Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Maharashtra : ঠিক সন্ধিয়া সাত বাজিলেই টিভি-ফোন সকলো বন্ধ হৈ যায় ভাৰতৰ এইখন গাঁৱত ! কিয় জানেনে ?

publisher by publisher
October 11, 2022
in India, News
Reading Time: 1 min read
0
Maharashtra : ঠিক সন্ধিয়া সাত বাজিলেই টিভি-ফোন সকলো বন্ধ হৈ যায় ভাৰতৰ এইখন গাঁৱত ! কিয় জানেনে ?
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

Ajit Pawar’s Funeral:বাৰামতীত পঞ্চভূতত বিলীন অজিত পাৱাৰৰ নশ্বৰদেহ

Maharashtra :  ম’বাইলৰ প্রতি মানুহ আসক্ত আছিল । কিন্তু বিগত দুবছৰত কৰ’না পৰিস্থিতিত এই নিচা আৰু ভয়ংকৰ মাত্রাত বাঢ়িছে । শিশুসকল ম’বাইলৰ প্রতি ইমানেই নির্ভৰশীল হৈ পৰিছে যে, তাৰ কুপ্রভাৱ পৰিছে শিশুসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত । সম্প্রতি দেশজোৰা এটা পৰিসংখ্যাতো পৰিলক্ষিত হৈছে সেই উদ্বেগৰ ছবি ।

ADVERTISEMENT

এনে পৰিস্থিতিত মহাৰাষ্ট্রৰ এখন গাঁৱৰ উদ্যোগ সঁচাকৈয়ে অভিনৱ । এই গাঁৱত প্রতি দিনে এটা নির্দিষ্ট সময়ৰ বাবে পুৱা গাঁওবাসীক ম’বাইল-টিভিৰ পৰা দূৰত থকাৰ নিয়ম জাৰি কৰা হৈছে । ছাংলি জিলাৰ ভাদগাঁও গাঁৱত প্রতি সন্ধিয়া সাত বজাত এটা ছাইৰেন বাজে । এই ছাৰেনেই বাসিন্দাসকলক তেওঁলোকৰ টিভি আৰু ম’বাইল ফোন বন্ধ ৰখাৰ ইংগিত দিয়ে ৷ আঠ বাজি ৩০ মিনিটত পুনৰ ছাইৰেন বাজে । তেতিয়াৰ পৰা গাঁওবাসীয়ে টিভি বা ম’বাইল ব্যৱহাৰ কৰিব পাৰে ।

চলিত বছৰৰ ১৪ আগষ্টত গাঁও পঞ্চায়তৰ সমাবেশত টিভি-ম’বাইলৰ প্রতি আসক্তি হ্ৰাস কৰিবলৈ এটা উদ্যোগ লোৱা প্ৰয়োজন বুলি নৰ্ণিয় লয় । তেতিয়াই সিদ্ধান্ত লোৱা হয় পাছদিনাখনৰ পৰা প্রতি দিনে এটা নির্দিষ্ট সময়ৰ বাবে গাঁওবাসীসকলে ম’বাইল-টিভিৰ ব্যৱহাৰ বন্ধ ৰাখিব লাগিব । ভাদগাঁও গাঁৱত প্রায় তিনি হেজাৰ লোক বাস কৰে । গাঁৱৰ অধিকাংশ পুৰুষেই কৃষিকাৰ্য আৰু চেনি প্ৰস্তুত কাৰখানাৰ স’তে জড়িত ।

গাঁও পঞ্চায়তৰ প্রধান বিজয় মোহিতে কয়, ‘‘ক’ভিড চলাকালীন অনলাইন ক্লাছৰ বাবে শিশুসকল ম’বাইলৰ ওপৰত অধিক নির্ভৰশীল হৈ পৰিছিল । সম্প্ৰতি বিদ্যালয়, মহাবিদ্যালয় খুলিছে । শিক্ষাপ্ৰতিষ্ঠানৰ পৰা উভতিয়ে তেওঁলোকে ম’বাইল বা টিভি চাবলৈ বহে । ঘৰৰ জ্যেষ্ঠসকলেও ফোন লৈয়েই গোটেই দিন ব্যস্ত থাকে । নিজৰ মাজত কথা পতাৰ অৱসৰ নাপায় তেওঁলোকে ।’’

অৱশ্যে সকলো গাঁওবাসীকে এই বিষয়ত সন্মত কৰোৱা সহজ নাছিল । প্রথমে গাঁৱৰ মহিলাসকলৰ স’তে সভা কৰা হয় । তেওঁলোকে নিজেই স্বীকাৰ কৰে যে তেওঁলোকৰ ধাৰাবাহিক চোৱাৰ আসক্তি আছে । অৱশ্যে সমাজৰ কথা ভাবি তেওঁলোক পঞ্চায়তৰ সিদ্ধান্তত সন্মত হয় । আন এটা সভাত নিৰ্ণয় লোৱা হয় মন্দিৰৰ কাষত এটা ছাইৰেন স্থাপন কৰা হ’ব । আৰম্ভণিতে গাঁও পঞ্চায়তৰ সদস্যসকলেই ঘৰে ঘৰে গৈ ম’বাইল-টিভি বন্ধ ৰখাৰ আবেদন জনাইছিল । অৱশ্যে এতিয়া সমগ্ৰ গাঁওবাসীয়ে নিজেই এই নিয়ম মানি চলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 8 PMMaharashtraONE VILLAGET.V PHONE OFF
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d