CHACAL DEADBODY RECOVERD : সদাব্যস্ত মহানগৰীৰ চচলত বাহন এখনৰ ভিতৰত উদ্ধাৰ যুৱকৰ মৃতদেহ ৷ ৰাজপথৰ ওপৰত ৰৈ থকা ASO1-BM-2806 নম্বৰৰ বলেৰ’ খনত উদ্ধাৰ হোৱা যুৱকজনক ৰঙিয়াৰ কংকন কলিতা বুলি চিনাক্ত কৰে আৰক্ষীয়ে ৷ পেচাত ড্ৰাইভাৰ যুৱকজনৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে মৃতদেহটো আৰক্ষীয়ে জিন্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএম চি এইছলৈ প্ৰেৰণ কৰিছে ৷
ADVERTISEMENT