২০০০ মেগৱাট আৰু ১১৬ মিটাৰ উচ্চতা জলবিদ্যুৎ উৎপাদন কামত হাত উজান দিছে বিজেপি নেতৃত্বাধীন চৰকাৰে । শাসনৰ বাঘজৰী নথকাৰ সময়ত বিজেপিয়ে দলীয় কেন্দ্ৰীয় নেতৃত্বক লগত লৈ সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল । সেই একে দলে শাসনলৈ অহাৰ পাছত উক্ত জলবোমা সদৃশ প্ৰকল্প নিৰ্মাণ কৰাত উঠি পৰি লাগিছে । ইয়াৰ মানে কি ?” এই ক্ষেত্ৰত বিজেপি চৰকাৰক মিথ্যাচাৰী আখ্যা দি ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি উল্লেখ কৰে ।

ইফালে, খিলঞ্জীয়া যিসকল শ্ৰমিকে প্ৰকল্পত গৈ কাম কৰি আছে শ্ৰমিকসকলো নিৰাপত্তাহীনতাত ভুগি আছে । জ্ঞাত-অজ্ঞাতভাৱে ইতিমধ্যে বহু শ্ৰমিক প্ৰকল্পস্থলীত নিহত-আহত হৈছে যদিও হিচাপ নাই এন এইচ কৰ্তৃপক্ষৰ হাতত । আনফালে, লখিমপুৰ-ধেমাজি-মাজুলীবাসীৰ মাজত আজিও শংকিত আৰু আতংকিত নামনিবাসী । সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি অনা জলবোমা সদৃশ এনে প্ৰকল্প ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAIGERUKAMUKH N.H.P.CHeavy Rain
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d